• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

4 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

5 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

6 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

6 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

7 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

8 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

8 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

9 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

9 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

10 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

11 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

11 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

editor by editor
July 4, 2022 - Updated on July 5, 2022
in বিবিধ, বিশ্ব
0
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’
0
SHARES
102.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চ’ছিয়েল মিডিয়াত এটা হৃদয় কঁপোৱা ভিডিঅ’ ভাইৰেল হৈছে৷ ভিডিঅ’টোত দেখা গৈছে যে মাজ আকাশত এখন উৰন্ত ফাইটাৰ জেট বিমানৰ সৈতে সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰিছে এখন উৰন্ত যাত্ৰীবাহী বিমান৷

লণ্ডনৰ পৰা মনোৰ্কালৈ যাত্ৰা কৰা ইজিজেটৰ বিমানখনৰ নিচেই কাষলৈ চাপি আহিছিল এখন ফাইটাৰ বিমান৷ ইমানেই কাষলৈ চাপি আহিছিল যে ফাইটাৰ বিমানে যাত্ৰীবাহী বিমানখনত খুন্দা মাৰিছেই! কিন্তু তেনে সময়তে ফাইটাৰ জেট বিমান যাত্ৰীবাহী বিমানখনৰ পৰা আঁতৰি গৈছে৷

সেই শিহৰণকাৰী দৃশ্য দেখি যাত্ৰীবাহী বিমানখনৰ যাত্ৰীসকলৰ বুকু কঁপি উঠিছিল৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয়৷  প্ৰকাশিত খবৰৰ মতে ভিডিঅ’টো এজন যাত্ৰীয়ে বিমানৰ ভিতৰৰ পৰাই ৰেক’ৰ্ডিং কৰিছিল৷

লগতে পঢ়ক প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

এতিয়া প্ৰশ্ন হৈছে এখন যঁজাৰু যুদ্ধ জেট বিমানে কিয় যাত্ৰীবাহী বিমানখনক অনুসৰণ কৰি ইমান কাষলৈ চাপি গৈছিল?

সংবাদ পত্ৰ দ্য ছানৰ প্ৰতিবেদন অনুসৰি লণ্ডনৰ পৰা স্পেইন মেনোৰ্কালৈ যাত্ৰা কৰা যাত্ৰীবাহী বিমানখনক যুদ্ধ বিমানখনে এস্কৰ্টহে প্ৰদান কৰিছিল৷ প্ৰকাশিত খবৰৰ মতে কৰ্তৃপক্ষই যাত্ৰীবাহী বিমানখন এটা বোমা সংস্থাপন কৰাৰ বুলি এক বাৰ্তা লাভ কৰিছিল৷ ইয়াৰ পিছতে সুৰক্ষাজনিত কাৰণত যুদ্ধ বিমানখনে যাত্ৰী বিমানখনক অতি ওচৰৰ পৰা উৰন্ত অৱস্থাতে নিৰীক্ষণ কৰিছিল৷

ইজিজেটৰ বিমান নম্বৰ EZY8303ক জেট বিমানখনে এস্কৰ্ট কৰাৰ বাবে প্ৰায় ৩০ মিনিট পলমকৈ অৱতৰণ কৰোৱা হয়৷ আৰু যাত্ৰীসকলক প্ৰায় চাৰি ঘণ্টা পৰ্যন্ত বিমান বন্দৰতে আৱদ্ধ কৰি তালাচী চলোৱা হয়৷

@easyJet #a319 G-EZAO intercepted by Spanish Air Force on way to Menorca. passengers not being allowed to leave yet. @BigJetTVLIVE @BBCNews @SkyNews @SkyNewsBreak pic.twitter.com/MTWkQnU39x

— Ian Leslie ❤️🇺🇦❤️ (@iandrleslie) July 3, 2022

লগতে পঢ়ক বিশ্ব অভিলেখ গঢ়িলে ৮৬ বছৰীয়া বেট নেছে! ৬৫ বছৰে কৰি আছে এয়াৰ হোষ্টছৰ চাকৰি!

বিমান কোম্পানীটোৱে জাৰি কৰা এক বিবৃতি এগৰাকী মুখপাত্ৰই কয় যে, “ইজিজেটে নিশ্চিত কৰিছে যে যে লণ্ডনৰ গেটৱিকৰ পৰা মনোৰ্কালৈ যোৱা বিমান নম্বৰ EZY8303 মনোৰ্কাত অৱতৰণ কৰাৰ সময়ত সামৰিক বিমানে এস্কৰ্ট কৰিছিল আৰু সতৰ্কতামূলক নিৰাপত্তা পৰীক্ষাৰ বাবে দেৰিকৈ অৱতৰণ কৰিছিল।”

কোম্পানীটোৱে আৰু কয় যে আমাৰ যাত্ৰী আৰু ক্ৰু সদস্যসকলৰ সুৰক্ষাক সদায় আমি অগ্ৰাধিকাৰ দি আহিছো আৰু তেওঁলোকৰ বুজাবুজিৰ বাবে আমি যাত্ৰীসকলক ধন্যবাদ জনাইছো। যুঁজাৰু বিমানে কঠোৰ নিৰ্দেশনা মানি চলে আৰু জটিল পৰিস্থিতিতহে যাত্ৰীবাহী বিমানক বাধা দিয়ে বা অনুসৰণ কৰে।

ইফালে প্ৰকাশ পাইছে যে বিমানখনত এজন ব্ৰিটিছ নাগৰিকে বোমা সংস্থাপন কৰাৰ ভুৱা তথা উৰাবাতৰি প্ৰচাৰ কৰিছিল৷ সেয়ে এখন যুদ্ধ বিমানে সুৰক্ষাজনিত কাৰণত বিমানখনক অনুসৰণ কৰে৷ আনহাতে ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী ব্ৰিটিছ লোকক গ্ৰেপ্তাৰ কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamEasyJetLonadonShocking video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!
অপৰাধ

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
Next Post
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.