• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সলনি হ’ব জীৱনৰ গতিপথ, পৰিশ্ৰমৰ ফল লাভ কৰিব, হঠাৎ বিপুল অৰ্থ লাভ কৰিব এই ৰাশিৰ জাতকে

সলনি হ’ব জীৱনৰ গতিপথ, পৰিশ্ৰমৰ ফল লাভ কৰিব, হঠাৎ বিপুল অৰ্থ লাভ কৰিব এই ৰাশিৰ জাতকে

1 year ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

14 minutes ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

13 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

14 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

15 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

15 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

15 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

19 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

19 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

21 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

22 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

22 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সলনি হ’ব জীৱনৰ গতিপথ, পৰিশ্ৰমৰ ফল লাভ কৰিব, হঠাৎ বিপুল অৰ্থ লাভ কৰিব এই ৰাশিৰ জাতকে

সলনি হ’ব জীৱনৰ গতিপথ, পৰিশ্ৰমৰ ফল লাভ কৰিব, হঠাৎ বিপুল অৰ্থ লাভ কৰিব এই ৰাশিৰ জাতকে

editor by editor
February 23, 2025
in জীৱনশৈলী
0
সলনি হ’ব জীৱনৰ গতিপথ, পৰিশ্ৰমৰ ফল লাভ কৰিব, হঠাৎ বিপুল অৰ্থ লাভ কৰিব এই ৰাশিৰ জাতকে
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰম্ভ হৈছে নতুন সপ্তাহ৷ আগন্তুক ৭ দিন কেনেকৈ পাৰ হ’ব আপোনাৰ? কি কৈছে জ্যোতিষশাস্ত্ৰই?

মেষ ৰাশি

আজিৰ পৰা আৰম্ভ হোৱা সপ্তাহৰ আৰম্ভণি মেষ ৰাশিৰ জাতকৰ বাবে মিশ্ৰ হ’ব৷ এই সপ্তাহত আপোনাৰ খং কমা খুবেই প্ৰয়োজন৷ আয় বাঢ়িব পাৰে৷ নিজৰ ওপৰিও মাতৃৰ স্বাস্থ্যৰ যত্ন লওক৷ বিবাহিত জীৱনত সুখ থাকিব৷ আৰাম আৰু বিলাস সংক্ৰান্তিয় সামগ্ৰীত খৰচ বাঢ়িব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ জীৱনত ওঠা নমা লাগি থাকিব৷ কোনো তৃতীয় ব্যক্তি আপোনাৰ প্ৰেম জীৱনত প্ৰৱেশ কৰিব পাৰে৷ আলোচনাৰ মাধ্যমেৰে যিকোনো বিবাদৰ সমাধান কৰক৷ এই সপ্তাহত আপুনি আপোনাৰ বন্ধুৰ ডাঙৰ সমস্যা সমাধান কৰিব৷

মিথুন ৰাশি

আজিৰ পৰা আৰম্ভ হোৱা সপ্তাহ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব৷ এই সপ্তাহত, সন্তানৰ বাবেই সন্মান বাঢ়িব৷ প্ৰেমত সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব পাৰে৷ হঠাৎ বিপুল পৰিমাণৰ অৰ্থ পাব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকে এই সপ্তাহত আলস্য ত্যাগ কৰি আগুৱাই যাব পাৰে৷ এই সপ্তাহত আপোনাৰ খৰচ বাঢ়িব পাৰে৷ অফিচত আপোনাৰ সময় সদ্ব্যৱহাৰ কৰক৷ কঠিন সময়ত প্ৰেমৰ সংগী আপোনাৰ সহায়ক প্ৰমাণিত হ’ব৷ দাম্পত্য জীৱনত সুখ থাকিব৷

সিংহ ৰাশি

নতুন সপ্তাহ সিংহ ৰাশিৰ জাতকৰ বাবে অসুবিধাপূৰ্ণ হ’ব পাৰে৷ কঠিন সময়ত আপুনি বন্ধু আৰু পৰিয়ালৰ সমৰ্থন পাব৷ অফিচত আপোনাৰ শত্ৰুৰ পৰা সতৰ্ক থাকক৷ প্ৰেমৰ সম্পৰ্কত কোনো ভুল বুজাবুজিক ঠাই ল’বলৈ নিদিব৷

কন্যা ৰাশি

এই সপ্তাহত কন্যা ৰাশিৰ জাতকে নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত৷ এই সপ্তাহত বতৰ পৰিবৰ্তনৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিক সমস্যাত ভূগিব পাৰে৷ কৰ্মক্ষেত্ৰত আপুনি খিংখিঙিয়া হৈ উঠিব পাৰে৷ কোনো গুৰুত্বপূৰ্ণ কামত অৱহেলা নকৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা

মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা

শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.