• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

4 years ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

54 minutes ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 hour ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

2 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

2 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

4 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

4 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

5 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

6 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

6 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

7 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

7 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

editor by editor
May 3, 2022
in অসম, নিয়োগ, শিক্ষা
0
কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমত ৭ খন কেঞ্চাৰ হাস্পতাল স্থাপন কৰাৰ পিছতে ৰতন টাটাৰ প্ৰতিষ্ঠান TATA টেকন’লজীয়ে অসমত বহুসংখ্যক পলিটেকনিক আৰু ITI শিক্ষানুষ্ঠান স্থাপন কৰিব৷

অসম চৰকাৰৰ সৈতে যুটীয়াভাৱে TATA টেকন’লজীয়ে অসমত মুঠ ২,৩৯০ কোটি টকা ব্যয়েৰে অসমত ৩৪ খন পলিটেকনিক আৰু ৪৩ খন ITIৰ স্থাপন কৰিব৷ ইয়াৰে ৮৭% ধন TATA টেকন’লজীয়ে খৰচ কৰিব৷ ইয়াৰ ফলত প্ৰতি বছৰে প্ৰায় ২০ হাজাৰ দক্ষতাসম্পন্ন শিক্ষাৰ্থী লাভান্বিত হ’ব বুলি আশা কৰা হৈছে৷

মংগলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে এই কথা সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই৷

লগতে পঢ়ক পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!

ইফালে আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে৷ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে অহা ৯ আৰু ১০ মে’ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও সদৰী কৰিছে৷ উক্ত অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব৷

অসম কেবিনেটে জাগীৰোডস্থি নগাঁও কাগজ আৰু কাছাৰ কলৰ কৰ্মচাৰীৰ বাবে ৩০৮.৭৫ কোটি টকা মুকলি কৰি দিয়াৰ লগতে অহা ১০০ দিনৰ ভিতৰত ১০০ গৰাকী কৰ্মচাৰীক চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

লগতে পঢ়ক ‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ

বঙাইগাঁও, ধেমাজি, মৰিগাঁও ৱআৰু গোলাঘটাত নতুনকৈ চাৰিখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰো সিদ্ধান্ত লোৱা হৈছে৷ এই চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ বাবে অসম চৰকাৰে মুঠ ২০০০ কোটি টকাৰ প্ৰশাসনিক অনুমোদনো কৰিছে৷

ইয়াৰ লগতে শুৱালকুছি আৰু পলাশবাৰীৰ মাজত চাৰিলেনযুক্ত দলঙ নিৰ্মাণৰ বাবে ৩১,১৯৭ কোটি টকাৰ অনুমোদন দিয়া হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cabinetassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTATA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী
জীৱনশৈলী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

January 26, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
প্ৰাক্তন প্ৰেমিকৰ সৈতে পত্নীৰ যৌনালাপ! ইয়াৰ পিছত কি কৰিলে স্বামীয়ে?

প্ৰাক্তন প্ৰেমিকৰ সৈতে পত্নীৰ যৌনালাপ! ইয়াৰ পিছত কি কৰিলে স্বামীয়ে?

‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য

‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.