• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোহিতৰ পৰা বিশ্বকাপ হাতত লৈয়ে হাঁহি বিৰিঙিল মোদীৰ মুখত, চাঁওক বিশেষ ফটো আৰু ভিডিঅ’

ৰোহিতৰ পৰা বিশ্বকাপ হাতত লৈয়ে হাঁহি বিৰিঙিল মোদীৰ মুখত, চাঁওক বিশেষ ফটো আৰু ভিডিঅ’

2 years ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

40 minutes ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

1 hour ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

2 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

4 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

5 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

5 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

18 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

19 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

19 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

20 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

21 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰোহিতৰ পৰা বিশ্বকাপ হাতত লৈয়ে হাঁহি বিৰিঙিল মোদীৰ মুখত, চাঁওক বিশেষ ফটো আৰু ভিডিঅ’

editor by editor
July 4, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ৰোহিতৰ পৰা বিশ্বকাপ হাতত লৈয়ে হাঁহি বিৰিঙিল মোদীৰ মুখত, চাঁওক বিশেষ ফটো আৰু ভিডিঅ’
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰোহিতৰ পৰা বিশ্বকাপ হাতত লৈয়ে হাঁহি বিৰিঙিল মোদীৰ মুখত, চাঁওক বিশেষ ফটো আৰু ভিডিঅ’

খিতাপ দখল কৰি উভতি অহা ভাৰতীয় দলটোৱে আজি সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। চেম্পিয়নছ টিমৰ সদস্যসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। খেলুৱৈসকলৰ সৈতেও কথা পাতে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সৈতে ফটোৰ বাবে পোজ দিয়ে। টিম ইণ্ডিয়াৰ খেলুৱৈসকলেও বিশ্ব চেম্পিয়ন হোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে মোদীৰ সৈতে।

https://x.com/ANI/status/1808718063690526930

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টিম ইণ্ডিয়াক সাক্ষাৎ কৰাৰ ভিডিঅ’ অফিচিয়েল ইউটিউব একাউণ্টৰ পৰা মুকলি কৰা হৈছে। এই ভিডিঅ’টো ১:২৯ মিনিটৰ। এই ভিডিঅ’টোত টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাক ট্ৰফী লৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ যোৱা দেখা গৈছে। ইয়াৰ পিছত হাৰ্দিক পাণ্ডিয়া, সঞ্জু চেমচন আৰু অক্ষৰ পেটেলক প্ৰধানমন্ত্ৰী বাসগৃহৰ ভিতৰলৈ যোৱা দেখা যায়।

ইয়াৰ পিছতে দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগতে বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ আদিৰ প্ৰৱেশ। দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে দলটোৱে প্ৰধানমন্ত্ৰীক টি-২০ বিশ্বকাপৰ ট্ৰফী প্ৰদান কৰি ফটো উঠে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীক সকলো খেলুৱৈৰ সৈতে বহি কথা পতা দেখা যায়। এই বৈঠকত বি চি চি আইৰ সম্পাদক জয় শ্বাহ আৰু সভাপতি ৰজাৰ বিনিকো দেখা যায়।

https://x.com/BCCI/status/1808722297055756790

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত ভাৰতীয় দলটো বিমানবন্দৰলৈ ৰাওনা হৈছে। দিনৰ ২ বজাত দিল্লী বিমানবন্দৰৰ পৰা মুম্বাইলৈ উৰা মাৰিব দলটো। মুম্বাই পোৱাৰ পিছত টিম ইণ্ডিয়াৰ খেলুৱৈসকলে হোটেলত জিৰণি ল’ব। বিয়লি ৪ বজাত নৰিমান পইণ্টৰ পৰা বিজয় পেৰেডত অংশ লব দলটোৰ সদস্য সকল।

https://x.com/PIB_India/status/1808771862312468712

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Cricket Teamindian teamPm IndiaPM Modipm narendra modirohit sarmaVira Kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

July 5, 2026
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী
বিনোদন

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

July 5, 2026
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

July 5, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

July 5, 2026
Next Post
নুমলীগড়ত শোকাৱহ নাও দুৰ্ঘটনা, ২ জন যুৱক নিহত অন্য সকল সংকটজনক অৱস্থাত

নুমলীগড়ত শোকাৱহ নাও দুৰ্ঘটনা, ২ জন যুৱক নিহত অন্য সকল সংকটজনক অৱস্থাত

৪ দিনৰ পাছতে ভাগ্য উদয় হ’ব ৩ ৰাশিৰ লোকৰ, খোল খাব সৌভাগ্যৰ দুৱাৰ

৪ দিনৰ পাছতে ভাগ্য উদয় হ'ব ৩ ৰাশিৰ লোকৰ, খোল খাব সৌভাগ্যৰ দুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.