১০ বছৰত যি মন যায় তাকেই কৰিলে মোদীয়ে, এইবাৰ কি হ’ব? এযোৰ কাপোৰেৰে দিনটো কটোৱাৰ পৰাই আৰম্ভ কৰিলে নেকি সাধাৰণ হৈ চলাৰ যাত্ৰা?
নৰেন্দ্ৰ মোদীৰ এইবাৰ পাৱাৰ কমিব নেকি? বিগত ১০ বছৰীয়া কাৰ্যকালত বিশ্বৰ শক্তিশালী নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল প্ৰধানমন্ত্ৰী ...















