• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

4 years ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

2 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

2 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

3 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

3 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

4 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

4 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

6 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

6 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

6 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

7 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

8 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

editor by editor
July 4, 2022
in বাণিজ্য, ভাৰত
0
এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!
0
SHARES
978
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজহুৱা খণ্ডৰ কোম্পানী নীলাচল ইস্পাট নিগাম লিমিটেড চমুকৈ এনআইএনএলৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া সোমবাৰে সম্পূৰ্ণ কৰি টাটা গ্ৰুপৰ কোম্পানী টিএছএলপিৰ হাতত অৰ্পণ কৰা হৈছে। সোমবাৰে জাৰি কৰা এক বিবৃতিযোগে এই তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে।

উল্লেখ্য যে মোদী  চৰকাৰৰ কাৰ্যকালত টাটা গ্ৰুপলৈ দ্বিতীয়টো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হস্তান্তকৰণ কৰা হৈছে৷ ইয়াৰ পূৰ্বে এয়াৰ ইণ্ডিয়াক মোদী চৰকাৰে টাটা গ্ৰুপৰ হাতত অৰ্পণ কৰিছিল।

ইফালে এনআইএনএলৰ বাবে যোৱা জানুৱাৰী মাহত চৰকাৰে নিবিদা আহ্বান কৰিছিল আৰু এই নিবিদাৰ যোগে টাটা ষ্টীল লং প্ৰডাক্টছ (টিএছএলপি) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো ক্ৰয় কৰিছে।

লগতে পঢ়ক বিশ্ব অভিলেখ গঢ়িলে ৮৬ বছৰীয়া বেট নেছে! ৬৫ বছৰে কৰি আছে এয়াৰ হোষ্টছৰ চাকৰি!

প্ৰকাশ পোৱা মতে চৰকাৰী আমোলত লোকচান হোৱা এনআইএনএলৰ বাবে টাটা গ্ৰুপৰ ষ্টীল কোম্পানীটোৱে ১২,১০০ কোটি টকাত ক্ৰয় কৰিছে। যিটো চৰকাৰী নিবিদাতকৈ ৫৬১৬.৯৭ কোটি টকাতকৈ দুগুণ বেছি আছিল৷

প্ৰতিষ্ঠানটোক হস্তান্তকৰণ কৰাৰ পিছতে বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ‘‘এনআইএনএলৰ কৌশলগত বিনিয়োগ চুক্তি আজি সম্পূৰ্ণ হৈছে আৰু ষ্ট্ৰেটেজিক ক্ৰেতা টিএছএলপিলৈ হস্তান্তৰ কৰা হৈছে।’’

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTATA GROUP OF INDUSTRIES
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

September 7, 2026
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?
বাণিজ্য

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

September 7, 2026
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
Next Post
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.