• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ টা লক্ষণে দেখা দিছে যদি আপোনাৰো ডায়বেটিছ বাঢ়িছে, শীঘ্ৰেই কৰাওক পৰীক্ষা

এই ৫ টা লক্ষণে দেখা দিছে যদি আপোনাৰো ডায়বেটিছ বাঢ়িছে, শীঘ্ৰেই কৰাওক পৰীক্ষা

2 years ago
ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

25 minutes ago
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

51 minutes ago
‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

1 hour ago
কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

2 hours ago
হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

4 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

5 hours ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

6 hours ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

6 hours ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

7 hours ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

7 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

8 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

এই ৫ টা লক্ষণে দেখা দিছে যদি আপোনাৰো ডায়বেটিছ বাঢ়িছে, শীঘ্ৰেই কৰাওক পৰীক্ষা

এই ৫ টা লক্ষণে দেখা দিছে যদি আপোনাৰো ডায়বেটিছ বাঢ়িছে, শীঘ্ৰেই কৰাওক পৰীক্ষা

editor by editor
May 14, 2024
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
এই ৫ টা লক্ষণে দেখা দিছে যদি আপোনাৰো ডায়বেটিছ বাঢ়িছে, শীঘ্ৰেই কৰাওক পৰীক্ষা
0
SHARES
67.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৰিবৰ্তিত জীৱনশৈলী, খাদ্যভাষৰ খেলিমেলিৰ বাবেই বহু সংখ্যক লোকৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাইছে৷ এই সমস্যাসমূহৰ ভিতৰত প্ৰধান হৈছে প্ৰেচাৰ, ডায়াবেটিছ৷ ডায়াবেটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা আমাৰ ৰাজ্যতো অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ এই ৰোগচ দেহত চেনীৰ মাত্ৰা অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাব ধৰে৷ এই চেনীৰ মাত্ৰা বৃদ্ধিয়ে এজন ব্যক্তিক অকাল মৃত্যুৰ দিশে ঠেলি নিয়ে৷ স্বাস্থ্য বিশেষজ্ঞসকলে এই ৰোগক ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়৷ কাৰণ এই ৰোগৰ লক্ষণ পূৰ্বতে দেখা নাযায়৷ সময়মতে চিকৎসা নকৰিলে এই ৰোগে শৰীৰৰ সকলো গুৰুত্বপূৰ্ণ অংগৰ ক্ষতি কৰে৷ এই পৰিস্থিতিত ডায়বেটিছ লক্ষণসমূহ চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়৷ তেজত চেনীৰ পৰিমান বৃদ্ধি পালে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে৷

দৃষ্টিশক্তি অস্পষ্ট

পুৱা সাৰ পোৱাৰ পিছত যদি আপোনাৰ দৃষ্টিশক্তি ম্লান যেন লাগিছে তেন্তে এয়া ডায়বেটিছৰ লক্ষণ৷  ডায়বেটিছৰ বাবে চকুৰ লেন্সত প্ৰভাৱ পৰে৷ যাৰ বাবে দৃষ্টিশক্তি ম্লান হৈ পৰিব পাৰে। ইয়াৰ বাবে আপুনি পুৱা স্পষ্টকৈ দেখাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। যদি আপুনিও এই সমস্যাৰ সন্মুখীন হৈছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰাওক৷

মুখ শুকাই যোৱা

গৰমৰ দিনত মুখ শুকান লগাটো সাধাৰণ কথা। কিন্তু যদি আপুনি শীতকালতো ৰাতিপুৱা মুখ শুকান হোৱাৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ইয়াক আওকাণ নকৰিব। ৰাতিপুৱা সাৰ পোৱাৰ পিছত তীব্ৰ পিয়াহ মধুমেহ ৰোগৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত ব্লাড চুগাৰ পৰীক্ষা কৰাব লাগে।

বমি বমি ভাৱ

পুৱা সাৰ পোৱাৰ পিছত বমি বা বমি ভাৱ অহাটোও ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। সাধাৰণতে গৰ্ভৱতী মহিলাৰ প্ৰথম মাহত এই সমস্যা হয়। কিন্তু  গৰ্ভৱতী নোহোৱাকৈয়ে বা পুৰুষৰো এই সমস্যাই দেখা দিয়ে তেন্তে ডায়বেটিছৰ পৰীক্ষা কৰাওক৷

ভাগৰ লগা

সাধাৰণতে পুৱা সাৰ পোৱাৰ পিছত প্ৰতিজন ব্যক্তিয়ে সতেজ অনুভৱ কৰে। কিন্তু সাৰ পোৱাৰ পিছত যদি আপুনি ভাগৰুৱা অনুভৱ কৰে তেন্তে ই ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। আচলতে ইনচুলিনৰ উৎপাদন কম হোৱাৰ বাবে আৰু তেজত চেনিৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে শৰীৰ অলস হৈ পৰে। যদি আপোনাৰো এই লক্ষণে দেখা দিছে তেন্তে ইয়াক আওকাণ নকৰিব।

মূৰৰ বিষ হোৱা

পুৱা সাৰ পোৱাৰ লগে লগে যদি মূৰৰ বিষ হয়, তেন্তে ই তেজত চেনিৰ মাত্ৰা বৃদ্ধি হোৱাৰ লক্ষণ হ’ব পাৰে। টোপনি কম হ’লে বা মানসিক চাপৰ ফলতো মূৰৰ বিষৰ সমস্যা হ’ব পাৰে। কিন্তু যদি নিয়মিতভাৱে ৰাতিপুৱা সাৰ পোৱাৰ পিছত মূৰৰ বিষ হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰোৱা উচিত।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!
জীৱনশৈলী

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

October 22, 2026
হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক
জীৱনশৈলী

হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

October 22, 2026
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

October 22, 2026
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
Next Post
অৰ্জুনৰ পূৰ্বে কৰ্ণই আছিল দ্ৰৌপদীৰ প্ৰথম প্ৰেম! জানক কৰ্ণ-দ্ৰৌপদীৰ সম্পৰ্ক

অৰ্জুনৰ পূৰ্বে কৰ্ণই আছিল দ্ৰৌপদীৰ প্ৰথম প্ৰেম! জানক কৰ্ণ-দ্ৰৌপদীৰ সম্পৰ্ক

লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ, সিদ্ধিদাতাৰ আশীৰ্বাদ কাইলৈ লাভ কৰিব ৫ ৰাশিৰ জাতকে

লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ, সিদ্ধিদাতাৰ আশীৰ্বাদ কাইলৈ লাভ কৰিব ৫ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.