• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেহত আঘাতৰ সুস্পষ্ট দাগ, ভৰি ভঙা, ৩০ মাহৰ অন্ততো সত্য কিয় আজিও আধৰুৱা?

দেহত আঘাতৰ সুস্পষ্ট দাগ, ভৰি ভঙা, ৩০ মাহৰ অন্ততো সত্য কিয় আজিও আধৰুৱা?

4 years ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 minutes ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

8 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

8 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

9 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

10 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

10 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

11 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

13 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

13 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

14 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

15 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দেহত আঘাতৰ সুস্পষ্ট দাগ, ভৰি ভঙা, ৩০ মাহৰ অন্ততো সত্য কিয় আজিও আধৰুৱা?

editor by editor
December 28, 2022
in অপৰাধ, চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
দেহত আঘাতৰ সুস্পষ্ট দাগ, ভৰি ভঙা, ৩০ মাহৰ অন্ততো সত্য কিয় আজিও আধৰুৱা?
0
SHARES
259
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৪ জুন, ২০২০। কৰ’না, লকডাউনৰ দৰে শব্দৰ সৈতে বিশ্ববাসী পৰিচিত হৈছিলহে মাত্ৰ। সেই সময়তে বলীউডৰ পৰা আহিছিল এটা অত্যন্ত বেয়া খবৰ। বান্দ্ৰাৰ ফ্লেটৰ পৰা উদ্ধাৰ হৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ ওলমি থকা দেহ। তৰুণ অভিনেতাজনে হঠাতেই কিয় ল’লে এনে সিদ্ধান্ত? সুশান্তৰ মৃত্যুৱে বলীউডৰ বহু নামী দামী অভিনেতা প্ৰযোজকৰ জীৱনলৈকো আনিছিল কলীয়া ডাৱৰ। সুশান্তই আত্মহত্যা কৰা নাই বলীউডেই হত্যা কৰিছে সুশান্তক। প্ৰায় আঢ়ৈ বছৰৰ অন্তত আকৌ এবাৰ চৰ্চালৈ আহিছে সুশান্তৰ মৃত্যু ৰহস্য।

মুম্বাইৰ কুপাৰ হাস্পতালৰ মৰ্গকৰ্মীয়ে কৰিছে চাঞ্চল্যকৰ দাবী। কুপাৰ হাস্পতালৰ কৰ্মীৰ দাবী সুশান্তৰ এয়া আত্মহত্যা নহয়, হত্যাই কৰা হৈছে সুশান্তক। মৰ্গত থওঁতেই তেওঁৰ মৃতদেহত একাধিক আঘাতৰ চিন দেখা পাইছিল বুলিও দাবী কৰিছে মৰ্গত কাম কৰা কৰ্মীজনে। মৰ্গকৰ্মী ৰূপকুমাৰ শ্বাহে এই সন্দৰ্ভত কয়, ‘সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সময়ত মই কুপাৰ হাস্পতালৰ মৰ্গৰ কৰ্মী আছিলো। যেতিয়া সুশান্তৰ মৃতদেহ হাস্পতাললৈ হৈ অহা হৈছিল তেতিয়া কুপাৰৰ মৰ্গত আছিল সুশান্তসহ মুঠ ৫টা শৱদেহ। সুশান্ত শৰীৰৰ মৰোণোত্তৰ পৰীক্ষা কৰোতে মই তেওঁৰ দেহত আৰু ডিঙিত মুঠ তিনিটা আঘাতৰ চিন দেখিছিলো। মৰোণোত্তৰৰ সময়ত ভিডিঅ’ কৰি ৰখাটো প্ৰয়োজন। সুশান্তৰ শৰীৰটো দেখিয়েই আমাৰ ছিনিয়ৰে কৈছিল এয়া আত্মহত্যা হ’ব নোৱাৰে। হত্যাই হ’ব। কিন্তু উৰ্দ্ধতন কৰ্তৃপক্ষই কেৱল এখন ফটোহে তুলিবলৈ নিৰ্দেশ দিলে। আমি সাধাৰণ কৰ্মচাৰী সেয়ে ওপৰৰ পৰা যি আদেশ দিয়ে সেয়াই মানিব লাগে।’

মৰ্গকৰ্মীৰ এই দাবীৰ পাছতেই সুশান্তৰ অধিবক্তাই প্ৰতিক্ৰিয়াত কয়, ‘সুশান্তৰ মৃত্যু আত্মহত্যা নহয়। ইয়াৰ আঁৰত ষড়যন্ত্ৰ আছে। একমাত্ৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এই সত্য উদঘাটন কৰিব পাৰিব।’ সুশান্তৰ এয়া আত্মহত্যা নহয় বুলি পৰিয়ালৰ লোকেও দাবী কৰিছিল। ২০২০ চনৰ আগষ্টত সুশান্ত জ্যেষ্ঠ ভগ্নী শ্বেতা সিংহ কীৰ্তিয়ে শ্বেয়াৰ কৰিছিল এটা বিশেষ ভিডিঅ’। সেই ভিডিঅ’টোত আছিল কুপাৰ হাস্পতালৰ এজন মৰ্গকৰ্মীৰো সাক্ষাৎকাৰ। সেই সাক্ষাৎকাৰত হাস্পতালকৰ্মীজনে দাবী কৰিছিল যে সুশান্তৰ মৃতদেহত একাধিক আঘাতৰ চিন আছে। এখন ভৰিও ভঙা আছিল সুশান্তৰ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে সুশান্তৰ মেনেজাৰ দিশাৰ মৃত্যুৰ তদন্ত নতুনকৈ আৰম্ভ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে৷ সুশান্তৰ মেনেজাৰ দিশাইয়ো সুশান্তৰ আত্মহত্যাৰ কিছুদিন পূৰ্বেই সাবটি লৈছিল মৃত্যুক৷ মাত্ৰ ৬ দিনৰ ব্যৱধানত দুয়োৰে আত্মহত্যাই আছিলনে এয়া হত্যা আছিল সেই বিষয়টোক লৈ অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
Next Post
২০ বছৰতেই মিলিয়নাৰ আছিল তুনিছা, মৃত্যুৰ সময়ত তুনিছাই এৰি গৈছে কেইবা কোটি টকাৰ সম্পত্তি

২০ বছৰতেই মিলিয়নাৰ আছিল তুনিছা, মৃত্যুৰ সময়ত তুনিছাই এৰি গৈছে কেইবা কোটি টকাৰ সম্পত্তি

ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.