• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিমালয়ৰ বুকুত মৃত্যুৰ সাবটি লোৱা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী দীপশিখা, অইন দুগৰাকীৰ বিষয়ে জানেনে?

হিমালয়ৰ বুকুত মৃত্যুৰ সাবটি লোৱা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী দীপশিখা, অইন দুগৰাকীৰ বিষয়ে জানেনে?

4 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

6 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

7 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

8 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

8 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

9 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

9 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

10 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

11 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

12 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

12 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

14 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হিমালয়ৰ বুকুত মৃত্যুৰ সাবটি লোৱা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী দীপশিখা, অইন দুগৰাকীৰ বিষয়ে জানেনে?

editor by editor
October 8, 2022
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত, স্বাস্থ্য
0
হিমালয়ৰ বুকুত মৃত্যুৰ সাবটি লোৱা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী দীপশিখা, অইন দুগৰাকীৰ বিষয়ে জানেনে?
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পৰ্বতাৰোহী দীপশিখাৰ দেহ উদ্ধাৰ। হিমালয়ৰ বুকুতেই উদ্ধাৰ হ’ল দীপশিখাৰ মৃতদেহ। পৰ্বতৰোহণৰ বাবে যাওঁতে হিমালয়ৰ বুকুত নিখোজ হৈছিল দীপশিখা। উত্তৰাখণ্ডত ভয়াৱহ হিমস্খলনৰ ঘটনাত আৱদ্ধ হৈ পৰিছিল ৩০ৰো অধিক পৰ্বতাৰোহী।

উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হৈছিল এই ঘটনা। ‘দ্রৌপদী কা দাণ্ডা’ নামৰ পাহাৰৰ চূড়াত আৰোহণৰ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল আটাইকেইজন পৰ্বতাৰোহী। প্ৰতিষ্ঠানটোৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ৭জনীয়া প্ৰশিক্ষকৰ দলটোৱে উভতি অহাৰ পথতেই সংঘটিত হৈছিল এই অঘটন। ৫ অক্টোবৰ তাৰিখে, ১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত হোৱা ভয়াৱহ হিমস্খলনত নিখোজ হৈ পৰিছিল দীপশিখাও।

উল্লেখ্য যে হিমালয় আৰোহণৰ বাবে গৈ নিখোজ হৈ পৰা অসমৰ তৃতীয়গৰাকী পৰ্বতৰোহী হৈছে দীপশিখা। ইয়াৰ পূৰ্বেও ১৯৭৯ চনৰ ৫ অক্টোবৰত অসমৰ পৰ্বতাৰোহী ৰোহিনী কুমাৰ ভূঞাই ৬৯৮০ মিটাৰ উচ্চতাৰ কেদাৰনাথ ড’ম শিখৰ আৰোহন কৰি উভতি অহাৰ পথত বৰফৰ ধুমুহাত সাবটি লৈছিল মৃত্যুক। আনহাতে ২০১২ চনত Explores সংগঠনৰ ৬১৬২ মিটাৰ উচ্চতাৰ গেংষ্টিং শিখৰ অভিযানত পৰ্বতাৰোহী ৰবীন্দ্ৰ লাল দাসে High Altitude sickness-ত আক্ৰান্ত হৈ সাবটি লৈছিল মৃত্যুক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
Next Post
সুৰক্ষাৰ বাবে সেনা-বাহিনী কিয় লাগে? এই ৬খন দেশত নাই এজনো সেনা-জোৱান…

সুৰক্ষাৰ বাবে সেনা-বাহিনী কিয় লাগে? এই ৬খন দেশত নাই এজনো সেনা-জোৱান...

হেঙেৰাবাৰী নহয় বশিষ্ঠ! ৰাজ্যিক বিজেপিৰ হাইটেক কাৰ্যালয়ত আছে কি কি সুবিধা?

হেঙেৰাবাৰী নহয় বশিষ্ঠ! ৰাজ্যিক বিজেপিৰ হাইটেক কাৰ্যালয়ত আছে কি কি সুবিধা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.