• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ’ দেউতা…?’ দেউতাকে কান্দিছে, নিচুকাব কোনে?

‘শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ’ দেউতা…?’ দেউতাকে কান্দিছে, নিচুকাব কোনে?

4 years ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

39 minutes ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

1 hour ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

2 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

2 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

3 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

6 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

7 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

7 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

7 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ’ দেউতা…?’ দেউতাকে কান্দিছে, নিচুকাব কোনে?

editor by editor
October 7, 2022
in অসম, জীৱনশৈলী, ভাৰত, সংগীত, স্বাস্থ্য
0
‘শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ’ দেউতা…?’ দেউতাকে কান্দিছে, নিচুকাব কোনে?
0
SHARES
933
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘মনে যদি টোকে চকুলো নিচুকাই দিবা নে অ’ দেউতা? সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে অ’ দেউতা, শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ’ দেউতা…?’ তেজস্বিতাই সিদিনা তাইৰ সুৱলা কণ্ঠেৰে এই গীতত প্ৰাণ দিছিল। দেউতাকক নিচুকাই ৰাখিবলৈ আৱদাৰ কৰা তেজস্বিতাই আৰু কাহানিও আৱদাৰ নকৰে দেউতাকক। দেউতাকে হিয়া ঢাকুৰিয়াই কান্দিছে কিন্তু দেউতাকক নিচুকাবলৈ তেজস্বিতা নাই।

আজি ৭ অক্টোবৰ, এদিন দুদিনকৈ তেজস্বিতা হেৰাই যোৱাৰ আজি তিনিটা দিন পাৰ হৈ গৈছে। মাজুলীৰ আপোন ঘৰখনত তেজস্বিতাৰ তিলনিৰ আয়োজন কৰিলে আত্মীয়ই। জীয়ৰীৰ তিলনি কেনেকৈ সহে দেউতাকে! বাৰে বাৰে ঢলি পৰিছে তেজস্বিতাৰ পিতৃ। ভাঙি পৰা দেউতাকক দুহাতেৰে তুলি ধৰিছে আত্মীয়ই কিন্তু সান্ত্বনাই জানো দেউতাকৰ ভাঙি যোৱা মনটোক জোৰা দিব। জীয়ৰীক সামৰি দেখা সপোনবোৰ জানো কোনোবাই ওভতাই দিব পাৰিব? নাই পিতৃক বুজোৱাৰ ভাষা কাৰোৱে নাই।

অসহনীয় শোকাকুল পৰিবেশ এতিয়া তেজস্বিতাৰ গৃহত। জীৱনৰ জটিলতাবোৰ বুজি উঠাৰ আগতেই তেজস্বিতা গ’লগৈ। মাত্ৰ ১৪ টা আহিন গৰকা তেজস্বিতাই মৃত্যুৰ সৈতে লৈ গ’ল বহু সম্ভাৱনা। মাজুলীৰ আইলেণ্ড একাডেমীত তেজস্বিতা বৰুৱাৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজনতো দেখা গ’ল শোকাকুল পৰিবেশ। বিদ্যালয়খনত অধ্যয়নৰত তেজস্বিতাৰ বন্ধু-বান্ধৱীৰ চকুতো চকুলো। ইপিনে তেজস্বিতা বৰুৱাই সংগীতৰ শিক্ষা গ্ৰহণ কৰা সাধনা সাংস্কৃতিক কেন্দ্ৰইয়ো তেজস্বিতাৰ স্মৃতিত আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক
জীৱনশৈলী

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

October 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

October 18, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
Next Post
হিমালয়ৰ বুকুত মৃত্যুৰ সাবটি লোৱা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী দীপশিখা, অইন দুগৰাকীৰ বিষয়ে জানেনে?

হিমালয়ৰ বুকুত মৃত্যুৰ সাবটি লোৱা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী দীপশিখা, অইন দুগৰাকীৰ বিষয়ে জানেনে?

সুৰক্ষাৰ বাবে সেনা-বাহিনী কিয় লাগে? এই ৬খন দেশত নাই এজনো সেনা-জোৱান…

সুৰক্ষাৰ বাবে সেনা-বাহিনী কিয় লাগে? এই ৬খন দেশত নাই এজনো সেনা-জোৱান...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.