• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমি সঠিক সময়ৰ অপেক্ষা কৰিছো! ঐক্যবদ্ধ বিৰোধী হিচাপেই সংসদত দায়িত্ব পালনৰ সিদ্ধান্ত ইণ্ডিয়াৰ 

আমি সঠিক সময়ৰ অপেক্ষা কৰিছো! ঐক্যবদ্ধ বিৰোধী হিচাপেই সংসদত দায়িত্ব পালনৰ সিদ্ধান্ত ইণ্ডিয়াৰ 

2 years ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

54 seconds ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

21 minutes ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

1 hour ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

2 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

4 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

5 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

6 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

7 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

8 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আমি সঠিক সময়ৰ অপেক্ষা কৰিছো! ঐক্যবদ্ধ বিৰোধী হিচাপেই সংসদত দায়িত্ব পালনৰ সিদ্ধান্ত ইণ্ডিয়াৰ 

আমি সঠিক সময়ৰ অপেক্ষা কৰিছো! ঐক্যবদ্ধ বিৰোধী হিচাপেই সংসদত দায়িত্ব পালনৰ সিদ্ধান্ত ইণ্ডিয়াৰ 

editor by editor
June 6, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
আমি সঠিক সময়ৰ অপেক্ষা কৰিছো! ঐক্যবদ্ধ বিৰোধী হিচাপেই সংসদত দায়িত্ব পালনৰ সিদ্ধান্ত ইণ্ডিয়াৰ 
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ খৰধৰ নহয়, অপেক্ষা৷ সঠিক সময়ৰ অপেক্ষা৷ সঠিক সময় আৰু সুযোগ বুজি আগবাঢ়িব লাগিব৷ সেই ৰণকৌশলেৰে আগবাঢ়িছে ইণ্ডিয়া জোঁট৷ লোকসভা নিৰ্বাচনত ভাল ফল লাভ কৰিলেও বিৰোধী জোঁট ইণ্ডিয়াৰ চৰকাৰ গঠন কৰিব পৰাকৈ উপযুক্ত সংখ্যা নাই৷ সেয়ে ঐক্যবদ্ধ বিৰোধী হিচাপেই যুঁজ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে বিৰোধী জোঁটে৷ জোঁটৰ বৈঠকৰ পাছত এই কথা প্ৰায় স্পষ্ট কৰি দিছে কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জূন খাৰ্গেই৷ মল্লিকাৰ্জূন খাৰ্গে সংবাদমেল দিয়াৰ সময়ত কাষত আছিল ছোনীয়া আৰু ৰাহুলো৷ ইয়াৰোপৰি তেওঁৰ কাষত আছিল অভিষেক বেনাৰ্জী, সমাজবাদী পাৰ্টীৰ প্ৰধান অখিলেশ যাদৱ, এনচিপিৰ প্ৰধান শাৰদ পাৱাৰ, উদ্ধৱ ঠাকৰেৰ শিৱসেনাৰ নেতা সঞ্জয় ৰাউত, চিপিএএমৰ নেতা সীতাৰাম য়েচুৰী, আপ নেতা সঞ্জয় সিং সহ কেইবাগৰাকীও নেতা৷

এইবাৰৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে বিজেপি দলে৷ ৪০০ পাৰ দূৰৈৰ কথা এনডিএ জোঁটে মিলিও ৩০০ পাৰ কৰিব নোৱাৰিলে৷ অৱশ্যে চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁলোকৰ হাতত সংখ্যা আছে৷ এনডিএৰ বৈঠকৰ পাছত মোদীয়ে ৰাষ্ট্ৰপতিৰ হাতত তুলি দিছে পদত্যাগ পত্ৰ৷ অৰ্থাৎ নতুন চৰকাৰ গঠনৰ বাবে তেঁওলোক সাজু হৈছে৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নায়ডুৰ সমৰ্থনত মোদীয়েই প্ৰধানমন্ত্ৰী হ’ব৷ অৰ্থাৎ তৃতীয়বাৰৰ বাবে মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব৷ এই পৰিস্থিতিত দায়িত্বশীল বিৰোধী হিচাপেই আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছে ইণ্ডিয়া জোঁটে৷

ইণ্ডিয়াৰ হাতত আছে ২৩৩খন আসন৷ চৰকাৰ গঢ়িবলৈ ২৭২খন আসনৰ প্ৰয়োজন৷ এই পৰিস্থিতিত নীতীশ আৰু চন্দ্ৰবাবুক কাষলৈ আনি ইণ্ডিয়াই চৰকাৰ কৰাটো উচিত আছিল নেকি সেই কথাও একাংশ ৰাজনৈতিক বিশেষজ্ঞই চৰ্চা কৰিছে৷ ইণ্ডিয়া বৈঠকত সেই কথাই আলোচনা হ’ব বুলি বহুতে অনুমানো কৰিছিল৷ কিন্তু খাৰ্গেই বৈঠকৰ পাছত স্পষ্ট কৰি দিয়ে যে, ‘সঠিত সময়ত সঠিক সিদ্ধান্ত লম৷’

বহুতৰে মত, মুকলিকৈ খাৰ্গেই কথাবোৰ নকলেও খাৰ্গেই বুজাই দিছে যে বলপূৰ্বৰ টানি আজুৰি চৰকাৰ কৰিলে শাসকদলে ক্ষমতাৰ লোভ বুলি প্ৰচাৰ চলাব সেই বাবেই এই সুযোগ শাসক দলক নিদিয়ে বিৰোধীয়ে৷ ইণ্ডিয়াৰ ভাৱমূৰ্তিত দাগ লগোৱা কাম নকৰে বিৰোধীয়ে৷ সেয়ে সঠিক সময়ৰ অপেক্ষা কৰিহে ৰণনীতি তৈয়াৰৰ কাম কৰিব ইণ্ডিয়া জোঁটে৷ এই সন্দৰ্ভত শিৱসেনাৰ নেতা সঞ্জয়ে কয়, ‘জনগণই এই চৰকাৰ সলাই পেলাবই বিচাৰিছিল৷ সঠিক সময়তেই সেই লক্ষ্য পূৰণ হ’ব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক
জীৱনশৈলী

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

September 12, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা
বাণিজ্য

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

September 12, 2026
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…
সমীক্ষণ (আলোচনী)

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

September 12, 2026
Next Post
নীতীশক লাগে ৰে’ল, বিত্ত ইফালে নাইডুক লাগে ১০টা বিভাগ! কাক কি দিব, নিজলৈ কি ৰাখি গঠন হ’ব মোদী ৩.০?

নীতীশক লাগে ৰে’ল, বিত্ত ইফালে নাইডুক লাগে ১০টা বিভাগ! কাক কি দিব, নিজলৈ কি ৰাখি গঠন হ’ব মোদী ৩.০?

ধৰ্মক লৈ উন্মাদ হৈ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ফল পাইছে মোদীয়েঃ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ

ধৰ্মক লৈ উন্মাদ হৈ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ফল পাইছে মোদীয়েঃ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.