• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণা পঞ্চমীত মালব্য ৰাজযোগ, শুক্ৰবাৰে স্বয়ং লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কৃষ্ণা পঞ্চমীত মালব্য ৰাজযোগ, শুক্ৰবাৰে স্বয়ং লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

1 year ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

17 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

18 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

18 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

19 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

20 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

20 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

21 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

21 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

22 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

22 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

23 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৃষ্ণা পঞ্চমীত মালব্য ৰাজযোগ, শুক্ৰবাৰে স্বয়ং লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কৃষ্ণা পঞ্চমীত মালব্য ৰাজযোগ, শুক্ৰবাৰে স্বয়ং লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

editor by editor
April 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কৃষ্ণা পঞ্চমীত মালব্য ৰাজযোগ, শুক্ৰবাৰে স্বয়ং লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ এপ্ৰিল ২০২৫ শুকুৰবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি ব’হাগৰ কৃষ্ণা পঞ্চমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি পৰিঘ যোগ আৰু শিৱ যোগৰ প্ৰভাৱ আছে৷ আজি আছে জ্যেষ্ঠা নক্ষত্ৰ আৰু মূল নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ৷ হিন্দুধৰ্মত শুক্ৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ লাফলা অহাৰ দিন৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

আজি ১৮ এপ্ৰিলৰ দিনটো অত্যন্ত লাভজনক মেষ ৰাশিৰ জাতকৰ বাবে৷ আপোনাৰ মনত পজিটিভ চিন্তাৰে পৰিপূৰ্ণ থাকিব৷ কোনো নতুন কাম আৰম্ভ কৰিব পাৰে৷ নিজৰ চিন্তা আৰু কামেৰে আজি ডাঙৰ সাফল্য লাভ কৰাৰ যোগ আছে৷ উপাৰ্জন বহুপৰিমাণে বাঢ়িব মেষ ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত বিশেষ উন্নতি কৰাৰ সম্ভাৱনা আছে৷

মিথুন ৰাশি

আজিৰ দিনটো লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ পেছাগত জীৱনত বিশেষ সাফল্য অৰ্জন কৰিব পাৰিব৷ আজি মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব মিথুন ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ ইচ্ছাশক্তিৰ জোৰত আজি বহু চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব৷ পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত বেলেন্স বজায় ৰাখিব পাৰিব মিথুন ৰাশিৰ জাতকে৷

সিংহ ৰাশি

আজি ১৮ এপ্ৰিলৰ দিনটো সাফল্যৰে ভৰা হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ সিংহৰ জাতকৰ ব্যৱসায়ীয়ে আজি মোটা টকা লাভ কৰিব পাৰে৷ বিনিয়োগ কৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ পৰিঘ যোগৰ প্ৰভাৱত আজি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে৷ অফিচত সহকৰ্মী আৰু বছৰ সৈতে সম্পৰ্ক বেছ উন্নত হব৷

তুলা ৰাশি

আজি পৰিঘ যোগত ধন লাভ হোৱাৰ সম্ভাৱনা আছে তুলা ৰাশিৰ জাতকৰ৷ আজি স্থাবৰ আৰু অস্থাৱৰ সম্পত্তি লাভ কৰাৰ যোগ আছে৷ ৰৈ থকা টকা লক্ষ্মীৰ আশীৰ্বাদত সেই ধন উভতাই পাব তুলা ৰাশিৰ জাতকে৷ আত্মীয়ৰ পৰা কোনো সুখবৰ পাব পাৰে৷ নিজৰ কেৰিয়াৰ সংক্ৰান্তিয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

মকৰ ৰাশি

আজি শিৱ যোগৰ শুভ প্ৰভাৱ লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ আজি বেছ কিছু অৰ্থ আপোনাৰ হাতলৈ আহিব৷ উত্তৰাধিকাৰ সূত্ৰে আজি সম্পত্তি লাভ কৰিব৷ অফিচত কোনো সুখবৰ পাব পাৰে৷ পুৰণি কোনো অসুখ থাকিলে আজি আপোনাৰ শৰীৰ ভালে থাকিব৷ ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে বিশেষ কামৰ দায়িত্ব আৰু পদ লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন
জীৱনশৈলী

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

August 15, 2026
Next Post
যুদ্ধ চলিবলৈ এডাল্ট ভিডিঅ’ৰ পৰা কৰ সংগ্ৰহ! আইন সলোৱাৰ পথত ইউক্ৰেইন

যুদ্ধ চলিবলৈ এডাল্ট ভিডিঅ’ৰ পৰা কৰ সংগ্ৰহ! আইন সলোৱাৰ পথত ইউক্ৰেইন

আকৌ তালিবানী ফতোৱা,  চুলি কটা, দাঢ়ি কটা ইত্যাদি কেইবাটাও বিষয়ত পুৰুষে মানিব লাগিব নিৰ্দেশনা, অন্যথা কাৰাবাসৰ ওপৰিও দিয়া হ’ব এই শাস্তি

আকৌ তালিবানী ফতোৱা, চুলি কটা, দাঢ়ি কটা ইত্যাদি কেইবাটাও বিষয়ত পুৰুষে মানিব লাগিব নিৰ্দেশনা, অন্যথা কাৰাবাসৰ ওপৰিও দিয়া হ’ব এই শাস্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.