• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Tata Curvvৰ পেট্ৰল আৰু ডিজেল ৯.৯৯ লাখ টকাতে লঞ্চ, কম টকাতেই টাটাই দিছে বিলাসী সুবিধা

Tata Curvvৰ পেট্ৰল আৰু ডিজেল ৯.৯৯ লাখ টকাতে লঞ্চ, কম টকাতেই টাটাই দিছে বিলাসী সুবিধা

2 years ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

1 hour ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

4 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

5 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

6 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

6 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

7 hours ago
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

8 hours ago
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

8 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

9 hours ago
কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

Tata Curvvৰ পেট্ৰল আৰু ডিজেল ৯.৯৯ লাখ টকাতে লঞ্চ, কম টকাতেই টাটাই দিছে বিলাসী সুবিধা

Tata Curvv পেট্ৰল আৰু ডিজেল ৯.৯৯ লাখ টকাতে লঞ্চ, কম টকাতেই টাটাই দিছে বিলাসী সুবিধা

editor by editor
September 3, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
Tata Curvvৰ পেট্ৰল আৰু ডিজেল ৯.৯৯ লাখ টকাতে লঞ্চ, কম টকাতেই টাটাই দিছে বিলাসী সুবিধা
0
SHARES
471
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত Curvvৰ সকলো ইলেকট্ৰিক সংস্কৰণ লঞ্চ কৰাৰ পাছত এইবাৰ Tataই ভাৰতত Curvv-ৰ ICE সংস্কৰণ লঞ্চ কৰিছে৷ যাৰ দাম ৯.৯৯ লাখ টকা বুলি টাটাই প্ৰকাশ কৰিছে তথ্য৷ এয়া এক্স শ্বৰুম প্ৰাইজ৷ Tata Curvv পেট্ৰল ইঞ্জিন আৰু ডিজেল ইঞ্জিনত উপলব্ধ৷ টাটাই তিনিটা ইঞ্জিন বাচনি কৰাৰ লগতে ডুয়েল ক্লাছ গেয়াৰবক্স বিকল্পও অফাৰ কৰিছে৷

Tata Curvv ICE দাম

Revotron পেট্রল ইঞ্জিন সহ Tata Curvvৰ এক্স শ্বৰুমৰ দাম ৯.৯৯ লাখৰ পৰা আৰম্ভ হ’ব৷ নতুন Hyperion পেট্ৰল ইঞ্জিনৰ দাম আৰম্ভ হ’ব ১৩.৯৯ লাখ টকাৰ পৰা আৰু Kyrojet ডিজেল ট্ৰিমৰ দাম ১১.৪৯লাখ টকাৰ পৰা আৰম্ভ হৈছে৷ Tata Curvv ICE ৰ মুঠ আঁঠটা ভেৰিয়েণ্ট পোৱা যায়৷ স্মাৰ্ট, পিউৰ+, পিউৰ+এছ, ক্ৰিয়েটিভ, ক্ৰিয়েটিভ এছ, ক্ৰিয়েটিভ+এছ, একমপ্লিছড এছ আৰু একমপ্লিছড+এ৷

টাটা Curvv ICE বৈশিষ্ট্য

Tata Curvv-ত ডুয়েল টোন থিম ৰঙসমূহৰ ওপৰিও নেক্সনৰ অনুৰূপ কেবিন আছে৷ ষ্টাইৰিং হুইল হেৰিয়াৰ আৰু ছাফাৰিৰ দৰেই৷ Curvv স্মাৰ্টফোন কানেক্টিভিটি, নেভিগেছন, আৰু ডিজিটেল ডেছ, এটা পেনোৰোমিক ৰুফ, ৰিক্লিনেবল ৰিয়েৰ চিট আৰু অন্যসমূহৰ দৰে বতাহ চলাচলৰ চিটসহ এটা ১২.৩ ইঞ্চি ইনফটেইমেণ্ট চিষ্টেম উপলব্ধ৷ সুৰক্ষা ফ্ৰন্টত Tata Curvvত ৬টা এয়াৰবেগ, লেভেল 2 ADAS, এটা ৩৬০ ডিগ্ৰী কেমেৰা, অটো হোল্ডসহ এটা ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক, ISOFIX চাইল্ড চিট এংকৰ, এয়া টায়াৰ প্ৰেছাৰ মনিটৰিং চিষ্টেম আৰু বহু কিছু সুবিধা উপলব্ধ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

April 6, 2026
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা
ভাৰত

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

April 6, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

April 6, 2026
Next Post
৭হাজাৰ ব্যক্তিগত বাহন, হাত ধোৱা বেচিনো সোণৰ, প্ৰধানমন্ত্ৰী মোদী যোৱা ব্ৰুনাইৰ চুলতান কোন? ইমান সম্পত্তিৰ অধিকাৰী কেনেকৈ ব্ৰুনাইৰ ৰাষ্ট্ৰপ্ৰধান?

৭হাজাৰ ব্যক্তিগত বাহন, হাত ধোৱা বেচিনো সোণৰ, প্ৰধানমন্ত্ৰী মোদী যোৱা ব্ৰুনাইৰ চুলতান কোন? ইমান সম্পত্তিৰ অধিকাৰী কেনেকৈ ব্ৰুনাইৰ ৰাষ্ট্ৰপ্ৰধান?

বিশ্বকৰ্মা পূজাতেই কপাল খুলিব ৩ৰাশিৰ জাতকৰ! কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

বিশ্বকৰ্মা পূজাতেই কপাল খুলিব ৩ৰাশিৰ জাতকৰ! কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.