• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এয়াই সঠিক সময়…!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

‘এয়াই সঠিক সময়…!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

2 years ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

4 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

4 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

4 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

5 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

5 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

6 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

6 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

7 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

7 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

9 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

10 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘এয়াই সঠিক সময়…!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

‘এয়াই সঠিক সময়...!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

editor by editor
September 3, 2024
in ক্ৰীড়া, বিশ্ব
0
‘এয়াই সঠিক সময়…!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিলে উৰুগুৱেৰ কিংবদন্তী ষ্ট্ৰাইকাৰ লুই ছুৱাৰেজে৷ ৩৭ বছৰ বয়সীয়া এইগৰাকী উৰুগুৱে ষ্ট্ৰাইকাৰে চকুপানী টুকি ঘোষণা কৰে অৱসৰৰ কথা৷ তেওঁ শেষ মেচ খেলিব ২০২৬ চনৰ FIFA বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচ৷ সেই মেচ হ’ব পেৰাগুৱেৰ বিৰুদ্ধে৷ সেই মেচেই হ’ব তেওঁৰ ফেয়াৰৱেল মেচ৷

ছুৱাৰেজে তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰৰ পৰা বিদায় ল’লেও আন্তৰ্জাতিক স্তৰত সকলোতকৈ বেছি গল কৰে৷ উৰুগুৱেৰ সকলোতকৈ বেছি গল দিয়া খেলুৱৈ হিচাপে তেওঁ জনাজাত৷ আৰু তেওঁ শেষ মেচ খেলাৰ বাবে বাছি লৈছে ঐতিহাসিক এস্তাদিঅ ছেণ্টেনাৰিও ষ্টেডিয়ামক৷ ১৯৩০ চনত FIFA বিশ্বকাপৰ প্ৰথম মেচ এই ষ্টেডিয়ামতেই খেলা হৈছিল৷

লুই ছুৱাৰেজে কয়, ‘মই এই বিষয়টোক লৈ বহুদিন ভাৱিছো আৰু পৰ্যবেক্ষণো কৰিছো৷ মই ভাৱিছো অৱসৰৰ বাবে এয়াই সঠিক সময়৷ মই জাতীয় দলৰ হৈ শেষ মেচ খেলি ৰিলেক্স হৈ পৰিম৷ মই এতিয়া ইমানেই উত্তেজিত যে মই সেই ২০০৭ চনৰ প্ৰথম মেচ খেলোতে যেনেকৈ উত্তেজিত হৈছিলো৷ ১৯ বছৰীয়া সেই তৰুণ খেলুৱৈজন এতিয়া ছিনিয়ৰ প্লেয়াৰ৷ এজন বয়ষ্ক খেলুৱৈ৷ মই এনে এটা দলৰ হৈ খেলিছো যাৰ এক সোণালী অধ্যায় আছে৷’

উৰুগুৱেৰ হৈ লুই ছুয়াৰেজৰো এক আকৰ্ষণীয় ইতিহাস আছে৷ তেওঁক কোৱা হয় পিস্তলেৰো৷ যাৰ অৰ্থ ফিনিছিঙৰ গুৰু৷ ছুয়াৰেজ এতিয়া উৰুগুৱেৰ আটাইতকৈ বেছি গল দিয়া খেলুৱৈ৷ ১৪ বছৰৰ আন্তৰ্জাতিক কেৰিয়াৰত তেওঁ মুঠ ১৪২ খন মেচ খেলিছে আৰু গোল দিছে ৬৯টা৷ তেওঁ অৱসৰৰ পূৰ্বে শেষ মেচ খেলিছে ২০২৪ৰ কোপা আমেৰিকা৷ তাতেই তেওঁ অতিৰিক্ত সময়ত পেনাল্টি শুটআউটৰ পৰা গল কৰে৷ উৰুগুৱে কোপা আমেৰিকাত তৃতীয় স্থানত থাকে৷ ছুয়োৰেজে এই খেলক লৈ কয়, ‘মই বহুত কঠিন কঠিন সময়ৰ সৈতে মোকাবিলা কৰিছো৷ বহু অভিজ্ঞতা আছে এই তালিকাত৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of AssamfootballLuis SuarezSelecciónUruguaya
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’
বিশ্ব

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

October 27, 2026
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড
বিনোদন

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

October 27, 2026
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!
নিয়োগ

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

October 26, 2026
Next Post
ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?

ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?

পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.