• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা

মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা

1 year ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

20 minutes ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

1 hour ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

2 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

3 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

3 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

16 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

17 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

17 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

18 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

18 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

19 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা

মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা

editor by editor
February 23, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা
0
SHARES
11.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদত মোটা অংকৰ ৰিটাৰ্ণ আপুনিও লাভ কৰিব পাৰে৷ এই দাবী কৰে বিনিয়োগ বিশেষজ্ঞই৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ অৱশ্যে বহু বিনিয়োগ বজাৰৰ উঠানমাৰ সৈতে সম্পৰ্কিত৷ কিন্তু চৰকাৰী স্কিম, বণ্ড, বেংক ডিপোজিট স্কিমৰ দৰেও স্কিম আছে য’ত আপুনি সুদে মূলে ধন ঘূৰাই পোৱাৰ গেৰাণ্টি থাকে৷ ইয়াত বজাৰৰ উঠানমা আদি কথাৰ কোনো লেনদেন নাই৷

বেংক ডিপোজিট স্কিমৰ কথা আহিলেও প্ৰায়সকল ব্যক্তিৰ মনত আছে ফিক্সড ডিপজিটৰ কথাই৷ বৰ্তমান বেংকসমূহেও ফিক্সড ডিপোজিটত ভাল হাৰত সুদ অফাৰ কৰিছে৷ যদি ছিনিয়ৰ চিটিজেনৰ কথা ধৰা হয় তেন্তে এই ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত বেছি হয়৷ কোনোৱে বিচাৰিলে পৰিয়ালৰ প্ৰবীণ সদস্যৰ নামত ফিক্সড ডিপোজিট কৰিব পাৰে৷

বিভিন্ন বেংকৰ ফিক্সড ডিপজিটৰ সুদৰ হাৰ ভিন্ন৷ প’ষ্ট অফিচতো ফিক্সড ডিপোজিট কৰিব পাৰি৷ প’ষ্ট অফিচৰ এই স্কিমত পোৱা যাব পাৰে ধামাকা ৰিটাৰ্ণ৷ প’ষ্ট অফিচৰ FD স্কিমত ৬০ মাহতেই পোৱা যাব পাৰে ১৩ লাখ টকা৷ প’ষ্ট অফিচৰ FD স্কিমত এটা গেৰাণ্টিযুক্ত সুৰক্ষিত ৰিটাৰ্ণ দিয়া হয়৷ প’ষ্ট অফিচৰ FD স্কিমত সুদৰ হাৰ ১ৰ পৰা ৫ বছৰৰ বাবে ভিন্ন ভিন্ন৷ প’ষ্ট অফিচৰ FD স্কিমত ৫ বছৰৰ বাবে বিনিয়োগ কৰিলে প্ৰতি বছৰে আপোনাক সুদ দিব ৭.৫শতাংশ৷ এয়া সকলোতকৈ বেছি সুদ৷ প’ষ্ট অফিচৰ FD স্কিমত ৫ বছৰৰ বাবে ৯লাখ টকা বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত ১৩,০৪,৯৫৩ টকা আপুনি ৰিটাৰ্ণ পাব৷ এইক্ষেত্ৰত আপুনি কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা৷

প’ষ্ট অফিচৰ এফ ডি স্কিমত ৩ মাহৰ চক্ৰবৃদ্ধিৰ সুবিধাৰ বাবে সুদ বেছি হাৰত পোৱা যায়৷ পোষ্ট অফিচৰ এফ ডি স্কিম ধাৰা ৮০ চি অনুসৰি আপুনি কৰৰ পৰা ৰেহাইয়ো পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?
বাণিজ্য

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

June 14, 2026
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ
জীৱনশৈলী

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

June 14, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

June 14, 2026
Next Post
শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

অমাবস্যত লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশি, কোটিপতি হোৱাৰ সুযোগ কাৰ কাৰ ভাগ্যত?

অমাবস্যত লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশি, কোটিপতি হোৱাৰ সুযোগ কাৰ কাৰ ভাগ্যত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.