• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০তকৈয়ে বেছি আফটাৰশ্ব’ক! ক্ষন্তেক সময়ৰ মূৰে মূৰেই কঁপি আছে টাইৱান, ভূমিকম্পই শেষ কৰি দিলে টাইৱানৰ কেইবাটাও অঞ্চল, জাৰি সতৰ্কতা

৫০তকৈয়ে বেছি আফটাৰশ্ব’ক! ক্ষন্তেক সময়ৰ মূৰে মূৰেই কঁপি আছে টাইৱান, ভূমিকম্পই শেষ কৰি দিলে টাইৱানৰ কেইবাটাও অঞ্চল, জাৰি সতৰ্কতা

2 years ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

10 minutes ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

1 hour ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

3 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

4 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

15 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৫০তকৈয়ে বেছি আফটাৰশ্ব’ক! ক্ষন্তেক সময়ৰ মূৰে মূৰেই কঁপি আছে টাইৱান, ভূমিকম্পই শেষ কৰি দিলে টাইৱানৰ কেইবাটাও অঞ্চল, জাৰি সতৰ্কতা

editor by editor
April 3, 2024
in বিবিধ, বিশ্ব, লেখা
0
৫০তকৈয়ে বেছি আফটাৰশ্ব’ক! ক্ষন্তেক সময়ৰ মূৰে মূৰেই কঁপি আছে টাইৱান, ভূমিকম্পই শেষ কৰি দিলে টাইৱানৰ কেইবাটাও অঞ্চল, জাৰি সতৰ্কতা
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিধ্বংসী ভূমিকম্পত কঁপিল টাইৱান। বুধবাৰে পুৱাই এই দ্বীপৰাষ্ট্ৰ কঁপি উঠিল ৭.৪ ৰিখটাৰ স্কেলৰ ভয়াৱহ ভূমিকম্পত। ইতিমধ্যেই টাইৱানত জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কতাও। টাইৱানৰ ওপৰিও ভূমিকম্পৰ তীব্ৰতা অনুভূত হৈছে দক্ষিণ জাপান আৰু ফিলিপাইন্সতো। বৰ্তমান পৰ্যন্ত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৭লৈ বৃদ্ধি পাইছে। আহতৰ সংখ্যা কমপক্ষেও ৮০০ জন বুলি জানিব পৰা গৈছে।

টাইৱানৰ স্থানীয় সময় অনুসৰি পুৱা ঠিক ৮বজাত ভূমিকম্পৰ জোঁকাৰণি অনুভূত হৈছিল টাইৱানত। টাইৱানৰ ভূমিকম্প পৰ্যবেক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা আছিল ৭.২। যদিও ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল ছাৰ্ভেই জনোৱা অনুসৰি কম্পনৰ মাত্ৰা আছিল ৭.৮। ভূমিকেন্দ্ৰৰ অভিকেন্দ্ৰ আছিল টাইৱানৰ হুৱালিয়েন চহৰৰ পৰা ১৮ কিঃমিঃ দূৰত্বত আৰু গভীৰতা আছিল ৩৪.৮ কিঃমিঃ। কম্পনৰ মাত্ৰা ইমানেই বেছি যে একাধিক ঘৰ তাচপাতৰ দৰে খহি পৰাৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। টাইৱানৰ স্থানীয় চেনেলত প্ৰকাশ পোৱা দৃশ্যত দেখা পোৱা অনুসৰি টাইৱানৰ অন্যতম পৰ্যটনকেন্দ্ৰ হুৱালিয়েনৰ একাধিক ঘৰ ভাঙি পৰিছে। ৰাস্তাঘাট সমূহো ফাঁটি দুভাগ হৈ পৰিছে। এই দৃশ্যসমূহেই প্ৰকাশ কৰে ভূমিকম্পৰ ভয়াৱহতাৰ কথা।

এটা ভাইৰেল ভিডিঅ’ত দেখা পোৱা অনুসৰি এখন অত্যাধুনিক ঘৰ হঠাতেই খহি পৰিছে। ল’গে ল’গেই ধূলি হৈ পৰিছে সকলো। আতংকত সকলো লোকেই বাহিৰলৈ ওলাই আহিছে। জাপানৰ পৰাও জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ছুনামীৰ সম্ভাৱনা ব্যক্ত কৰিছে জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই। জাপানৰ বন্দৰসমূহত তিনি মিটাৰ ওখ ছুনামী আহিব পাৰে বুলিও আশংকা কৰা হৈছে। বিশেষভাৱে ছুনামীৰ ফলত ক্ষতিগ্ৰস্থ হ’ব পাৰে মিয়াকোজিমা দ্বীপ। টাইৱান প্ৰশাসনে এটা অফিচিয়েল বিবৃত্তি জাৰি কৰি উল্লেখ কৰিছে, ‘উপকুলীয় অঞ্চলৰ বাসিন্দাসকল সজাগ হৈ থাকক।’

কেৱলমাত্ৰ এটাই নহয় ৭.৮ ৰিখটাৰ স্কে মাত্ৰাৰ মূল কম্পনৰ ওপৰিও আফটাৰশ্বক আহিয়েই আছে। প্ৰথম কম্পনৰ পাছতেই দ্বিতীয়টো কম্পনৰ মাত্ৰা আছিল ৬.৫। টাইৱানৰ হুৱালিয়েন চহৰ এই ভূঁইকঁপত মৃত উপত্যকাত পৰিণত হৈছে। বিশেষজ্ঞই জনোৱা অনুসৰি, চলিত দশকৰ মাজত টাইৱানৰ এয়া সকলোতকৈ ভয়াৱহ ভূমিকম্প। ১৯৯৯ চনৰ পাছত এনে বৃহৎ ভূঁইকপে কপাইছে টাইৱান। ১৯৯৯ চনত হোৱা ভূইকঁপত টাইৱানৰ ২ হাজাৰ ৪০০ মানুহে মৃত্যুক আঁকোৱালি লৈছিল। সেই ভূমিকম্প আছিল টাইৱান দ্বীপৰ ইতিহাসত সকলোতকৈ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
Next Post
প্ৰথমে কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থী, তাৰ পাছতেই মোদী চৰকাৰৰ প্ৰৱল সমালোচক, শেষত সেই বক্সাৰেই এইবাৰ বিজেপিত!

প্ৰথমে কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থী, তাৰ পাছতেই মোদী চৰকাৰৰ প্ৰৱল সমালোচক, শেষত সেই বক্সাৰেই এইবাৰ বিজেপিত!

কাইলৈ শ্ৰাৱণ নক্ষত্ৰত সিদ্ধি যোগ, নাৰায়ণৰ আশীৰ্বাদত জীৱনত উন্নতিৰ যোগ ৫ৰাশিৰ

কাইলৈ শ্ৰাৱণ নক্ষত্ৰত সিদ্ধি যোগ, নাৰায়ণৰ আশীৰ্বাদত জীৱনত উন্নতিৰ যোগ ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.