• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

10 months ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

3 hours ago
এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

নিশা প্ৰায়েই টোপনি ভাঙি যায়? শৰীৰত কি মাৰাত্মক ৰোগে বাঁহ বান্ধিছে? নাজানিলেই চৰম বিপদত পৰিব পাৰে আপুনিও

4 hours ago
শনিৰ মাৰ্গীত ভয়ংকৰ শক্তি বাঢ়িছে, সৌভাগ্য তুংগত উঠিব ৩ ৰাশিৰ, বাঢ়িব আয়, অৰ্থ সাফল্যৰে ভৰিব জীৱন

5 hours ago
I am just a loser papa…পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল’লে ইপ্সিতা দাসে, ইপ্সিতাৰ মৃত্যুৰ বাবে কিয় পৰিয়ালৰ লোকে আনিছে দূৰ সম্পৰ্কীয় মোমায়েকৰ বিৰুদ্ধে এই অভিযোগ?

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?

6 hours ago
হংস মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ, সকলো কামতেই সাফল্য আহিব ৩ৰাশিৰ জাতক-জাতিকাৰ

মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

7 hours ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

9 hours ago
টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 18, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

editor by editor
September 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ এবাৰ সন্ত্ৰাসবাদীৰ টাৰ্গেট পাঞ্জাৱী গায়ক৷ জনপ্ৰিয় গায়ক এ পি ধিলনৰ কা়নাডাৰ ঘৰৰ সন্মুখত কেইবাজাই গুলিচালনা৷ ১ ছেপ্টেম্বৰত সংঘটিত হৈছে এই ঘটনা৷ ঘটনাৰ পাছতেই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত গায়কে জনাই যে, তেওঁ এতিয়া সুস্থ হৈ আছে৷ সুৰক্ষিতও হৈ আছে৷ তেওঁৰ পৰিয়ালৰ সকলোবোৰেই সুস্থ হৈ আছে৷ এই ঘটনা পাঞ্জাৱী গায়কৰ সৈতে নতুন নহয়৷ সিধু মুছোৱালা, অমৰ সিং চমকিলাৰ দৰে শিল্পীসকলেও এই আক্ৰমণৰ স্বীকাৰ হৈছে৷

চাঞ্চল্যকৰ বিষয় যে এই ঘটনাৰ দায় স্বীকাৰ কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণোই আৰু ৰোহিত গোদৰাৰ গেঙে৷ ঠিক সময়ত  প্ৰশাসনৰ লোক ঘটনাস্থলত উপস্থিত হোৱাৰ বাবে কোনো ক্ষয়ক্ষতি নহ’ল৷ কিছুদিন পূৰ্বেই অভিনেতা ছলমান খানৰ সৈতে এটা মিউজিক ভিডিঅ’ কৰিছে ধিলনে৷

অল্ড মানি ভিডিঅ’ প্ৰকাশ কৰাৰ কেইবাসপ্তাহ পাছতেই এই আক্ৰমন হয়৷ লৰেন্স বিষ্ণোই ধিলনক ধমকি দিওঁতে ভাইজানৰ সৈতে কোনো সম্পৰ্কৰ কথা জনোৱা নাই৷ বিষ্ণোইৰ ধমকিৰ পাছতেই ধিলনে লিখিছে, ‘মই ঠিকেই  আছো৷ মোৰ পৰিয়ালো ঠিকেই আছে৷ ধন্যবাদ সকলোকে৷ মোৰ সুৰক্ষাৰ বাবে যিসকল আগুৱাই আহিছিল৷ আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ৷ শান্তি, ভালপোৱা সকলোলৈকে৷’ পাঞ্জাৱৰ এখন সৰু গাওঁ, গুৰুদাসপুৰৰ পৰা আহিছে ধিলন৷ সমগ্ৰ বিশ্বতেই জনপ্ৰিয় এতিয়া তেওঁৰ গীত৷ এই গায়ককেই বিষ্ণোই গেঙে দিছে প্ৰাণে মৰাৰ ভাবুকি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of AssamPanjabi singersinger AP Dhillon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

June 17, 2025
এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?
জীৱনশৈলী

এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

June 17, 2025
নিশা প্ৰায়েই টোপনি ভাঙি যায়? শৰীৰত কি মাৰাত্মক ৰোগে বাঁহ বান্ধিছে? নাজানিলেই চৰম বিপদত পৰিব পাৰে আপুনিও
জীৱনশৈলী

নিশা প্ৰায়েই টোপনি ভাঙি যায়? শৰীৰত কি মাৰাত্মক ৰোগে বাঁহ বান্ধিছে? নাজানিলেই চৰম বিপদত পৰিব পাৰে আপুনিও

June 17, 2025
শনিৰ মাৰ্গীত ভয়ংকৰ শক্তি বাঢ়িছে, সৌভাগ্য তুংগত উঠিব ৩ ৰাশিৰ, বাঢ়িব আয়, অৰ্থ সাফল্যৰে ভৰিব জীৱন
জীৱনশৈলী

শনিৰ মাৰ্গীত ভয়ংকৰ শক্তি বাঢ়িছে, সৌভাগ্য তুংগত উঠিব ৩ ৰাশিৰ, বাঢ়িব আয়, অৰ্থ সাফল্যৰে ভৰিব জীৱন

June 17, 2025
Next Post
MBA পঢ়িব অমিতাভৰ নাতিনীয়েক নব্যাই! তাৰকা হোৱাৰ সুযোগ নাই নে পঢ়াত মন নব্যাৰ?

ৰে’ল দুৰ্ঘটনাত হেৰুৱাইছিল এখন ভৰি,  IITৰ পৰা কেনেকৈ পেৰালিম্পিকত গৈ সোণ জিকিলে নীতেশে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন