• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্মীয়মাণ সুৰংগ ভাঙি আৱদ্ধ শ্ৰমিক, ভিতৰত একাধিক শ্ৰমিক আৱদ্ধ হোৱাৰ আশংকা

নিৰ্মীয়মাণ সুৰংগ ভাঙি আৱদ্ধ শ্ৰমিক, ভিতৰত একাধিক শ্ৰমিক আৱদ্ধ হোৱাৰ আশংকা

1 year ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

3 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

4 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

5 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

6 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

6 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

7 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

8 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

8 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

9 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

9 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিৰ্মীয়মাণ সুৰংগ ভাঙি আৱদ্ধ শ্ৰমিক, ভিতৰত একাধিক শ্ৰমিক আৱদ্ধ হোৱাৰ আশংকা

নিৰ্মীয়মাণ সুৰংগ ভাঙি আৱদ্ধ শ্ৰমিক, ভিতৰত একাধিক শ্ৰমিক আৱদ্ধ হোৱাৰ আশংকা

editor by editor
February 23, 2025
in ভাৰত
0
নিৰ্মীয়মাণ সুৰংগ ভাঙি আৱদ্ধ শ্ৰমিক, ভিতৰত একাধিক শ্ৰমিক আৱদ্ধ হোৱাৰ আশংকা
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ নিৰ্মীয়মান সুৰংগ ভাঙি আৱদ্ধ শ্ৰমিক৷ কমেও ৬-৮জন শ্ৰমিক আৱদ্ধ হৈ পৰিছে এই সুৰংগৰ ভিতৰত৷ শনিবাৰে হঠাৎ ভাঙি পৰে সুৰংগটো৷ ইতিমধ্যেই ঘটনাস্থলত উপস্থিত হৈছে উদ্ধাৰকাৰী দল৷ ঘটনাক লৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিক ফোন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ উদ্ধাৰৰ কামত সকলোধৰণৰ সহায়ৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

জনা গৈছে যে শনিবাৰে পুৱা তেলেংগানাৰ নাগাৰকুৰ্নুল জিলাৰ শ্ৰী শৈলম বান্ধৰ কাষত নিৰ্মিয়মান অৱস্থাত থকা সুৰংগটো ভাঙি পৰে৷ সেই সময়ত সুৰংগত কেইবাজনো শ্ৰমিকে কাম কৰি আছিল৷ কাম কৰি থকা অৱস্থাতেই সুৰংগটো ভাঙি পৰাৰ ফলত সুৰংগৰ ভিতৰতেই আৱদ্ধ হৈ পৰে শ্ৰমিকসকল৷ আৱদ্ধ শ্ৰমিকসকল মূলত জম্মু কাশ্মীৰ, উত্তৰপ্ৰদেশ আৰু ঝাৰখণ্ডৰ বাসিন্দা৷ কিছুদিন পূৰ্বৰে পৰাই এই সুৰংগটোৰ কাম আৰম্ভ হৈছিল৷ কিন্তু তাৰ মাজতেই ঘটিছে এই দুৰ্ঘটনা৷ সুৰংগটোক ছাদৰ প্ৰায় ১০ মিটাৰ অংশ ভাঙি পৰিছে৷ দ্ৰুত উদ্ধাৰকাজ আৰম্ভ কৰাৰ নিৰ্দেশ ইতিমধ্যেই দিছে তেলেংগানা চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
সলনি হ’ব জীৱনৰ গতিপথ, পৰিশ্ৰমৰ ফল লাভ কৰিব, হঠাৎ বিপুল অৰ্থ লাভ কৰিব এই ৰাশিৰ জাতকে

সলনি হ’ব জীৱনৰ গতিপথ, পৰিশ্ৰমৰ ফল লাভ কৰিব, হঠাৎ বিপুল অৰ্থ লাভ কৰিব এই ৰাশিৰ জাতকে

মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা

মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.