• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰে’ল দুৰ্ঘটনাত হেৰুৱাইছিল এখন ভৰি,  IITৰ পৰা কেনেকৈ পেৰালিম্পিকত গৈ সোণ জিকিলে নীতেশে?

ৰে’ল দুৰ্ঘটনাত হেৰুৱাইছিল এখন ভৰি, IITৰ পৰা কেনেকৈ পেৰালিম্পিকত গৈ সোণ জিকিলে নীতেশে?

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

4 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

37 minutes ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

1 hour ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

2 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

4 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

5 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

5 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

6 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰে’ল দুৰ্ঘটনাত হেৰুৱাইছিল এখন ভৰি, IITৰ পৰা কেনেকৈ পেৰালিম্পিকত গৈ সোণ জিকিলে নীতেশে?

ৰে’ল দুৰ্ঘটনাত হেৰুৱাইছিল এখন ভৰি, IITৰ পৰা কেনেকৈ পেৰালিম্পিকত গৈ সোণ জিকিলে নীতেশে?

editor by editor
September 3, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ
0
ৰে’ল দুৰ্ঘটনাত হেৰুৱাইছিল এখন ভৰি,  IITৰ পৰা কেনেকৈ পেৰালিম্পিকত গৈ সোণ জিকিলে নীতেশে?
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰালিম্পিকৰ বেডমিণ্টনত সোন জয় কৰিছে ভাৰতৰ নীতেশ কুমাৰে৷ পুৰুষৰ চিঙ্গলছৰ SL3 বিভাগত বেডমিণ্টনত সোণ জিকিছে ইংলেণ্ডৰ ডেনিয়েল বেথলেক হৰুৱাই সোণ জয় কৰিছে নীতেশ কুমাৰে৷ নীতেশৰ মেচক লৈ এতিয়া সকলোৱেই চলাইছে চৰ্চা৷ চৰ্চা কৰিবলগীয়াও কথা৷ কাৰণ তেওঁ কেৱল খেলুৱৈয়ে নহয়৷ মাণ্ডি IITৰ পৰা স্নাতকো নীতেশ কুমাৰ৷

পেৰালিম্পিকৰ SL3 বিভাগত যিসকলে অংশ লয় তেওঁলোকৰ শৰীৰৰ নিম্নাংশৰ সমস্যা থাকে৷ সেই সকলহে এই কেটাগৰীত খেলিব পাৰে৷ এইসকল এথলিটৰ বাবে বেডমিণ্টন কোৰ্টৰ মাপ অৰ্ধেক হয়৷ টকিঅ’ পেৰালিম্পিক্সৰ পেৰা বেডমিণ্টনত প্ৰমোদ ভগতে সোণ জয় কৰিছিল৷ একেই বিভাগচ ব্ৰঞ্জ জয় কৰিছে মনোজ চৰকাৰে৷ এইবাৰ এই কেটাগৰীত পদক জিকিছে নীতেশ কুমাৰে৷ কেনেকৈ নীতেশ কুমাৰ পেৰালিম্পিক খেলুৱৈ হয়গৈ?

২০০৯ চনত ভাইজেগত ট্ৰেইন দুৰ্ঘটনাত নীতেশে তেওঁৰ বাওঁ ভৰি হেৰুৱাই৷ হাস্পতালৰ পৰা ছুটী পোৱাৰ পাছত তেওঁ এমাহ বেড ৰেষ্টত থাকে৷ এই সময়তখিনি বিচনাত শুই শুই তেওঁ সিদ্ধান্ত লয় যে তেওঁ আই আই টিত ভৰ্তি হ’ব৷ এবছৰৰ বিৰতিৰ পাছত তেওঁ আইআইটিৰ প্ৰৱেশিকা পৰীক্ষাত বহে৷

২০১৩ চনত তেওঁ আই আই টি মাণ্ডিত যোগ দিয়ে৷ এই সময়ত তেওঁ পঢ়াশুনাতেই নিজকে সঁপি দিছিল৷ বেডমিণ্টনৰ প্ৰতি তেওঁৰ মনৰ কোণত অলপমান ভালপোৱা সোমাই আছিল বাবে মাজে মাজে বেডমিণ্টনো খেলিছিল৷ ২০১৬ চনত তেওঁ পেৰা বেডমিণ্টনত কেৰিয়াৰ আৰম্ভ কৰে৷ সেই বছৰ তেওঁ পেৰা নেশ্ব্যনেল চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰে হাৰিয়ানাৰ হৈ৷

২০১৭ চনত প্ৰথমে তেওঁ পেৰা বেডমিণ্টন আন্তৰ্জাতিক খিতাপ জয় কৰে৷ একাধিক পদক তেওঁ বেডমিণ্টনত লাভ কৰিছে৷ তালিকাত আছে BWF পেৰা বেডমিণ্টন আৰু এছিয়ান পেৰা গেমছ৷ বেডমিণ্টন খেলাৰ ওপৰিও নীতেশে এজন কোচ হিচাপেও কাম কৰিছিল৷ তেওঁ হাৰিয়ানাৰ স্পোৰ্টছ আৰু যুৱককল্যাণ বিভাগৰ ছিনিয়ৰ বেডমিণ্টন কোচ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

শাৰদীয় দুৰ্গোৎসৱক লৈ আহি গ’ল নতুন SOP, এইবাৰ পূজাত কি কি নতুন নিয়ম?

শাৰদীয় দুৰ্গোৎসৱক লৈ আহি গ’ল নতুন SOP, এইবাৰ পূজাত কি কি নতুন নিয়ম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.