• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী আয়াৰলেণ্ড, ৫০ ৰানতে হেৰুৱাই ৮ উইকেক, ৯৬ ৰানত অলআউট

ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী আয়াৰলেণ্ড, ৫০ ৰানতে হেৰুৱাই ৮ উইকেক, ৯৬ ৰানত অলআউট

2 years ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

4 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

36 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

1 hour ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

10 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

10 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

11 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

11 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

12 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

12 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

13 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

14 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী আয়াৰলেণ্ড, ৫০ ৰানতে হেৰুৱাই ৮ উইকেক, ৯৬ ৰানত অলআউট

editor by editor
June 5, 2024
in ক্ৰীড়া, ভাৰত, ৰাজনীতি
0
ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী আয়াৰলেণ্ড, ৫০ ৰানতে হেৰুৱাই ৮ উইকেক, ৯৬ ৰানত অলআউট
0
SHARES
250
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী আয়াৰলেণ্ড, ৫০ ৰানতে হেৰুৱাই ৮ উইকেক, ৯৬ ৰানত অলআউট১

ভাৰতীয় ধুৰন্ধৰ বলাৰৰ হাতত একেবাৰে ধৰাশায়ী হৈ পৰিছে আয়াৰলেণ্ডৰ ক্ৰিকেটাৰ। মাত্ৰ ৫০ ৰানতে হেৰুৱাই ৮ টা কৈ উইকেট। ১০০ ৰানো সম্পূৰ্ণ কৰিব নোৱাৰে আয়াৰলেণ্ডৰ দলটোৱে।

১৬ অভাৰত ৯৬ ৰান কৰি কেউটা উইকেট হেৰুৱাই আয়াৰলেণ্ড দলটোৱে।

আজি ভাৰতে টি-২০ বিশ্বকাপ ২০২৪ৰ অষ্টমখন খেলত গ্ৰুপ এত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি আছে। খেলখন নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। টিম ইণ্ডিয়াই জয়েৰে প্ৰতিযোগিতাখন আৰম্ভ কৰিব বিচাৰিছে। অৱশ্যে আয়াৰলেণ্ড দলটো এই ক্ষেত্ৰত ভাৰতৰ তুলনাত দুৰ্ৱল দল।

টছত জিকি ভাৰতে আয়াৰলেণ্ডক প্ৰথমে বেট ধৰাৰ বাবে আহ্বান জনাই। দলটোৱে ৫০ ৰানটে হেৰুৱাই ৮ টাকৈ উইকেট। ভাৰতীয় বলাৰৰ হাতত একেবাৰে ধৰাশায়ী হৈ পৰে আয়াৰলেণ্ডৰ ক্ৰিকেটাৰ সকল।

১২ নং অভাৰত আয়াৰলেণ্ডে ৫০ ৰান সংগ্ৰহ কৰি ৮ নম্বৰ উইকেটতো হেৰুৱাই। প্ৰথম অভাৰতে অক্ষৰ পেটেলে এটা উইকেট দখল কৰে। তেওঁ নিজৰ বলত বেৰী মেককাৰ্থীৰ কেচ লয়।

আজিৰ খেলখনত দল দুটাত আছে-

ভাৰতঃ ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, ঋষভ পন্ত (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, মহম্মদ ছিৰাজ।

আয়াৰলেণ্ড: পল ষ্টাৰলিং (অধিনায়ক), এণ্ড্ৰু বালবিৰ্নি, লৰ্কান টাকাৰ (wk), হেৰী টেক্টৰ, কাৰ্টিছ কেম্ফাৰ, জৰ্জ ডক্ৰেল, গেৰেথ ডেলানি, মাৰ্ক এডেয়াৰ, বেৰী মেককাৰ্থী, জোছুয়া লিটল, বেঞ্জামিন হোৱাইট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian Crickterworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
Next Post
আমি সঠিক সময়ৰ অপেক্ষা কৰিছো! ঐক্যবদ্ধ বিৰোধী হিচাপেই সংসদত দায়িত্ব পালনৰ সিদ্ধান্ত ইণ্ডিয়াৰ 

আমি সঠিক সময়ৰ অপেক্ষা কৰিছো! ঐক্যবদ্ধ বিৰোধী হিচাপেই সংসদত দায়িত্ব পালনৰ সিদ্ধান্ত ইণ্ডিয়াৰ 

নীতীশক লাগে ৰে’ল, বিত্ত ইফালে নাইডুক লাগে ১০টা বিভাগ! কাক কি দিব, নিজলৈ কি ৰাখি গঠন হ’ব মোদী ৩.০?

নীতীশক লাগে ৰে’ল, বিত্ত ইফালে নাইডুক লাগে ১০টা বিভাগ! কাক কি দিব, নিজলৈ কি ৰাখি গঠন হ’ব মোদী ৩.০?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.