• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টাটা বনাম হুণ্ডাই! কোনখন SUVৰ সুৰক্ষা ৰেটিং উন্নত? কোনখনত পাব সৰ্বাধিক ফিছাৰ?

টাটা বনাম হুণ্ডাই! কোনখন SUVৰ সুৰক্ষা ৰেটিং উন্নত? কোনখনত পাব সৰ্বাধিক ফিছাৰ?

3 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

4 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

4 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

6 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

7 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

8 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

9 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

9 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

10 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

11 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

টাটা বনাম হুণ্ডাই! কোনখন SUVৰ সুৰক্ষা ৰেটিং উন্নত? কোনখনত পাব সৰ্বাধিক ফিছাৰ?

editor by editor
July 11, 2023
in প্ৰযুক্তি, বাণিজ্য, বিশ্ব
0
টাটা বনাম হুণ্ডাই! কোনখন SUVৰ সুৰক্ষা ৰেটিং উন্নত? কোনখনত পাব সৰ্বাধিক ফিছাৰ?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাইক্ৰ SUVৰ জগতত প্ৰৱেশ কৰিছে Hyundaiয়ে। ভাৰতীয় বজাৰত SUV লঞ্চ কৰিছে দক্ষিণ কোৰিয়াৰ সংস্থা Hyundaiয়ে। Hyundai Exterৰ মুকলিয়ে দৃষ্টি কাঢ়িছে প্ৰায়সংখ্যক লোকৰেই। মাত্ৰ ৫.৯৯ লাখ টকাৰ পৰা পোৱা যায় Hyundaiৰ বাহন। ৫ষ্টাৰ ৰেটিং যুক্ত Tata Punchৰ সৈতে এই বাহনৰ তুলনা কৰা হৈছে। দুখন বাহনৰ মাজত ফিছাৰ্ছ, সুৰক্ষা, দাম, মাইলেজৰ মাজত কি কি পাৰ্থক্য আছে?

নিৰাপত্তা
Hyundai Exter আৰু Tata Punch দুয়োখনেই নিৰাপত্তাৰ দিশত উন্নত। Hyundai Exterত আছে ৬টাকৈ এয়াৰবেগ, এণ্টি লক ব্ৰেকিং ৰেয়াৰ পাৰ্কিং চেঞ্চৰ, ইলেক্ট্ৰনিক ষ্টেবিলিটি কণ্ট্ৰল, হিল ষ্টাৰ্ট এছিষ্ট, ডুয়েল ডেছ কেম ইত্যাদি। এই গাড়ীত আছে হুণ্ডাই ব্লু লিংক কানেক্টেড কাৰ টেকনোলজি। যিয়ে বাহন একোখনৰ সুৰক্ষা আৰু বঢ়াই দিয়ে।

আনহাতে Tata Punchত আছে ডুয়েল এয়াৰবেগ, এণ্টি লক ব্ৰেকিং, টেকছন কণ্ট্ৰল, ক্ৰাছ ছেঞ্চৰ, ইলেক্ট্ৰনিক ষ্টেবিলিটি, অট’মেটিক হেডলেম্প, ৰেয়াৰ কেমেৰা ইত্যাদি। উল্লেখ্য যে Global NCAPৰ ক্ৰেছ টেষ্টত এই বাহনে ৫ষ্টাৰ ৰেটিঙো লাভ কৰিছে।

ফিচাৰ্ছ
Hyundai Exterত আছে ৪ ইঞ্চি টাচ্চস্ক্ৰিণ ইনফোটেনমেণ্ট চিষ্টেম, এলেক্সা, স্মাৰ্টফোন কানেকছন, ভয়েছ কন্ট্ৰল, ইলেক্ট্ৰনিক ছানৰুফ, ৱায়াৰলেছ ফোন চাৰ্জিঙৰ সুবিধা, ক্ৰুজ কণ্ট্ৰল, এয়াৰ কণ্ডিছনিং ইত্যাদি। ৪০ টাতকৈয়ো অধিক ফিচাৰ্ছ আছে হুণ্ডাইৰ এই বাহনত।

Tata Punchও এইক্ষেত্ৰত কম নহয়। টাটাৰ এই বাহনত আছে ডুয়েল টোন স্কিম, ৭ ইঞ্চিৰ টাচস্ক্ৰিণ ইনফোটেনমেন্ট চিষ্টেম, স্মাৰ্টফোন কানেকছন, ষ্টিয়াৰিং মাউণ্টেড কন্ট্ৰোল, অটোমেটিক ক্লাইমেট কণ্ট্ৰোল, কি লেছ এণ্ট্ৰি, এয়াৰ কণ্ডিছনিং ইত্যাদি।

ইঞ্জিন আৰু মাইলেজ
Hyundai Exterত আছে ১.২ লিটাৰ Kappa পেট্ৰল ইঞ্জিন আৰু ১.২ লিটাৰ বাই-ফুয়েল Kappa পেট্ৰলৰ সৈতে CNG কিট। পেট্ৰল ইঞ্জিনৰ ক্ষেত্ৰত মেনুৱেল আৰু অটোমেটিক ট্ৰান্সমিছন দুই ধৰণৰ বিকল্পই আছে। মাইলেজৰ কথা যদি কোৱা হয় তেন্তে মেনুৱেল গেয়াৰত যায় ১৯.৪ কিঃমিঃ। অটোমেটিক গিয়েৰত ১৯.২ আৰু CNGত ২৭ কিঃমিঃ।

আনহাতে Tata Punchত আছে ১.২ লিটাৰ পেট্ৰল ইঞ্জিন যিয়ে সৰ্বাধিক ৬৩.৭১ ব্ৰেক হৰ্ছপাৱাৰ আৰু ১১৫ এন এম টৰ্ক? এই গাড়ীয়ে মেনুৱেল গেয়াৰত মাইলেজ দিয়ে ২০.৯ কিঃমিঃ আৰু অটোমেটিক গেয়াৰত ১৮.৮ কিঃমিঃ। এই গাড়ীত কোনোধৰণৰ CNG ভেৰিয়েণ্ট নাই। Hyundai Exter দেশৰ প্ৰথম মাইক্ৰ SUV য’ত CNGৰ সুবিধা লাভ কৰিব।

দুয়োখন বাহনৰ দাম
Hyundai Exterৰ কেইবাটাও ভেৰিয়েণ্ট লঞ্চ হৈছে। বেছ মডেল ‘EX’ ভেৰিয়েণ্টৰ দাম ৫.৯৯লাখ টকা। টপ এণ্ড SX (O) Connect ভেৰিয়েণ্টৰ দাম ৯.৩১ লাখ টকা।

Tata Punch ৰ ৪টা ভেৰিয়েণ্টৰ বজাৰত বিক্ৰি হৈ আছে পিউৰ, এডভেঞ্চাৰ, একমপ্লিছড আৰু ক্ৰিয়েটিভ। বেচ ভেৰিয়েণ্ট অৰ্থাৎ পিউৰৰ দাম আৰম্ভ হৈছে ৬লাখ টকাৰ পৰা। ক্ৰিয়েটিভ এই গাড়ীৰ টপ ভেৰিয়েণ্টৰ দাম ৯.৫২ লাখ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ
বাণিজ্য

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
Next Post
১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা! কচিং অবিহনেই UPSCত নৱম ৰেংক ল’লে সৌম্যই, সৌম্য শর্মাৰ সফলতাৰ কাহিনী জানেনে?

১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা! কচিং অবিহনেই UPSCত নৱম ৰেংক ল’লে সৌম্যই, সৌম্য শর্মাৰ সফলতাৰ কাহিনী জানেনে?

শাওন মাহত প্ৰতি সোমবাৰে উপবাসে থাকে? উপবাসত থাকোতে শৰীৰ ভালে ৰাখিবলৈ কি কি খাব কি কি নিয়ম মানি চলিব?

শাওন মাহত প্ৰতি সোমবাৰে উপবাসে থাকে? উপবাসত থাকোতে শৰীৰ ভালে ৰাখিবলৈ কি কি খাব কি কি নিয়ম মানি চলিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.