• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰু চন্দ্ৰৰ নৱপঞ্চম যোগ, সিদ্ধিদাতাৰ কৃপাত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ উঠিব এই৫ৰাশিৰ

গুৰু চন্দ্ৰৰ নৱপঞ্চম যোগ, সিদ্ধিদাতাৰ কৃপাত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ উঠিব এই৫ৰাশিৰ

2 years ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

13 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

50 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

2 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

3 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

4 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

5 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

6 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

7 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰু চন্দ্ৰৰ নৱপঞ্চম যোগ, সিদ্ধিদাতাৰ কৃপাত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ উঠিব এই৫ৰাশিৰ

গুৰু চন্দ্ৰৰ নৱপঞ্চম যোগ, সিদ্ধিদাতাৰ কৃপাত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ উঠিব এই৫ৰাশিৰ

editor by editor
September 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
গুৰু চন্দ্ৰৰ নৱপঞ্চম যোগ, সিদ্ধিদাতাৰ কৃপাত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ উঠিব এই৫ৰাশিৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৪ ছেপ্টেম্বৰ ২০২৪ বুধবাৰে নিশা চন্দ্ৰই সিংহ ৰাশি ত্যাগ কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সাধ্য যোগ আৰু শুভ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ তৈয়াৰ হ’ব চন্দ্ৰ নৱপঞ্চম যোগ৷ ইয়াৰোপৰি কাইলৈ থাকিব উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ সৈতে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব?

মেষ ৰাশি

কাইলৈ কোনো বিশেষ জ্ঞানী মানুহৰ সংগ লাভ কৰি ধন্য হ’ব মেষ ৰাশিৰ জাতক৷ সেই ব্যক্তিৰ পৰা বহু কথাই শিকিব পাৰিব আপুনি৷ নিজৰ কামৰ বাবে কাৰ্যালয়ৰ ছিনিয়ৰসকলৰ প্ৰশংসা পাব আপুনি৷ কাইলৈ কোনোৱে আপোনাৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিব পাৰে, সেই কথাত কান নিদিব৷ কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷ অলপ চেষ্টাতেই বৃহৎ সাফল্য পাব৷

কৰ্কট ৰাশি

কাইলৈ ৪ ছেপ্টেম্বৰত শুভ যোগৰ প্ৰভাৱত হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ ব্যৱসায়ীক যাত্ৰাৰ পৰা লাভ উপাৰ্জন কৰিব৷ ব্যৱসায়ত সন্তোষজনক উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ চাকৰিত নতুন কোনো কামৰ দায়িত্ব আপুনি পাব পাৰে৷ প্ৰয়োজনত পৰিয়ালক নিজৰ কাষত পাব৷ এনাৰ্জিৰে কাইলৈ সকলো কাম সম্পন্ন কৰিব পাৰিব৷

কন্যা ৰাশি

কাইলৈ সাধ্য যোগৰ শুভ প্ৰভাৱত জীৱনত বেছ সুযোগ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ নতুন মাটি বা ঘৰ ক্ৰয়ৰ পথত আৰু কোনো বাধা নাথাকিব৷ বন্ধুৰ সৈতে কাইলৈ কোনো স্থানলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ কোনোৱে গোপনে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিলে সফল নহ’ব৷ ব্যৱসায়ত কাইলৈ বিশেষ উন্নতি কৰাৰ সুযোগ পাব৷ আপোনাৰ পৰিয়ালত কাইলৈ সুখৰ পৰিবেশ থাকিব৷

বৃশ্চিক ৰাশি

কাইলৈ কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ গণপতিৰ আশীৰ্বাদত ছাত্ৰ-ছাত্ৰীয়ে কাইলৈ পঢ়াশুনাত বৃহৎ সাফল্য পাব৷ কাইলৈ আপুনি নিজৰ পছন্দমতে খাদ্য খাব৷ পৰিয়াল আৰু বন্ধুৰ সৈতে আনন্দেৰে দিনটো কটাব৷ বিনিয়োগৰ পৰা কাইলৈ বৃহৎ লাভ হ’ব৷ কোনো তীৰ্থক্ষেত্ৰত ভ্ৰমণৰ পৰিকল্পনাত সফল হ’ব৷

মীন ৰাশি

৪ছেপ্টেম্বৰত শুভ যোগৰ প্ৰভাৱত কোনো সুখবৰ পাব পাৰে মীন ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ ঘৰত অতিথিৰ সমাগম হ’ব পাৰে৷ কাইলৈ আত্মবিশ্বাসৰে তুংগত থাকিব মীন ৰাশিৰ জাতকে৷ কাইলৈ ব্যৱসায়ৰ পৰা আপুনি আৰ্থিকভাৱে বৃহৎ সাফল্য পাব৷ বিনিয়োগৰ পৰা কাইলৈ লাভ হোৱাৰ যোগ আছে৷ ভাতৃৰ পৰা কাইলৈ প্ৰয়োজনীয় তথ্য পাব৷ সন্তান সম্পৰ্কীয় কোনো সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
Next Post
‘এয়াই সঠিক সময়…!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

‘এয়াই সঠিক সময়...!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?

ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.