Tag: axom live 24 digital

পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি

পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি

নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিত নিজৰ স্থান পৰিবৰ্তন কৰে৷ শনিয়ে যেতিয়া নিজৰ স্থান বা চলনত পৰিবৰ্তন আনে তেতিয়া বিভিন্ন ...

কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?

কিৰণ ৰাওৱে লিখিছে, ‘সপোন পূৰণ’! অস্কাৰৰ বাবে নিৰ্বাচিত হ’ব নেকি ‘লাপাতা লেডিজ’?

চলিত বছৰত মুক্তি লাভ কৰিছিল কিৰণ ৰাও পৰিচালিত চিনেমা ‘লাপাতা লেডিডে’৷ ছবিখন কেৱলমাত্ৰ বক্স অফিচতেই ভাল পাৰফৰমেন্সেই কৰিছে এনে নহয়৷ ...

কাইলৈ কৃষ্ণা চতুৰ্থীত জোৰদাৰ শ শ যোগ, শনিৰ আশীৰ্বাদত সৌভাগ্যৰ তুংগত থাকিব এই ৫ৰাশি

কাইলৈ কৃষ্ণা চতুৰ্থীত জোৰদাৰ শ শ যোগ, শনিৰ আশীৰ্বাদত সৌভাগ্যৰ তুংগত থাকিব এই ৫ৰাশি

কাইলৈ ২১ ছেপ্টেম্বৰ ২০২৪ শনিবাৰে চন্দ্ৰই পুৱা ৬বাজি ৯ মিনিট পৰ্যন্ত মেষ ৰাশিত অৱস্থান কৰিব৷ তাৰপাছতেই প্ৰৱেশ কৰিব বৃষ ৰাশিত৷ ...

অৱশেষত উদ্ধাৰ হ’ল চুমিৰ ভায়েকে দিয়া ৭৫লাখ টকীয়া হীৰাৰ আঙঠি, ক’ত উদ্ধাৰ হ’ল সেই আঙঠি?

অৱশেষত উদ্ধাৰ হ’ল চুমিৰ ভায়েকে দিয়া ৭৫লাখ টকীয়া হীৰাৰ আঙঠি, ক’ত উদ্ধাৰ হ’ল সেই আঙঠি?

বিলাসী জীৱনৰ অন্ত পৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আছে চুমি আৰু তাৰ্কিক৷ ভায়েকে দিয়া নামী-দামী সকলো উপহাৰ এৰি একেবাৰেই সাধাৰণ জীৱন ...

শুকুৰবাৰে নিশাই কৰক এই কাম, কাটিব গ্ৰহদোষ, সংসাৰত প্ৰৱেশ কৰি স্বয়ং মা লক্ষ্মী

শুকুৰবাৰে নিশাই কৰক এই কাম, কাটিব গ্ৰহদোষ, সংসাৰত প্ৰৱেশ কৰি স্বয়ং মা লক্ষ্মী

বৈদিক জ্যোতিষত আমাৰ জীৱনৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱাৰ উপায় বৰ্ণিত আছে৷ কোষ্ঠীত বিভিন্ন গ্ৰহৰ অশুভ অৱস্থানৰ কাৰণেই আমাৰ জীৱনত ...

গোমাংস, গাহৰিৰ চৰ্বি ব্যৱহাৰ হৈছে তিৰুপতিৰ প্ৰসাদী লাড্ডুত? এই অভিযোগ কিমান সঁচা?

গোমাংস, গাহৰিৰ চৰ্বি ব্যৱহাৰ হৈছে তিৰুপতিৰ প্ৰসাদী লাড্ডুত? এই অভিযোগ কিমান সঁচা?

তিৰুপতি মন্দিৰৰ প্ৰসাদী লাড্ডুত গৰু আৰু গাহৰিৰ চৰ্বি থকাৰ অভিযোগক লৈ দেশজুৰি চলিছে চৰ্চা৷ বিশ্বৰ নানান প্ৰান্তৰ পৰা অসংখ্য ভক্তই ...

ৰিলায়েন্স কৰ্তাই ঘৰলৈ আনিলে ১০০০ কোটিৰ জেট! কি কি সুবিধা উপলব্ধ এই জেটত?

ৰিলায়েন্স কৰ্তাই ঘৰলৈ আনিলে ১০০০ কোটিৰ জেট! কি কি সুবিধা উপলব্ধ এই জেটত?

ভাৰতৰ সকলোতকৈ দামী ব্যক্তিগত জেট বিমানৰ মালিক হ’ল মুকেশ আম্বানী৷ বোয়িং বিবিজে ৭৩৭ মেক্স ৯ নামৰ এই বিশেষ বিমানখন ক্ৰয় ...

বৃহৎ সমস্যাঃ একমাত্ৰ সমাধানৰ পথ কামৰ মাজে মাজে থাকিব মধুসময়ৰ বাবে বিৰতি, কোন দেশে আনিছে এই নিয়ম?

বৃহৎ সমস্যাঃ একমাত্ৰ সমাধানৰ পথ কামৰ মাজে মাজে থাকিব মধুসময়ৰ বাবে বিৰতি, কোন দেশে আনিছে এই নিয়ম?

ৰাছিয়াৰ সন্মুখত এতিয়া ডাঙৰ সমস্যা৷ সমস্যা সমাধানৰ বাবে দেশৰ নাগৰিকসকলক কৰ্মক্ষেত্ৰত মধ্যাহ্নভোজন আৰু কফি বিৰতিৰ মাজে মাজে সংগমৰ পৰামৰ্শ দিছে ...

বাগদান কৰি বিয়া ভাঙিল! বিগবছ ১৬ৰ জনপ্ৰিয় আব্দুক কিয় এৰিলে প্ৰেয়সীয়ে?

বাগদান কৰি বিয়া ভাঙিল! বিগবছ ১৬ৰ জনপ্ৰিয় আব্দুক কিয় এৰিলে প্ৰেয়সীয়ে?

বাগদানৰ মাত্ৰ ৫মাহ পাছতেই বিয়া ভাঙিল বিগ বছ-১৬ৰ প্ৰতিযোগী তথা ছচিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ আব্দু ৰোজিকৰ৷ ডুবাইবাসী বাগদত্তা আমিৰাৰ সৈতে তেওঁৰ ...

আজি সুনীতা উইলিয়ামছৰ ওপজা দিন, ওপজা দিনো মহাকাশতেই পাতিলে সুনীতাই!

আজি সুনীতা উইলিয়ামছৰ ওপজা দিন, ওপজা দিনো মহাকাশতেই পাতিলে সুনীতাই!

NASAৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ আজি ওপজা দিন৷ ১৯ ছেপ্টেম্বৰ অৰ্থাৎ আজি সুনীতাই ৫৯সংখ্যক জন্মদিন পালন কৰিছে আন্তৰ্জাতিক মহাকাশ ষ্টেচনতেই৷ এইবাৰ ...

Page 7 of 420 1 6 7 8 420

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]