• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্দিৰৰ হাজাৰ কিঃগ্ৰাঃ সোণ গলাই পেলালে তামিলনাডু চৰকাৰে, বেংকত জমা দি সুদৰ পৰাই আয় কৰিছে কোটি কোটি ধন, কি কৰিছে সেই ধনেৰে?

12 months ago
৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

3 hours ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

4 hours ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

5 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

6 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

7 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

8 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

9 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মন্দিৰৰ হাজাৰ কিঃগ্ৰাঃ সোণ গলাই পেলালে তামিলনাডু চৰকাৰে, বেংকত জমা দি সুদৰ পৰাই আয় কৰিছে কোটি কোটি ধন, কি কৰিছে সেই ধনেৰে?

মন্দিৰৰ হাজাৰ কিঃগ্ৰাঃ সোণ গলাই পেলালে তামিলনাডু চৰকাৰে, বেংকত জমা দি সুদৰ পৰাই আয় কৰিছে কোটি কোটি ধন, কি কৰিছে সেই ধনেৰে?

editor by editor
April 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মন্দিৰৰ হাজাৰ কিঃগ্ৰাঃ সোণ গলাই পেলালে তামিলনাডু চৰকাৰে, বেংকত জমা দি সুদৰ পৰাই আয় কৰিছে কোটি কোটি ধন, কি কৰিছে সেই ধনেৰে?
0
SHARES
955
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২১টা মন্দিৰৰ অব্যৱহৃত সোণ গলাই পেলালে তামিলনাডু চৰকাৰে৷ হাজাৰ কিঃগ্ৰাঃৰ বেছি ওজনৰ সোণ গলোৱা হৈছে৷ এই সোণ পৰিণত কৰা হৈছে ২৪ কেৰেটৰ সোণলৈ৷ সেইসমূহ বেংকত থৈ বছৰি ১৮ কোটি টকা উপাৰ্জন কৰিছে ৰাজ্য চৰকাৰে৷ কেৱল সুদৰ বাবদতেই এই ধন লাভ কৰি আছে তামিলনাডু চৰকাৰে৷ তামিলনাডু বিধানসভাত বৃহস্পতিবাৰে এই তথ্য জনাইছে ৰাজ্যৰ হিন্দু ধৰ্মীয় সম্পত্তি বিষয়ক মন্ত্ৰী পি পে ছেকৰ বসুৱে৷ বিধানসভাত মন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি ৰাজ্যৰ ২১টা মন্দিৰত ভক্তসকলৰ দানৰ যি সমস্ত সোণ অব্যৱহৃত অৱস্থাত পৰি আছিল সেয়া প্ৰথমে পৃথক কৰা হৈছে৷

২০২৫ চনৰ ৩১ মাৰ্চ পৰ্যন্ত এই অব্যৱহৃত মুঠ সোণৰ পৰিমাণ ১০৭৪ কিঃগ্ৰাঃতকৈ কিছু বেছি৷ তাৰ মাজত তিৰুচিৰাপল্লীৰ অৰুলমিগু মাৰিয়াম্মান মন্দিৰৰ পৰাই আহিছে ৪২৪.২৬ কেজি সোণ৷ মুম্বাইৰ চৰকাৰী কাৰখানাত এই সোণ গলোৱা হৈছে৷ তাতেই তৈয়াৰ হৈছে সোণৰ বিস্কুট৷ ভাৰতীয় ষ্টেট বেংকৰ নিৰ্দিষ্ট বিমা প্ৰকল্পত এই সোণ জমা ৰখা হৈছে৷ বছৰি ১৭.৮১ কোটি সুদ পোৱা গৈছে সেই সোণৰ পৰা৷

তামিলনাডু চৰকাৰে জনাইছে যে মন্দিৰৰ সোণৰ পৰা পোৱা সুদৰ অৰ্থৰে মন্দিৰৰেই উন্নয়নত ব্যৱহাৰ কৰা হৈছে৷ ৰাজ্যৰ সমস্ত মন্দিৰৰ পৰিকাঠামোগত উন্নয়ণ, ৰক্ষণাবেক্ষণ আৰু বিভিন্ন পূজাপাৰ্বনত এই ধন খৰচ হৈছে৷ সমগ্ৰ প্ৰক্ৰিয়াৰ স্বচ্ছতা বজায় ৰাখিবলৈ তিনিটা আঞ্চলিক কমিটি গঠন কৰিছে চৰকাৰে৷ প্ৰতিখন কমিটিতেই ৰখা হৈছে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ৷ সোণ বিনিয়োগৰ প্ৰকল্পৰ তত্ত্বাবধানৰ দায়িত্বত আছে তেওঁলোক৷

সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি মন্দিৰৰ সোণ বিনিয়োগৰ এই প্ৰকল্প মাজতে থমকি গৈছিল৷ চৰকাৰৰ সেউজ সংকেত পোৱাৰ পাছত ২০২১-২২ চনত আকৌ আৰম্ভ হয়৷ কিন্তু সোণ নহয়, তামিলনাডু চৰকাৰে মন্দিৰৰ বিনিয়োগৰ কথা এইবাৰ চিন্তা কৰিছে৷ অব্যৱহৃত বা ব্যৱহাৰৰ অযোগ্য ৰূপ যি বিভিন্ন সময়ত ভক্তই দান কৰিছে সেইসমূহ গলাই বেংকত জমা ৰখা হব৷ মন্দিৰৰ তৰফৰ পৰা জোনেল কমিটিৰ তত্ত্বাবধানত এই ৰূপসমূহ গলোৱা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল
জীৱনশৈলী

April 1, 2026
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?
জীৱনশৈলী

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

April 1, 2026
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ
জীৱনশৈলী

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

April 1, 2026
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?
জীৱনশৈলী

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

April 1, 2026
Next Post
কৃষ্ণা পঞ্চমীত মালব্য ৰাজযোগ, শুক্ৰবাৰে স্বয়ং লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

যুদ্ধ চলিবলৈ এডাল্ট ভিডিঅ’ৰ পৰা কৰ সংগ্ৰহ! আইন সলোৱাৰ পথত ইউক্ৰেইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন