• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকৰ্মা পূজাতেই কপাল খুলিব ৩ৰাশিৰ জাতকৰ! কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

বিশ্বকৰ্মা পূজাতেই কপাল খুলিব ৩ৰাশিৰ জাতকৰ! কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

2 years ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

10 minutes ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

2 hours ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

2 hours ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

3 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

4 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

5 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

6 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

7 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

8 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

9 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

10 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিশ্বকৰ্মা পূজাতেই কপাল খুলিব ৩ৰাশিৰ জাতকৰ! কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

বিশ্বকৰ্মা পূজাতেই কপাল খুলিব ৩ৰাশিৰ জাতকৰ! কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

editor by editor
September 3, 2024
in ভাৰত, লেখা
0
বিশ্বকৰ্মা পূজাতেই কপাল খুলিব ৩ৰাশিৰ জাতকৰ! কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যেক মাহতেই সূৰ্যই ৰাশি পৰিবৰ্তন কৰে৷ যাক সংক্ৰান্তি বুলি জনা যায়৷ ছেপ্টেম্বৰ মাহত সূৰ্যই কন্যা ৰাশিত গোচৰ কৰিব, যাক কন্যা সংক্ৰান্তি বুলি জনা যায়৷ কন্যা সংক্ৰান্তিৰ দিনটো বিশেষ কাৰণ এই দিনটোত বিশ্বকৰ্মা পূজাও৷ বৈদিক পঞ্জিকা অনুসৰি এইবাৰ ১৬ ছেপ্টেম্বৰৰ বিয়লীৰ ভাগত অৰ্থাৎ ৭.৪৭ মিনিটৰ পাছত সূৰ্যই কন্যা ৰাশিত গোচৰ কৰিব৷ সন্ধিয়া আৰু নিশাৰ সময়ত ভগৱান বিশ্বকৰ্মাৰ পূজা কৰাটো অশুভ বুলি কোৱা হয়৷ এইবাৰ ১৭ ছেপ্টেম্বৰ ২০২৪ত বিশ্বকৰ্মা পূজাৰ শুভ সময় পুৱা ১১:০৮ বজাৰ পৰা  ১:৪৩ বজালৈ৷ বিশ্বকৰ্মা পূজাৰ দিনা দুটাকৈ শুভ যোগ আছে৷ বিশ্বকৰ্মা পূজাৰ দিনা গঠিত বিস্ময়কৰ যোগৰ ফলত কোন তিনিটা ৰাশিৰ ধন-সম্পত্তি বৃদ্ধি পাব?

মেষ ৰাশি

বিশ্বকৰ্মা পূজাৰ দিনা গঠিত শ্বুল যোগ আৰু ধৃতি যোগে মেষ ৰাশিৰ লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। প্ৰতিটো ক্ষেত্ৰতে সফল হ’ব। নতুন চাকৰি বিচৰাসকলে ১৭ ছেপ্টেম্বৰৰ ভিতৰত ভাল খবৰ পাব পাৰে। বৈবাহিক জীৱনতো আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক অধিক মজবুত হৈ পৰিব।

মকৰ ৰাশি

বিশ্বকৰ্মাৰ আশীৰ্বাদত মকৰ ৰাশিৰ লোকৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ’ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কৰা প্ৰচেষ্টা সফল হ’ব। আগন্তুক সময়ত হয়তো অপৰিসীম ধন-সম্পত্তি পাব। বৈবাহিক জীৱনত সুখ থাকিব। কৰ্মত নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। সমাজত নতুন পৰিচয় গঢ়ি তুলিব আপুনি৷

মীন ৰাশি

বিশ্বকৰ্মা পূজাৰ দিনা গঠিত শ্বুল যোগ আৰু ধৃতি যোগ মীন ৰাশিৰ লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। যুৱক-যুৱতীসকলৰ নিজৰ পছন্দৰ কোম্পানীৰ সৈতে কাম কৰাৰ সপোন পূৰণ হ’ব পাৰে। ব্যৱসায়ী আৰু দোকানীৰ আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। ব্যৱসায়ীসকলে বিদেশী কোম্পানীৰ সৈতে কাম কৰিলে লাভজনক ফল পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!
বাণিজ্য

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

June 19, 2026
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

June 19, 2026
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!
বিনোদন

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

June 19, 2026
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!
অসম

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

June 19, 2026
Next Post
গুৰু চন্দ্ৰৰ নৱপঞ্চম যোগ, সিদ্ধিদাতাৰ কৃপাত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ উঠিব এই৫ৰাশিৰ

গুৰু চন্দ্ৰৰ নৱপঞ্চম যোগ, সিদ্ধিদাতাৰ কৃপাত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ উঠিব এই৫ৰাশিৰ

‘এয়াই সঠিক সময়…!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

‘এয়াই সঠিক সময়...!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.