• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ গজত অঘটন, খেলৰ মাজতেই বুকুত মাৰাত্মক বিষ, এয়াৰ এম্বুলেন্সতো উঠাব পৰা নাই তামিম ইকবালক, সংকটজনক অৱস্থাত চিকিৎসাধীন তামিম ইকবাল

1 year ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

28 minutes ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

2 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

4 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

5 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

6 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

7 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

8 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২২ গজত অঘটন, খেলৰ মাজতেই বুকুত মাৰাত্মক বিষ, এয়াৰ এম্বুলেন্সতো উঠাব পৰা নাই তামিম ইকবালক, সংকটজনক অৱস্থাত চিকিৎসাধীন তামিম ইকবাল

২২ গজত অঘটন, খেলৰ মাজতেই বুকুত মাৰাত্মক বিষ, এয়াৰ এম্বুলেন্সতো উঠাব পৰা নাই তামিম ইকবালক, সংকটজনক অৱস্থাত চিকিৎসাধীন তামিম ইকবাল

editor by editor
March 24, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
২২ গজত অঘটন, খেলৰ মাজতেই বুকুত মাৰাত্মক বিষ, এয়াৰ এম্বুলেন্সতো উঠাব পৰা নাই তামিম ইকবালক, সংকটজনক অৱস্থাত চিকিৎসাধীন তামিম ইকবাল
0
SHARES
670
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে আহিছে দুঃসংবাদ৷ ঢাকা প্ৰিমিয়াৰ লিগ ২০২৫ৰ মেচ চলি থকাৰ সময়ত বুকুত বিষ অনুভৱ কৰাৰ পাছতেই বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ তামিম ইকবালক দ্ৰুততৰভাৱে হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ সূত্ৰৰ খবৰ অনুসৰি বেটছমেনজনৰ অৱস্থা সংকটজনক৷

২৪ মাৰ্চত ছাভাৰৰ বাংলাদেশ ক্ৰীড়া শিক্ষাপ্ৰতিষ্ঠানৰ ৩ নম্বৰ গ্ৰাউণ্ডত মহামেডান স্পোটিং ক্লাব চাইনপুকুৰ ক্ৰিকেট ক্লাবৰ মাজত মেচ চলি থকাৰ মাজতেই এই ঘটনা৷ মেচৰ পূৰ্বে টচ কৰিবলৈ গৈছিল তামিম৷ কিন্তু চাইনপুকুৰৰ ইনিংছৰ সময়ত ফিল্ডিং কৰাৰ সময়ত শৰীৰত অস্বস্তি বোধ কৰে৷ ইয়াৰপাছতেই মেডিকেল টিমে তেওঁক চিকিৎসাৰ বাবে লৈ যায়৷ বাহিৰলৈ যোৱাৰ বাবে লগে লগেই এয়াৰ এম্বুলেঞ্চ মতা হয়৷

তামিমক বিমানেৰে বাহিৰলৈ অনাত কিছু জটিলতাই দেখা দিয়াৰ ফলত তেওঁক ফজিলাতুন্নচা হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ মহামেডানৰ এগৰাকী কৰ্মকৰ্তাই তেওঁৰ মন্তব্যত কয়, ‘তামিম বৰ্তমান হাস্পতালত ভৰ্তি, এতিয়াও তেওঁৰ অৱস্থা উন্নত নহয়৷ তেওঁক ফজিলাতুন্নচা হাস্পতালৰ পৰা সেয়ে উন্নত চিকিৎসাৰ বাবে ছাভাৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷

বাংলাদেশৰ ক্ৰিকেট বৰ্ডৰ প্ৰধান চিকিৎসক ডাঃ দেৱাশীষ চৌধুৰীয়ে তামিমৰ স্বাস্থ্যক লৈ জনাই যে, মেডিকেল ৰিপৰ্টে নিশ্চিত কৰিছে যে তামিমৰ মেছিভ হাৰ্ট এটেক হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

April 10, 2026
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
Next Post
জোফ্ৰা আৰ্চাৰক ক’লা টেক্সিৰ লগত তুলনা কৰি বিতৰ্কত হৰভজন সিং

মাৰ্গী দশাত গতি কৰিব বুধে, ৭ এপ্ৰিলৰ পৰা কঁপাল খুলিব এই ৩ৰাশিৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন