• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেঙেৰাবাৰী নহয় বশিষ্ঠ! ৰাজ্যিক বিজেপিৰ হাইটেক কাৰ্যালয়ত আছে কি কি সুবিধা?

12 months ago
ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

1 day ago
ইন্দিৰা গান্ধীয়ে ১৯ মাহ কাৰাগাৰত ৰখা জনতা পাৰ্টিৰ নেতাই ১৯ ঘণ্টাৰ বাবেও কিয় কাৰাগাৰত ৰাখিব পৰা নাছিল ইন্দিৰা গান্ধীক? ইন্দিৰা গান্ধীক হেণ্ডকাফ লগাবলৈ কিয় সাহস কৰা নাছিল তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে?

হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

2 days ago
কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

3 days ago
সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

  • About
  • Advertise
  • Careers
Wednesday, October 4, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হেঙেৰাবাৰী নহয় বশিষ্ঠ! ৰাজ্যিক বিজেপিৰ হাইটেক কাৰ্যালয়ত আছে কি কি সুবিধা?

editor by editor
October 8, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
হেঙেৰাবাৰী নহয় বশিষ্ঠ! ৰাজ্যিক বিজেপিৰ হাইটেক কাৰ্যালয়ত আছে কি কি সুবিধা?
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সলনি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ ঠিকনা। হাইটেক টেকনলজিৰে বশিষ্ঠত নিৰ্মাণ কৰা কাৰ্যালয়ে আজিৰে পৰা হ’ব নতুন ঠিকনা। কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই উদ্বোধন কৰা কাৰ্যালয়টোৰ ভিতৰত আছে বহু অত্যাধুনিক সা-সুবিধা।

বশিষ্টত নিৰ্মাণ কৰা ৬ মহলীয়া হাইটেক কাৰ্যালয়টোত বুথ পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় নেতৃবৃন্দ লৈ সকলোৰে বাবে আছে বিশেষ কোঠাৰ ব্যৱস্থা। প্ৰায় ৩৫ কোটিৰো অধিক ধনৰ ব্যৱসাপেক্ষে নিৰ্মাণ কৰা কাৰ্যালয়টোক বাজপেয়ী ভৱন নামেৰে নামকৰণ কৰা হৈছে।

কাৰ্যালয়টোৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়, ‘শত-সহস্ৰ কাৰ্যকৰ্তাৰ সেৱা আৰু সমৰ্পনৰ বিনিময়ত নিৰ্মিত ভাৰতীয় জনতা পাৰ্টীৰ স্থায়ী ৰাজ্যিক কাৰ্যালয়টোৰ শুভাৰম্ভণিতেই সকলোকে অভিনন্দন জ্ঞাপন কৰিছো।’

উল্লেখ্য যে ৰাজ্যত কেৱল ৰাজ্যিক কাৰ্যালয়ে নিৰ্মাণ হৈছে এনে নহয়। অসমৰ ১২খন জিলাত জিলাভিত্তিক কাৰ্যালয়ো নিৰ্মাণৰ কাম অচিৰেই সমাপ্ত হ’ব বুলিও জনাইছে ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাসকলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইন্দিৰা গান্ধীয়ে ১৯ মাহ কাৰাগাৰত ৰখা জনতা পাৰ্টিৰ নেতাই ১৯ ঘণ্টাৰ বাবেও কিয় কাৰাগাৰত ৰাখিব পৰা নাছিল ইন্দিৰা গান্ধীক? ইন্দিৰা গান্ধীক হেণ্ডকাফ লগাবলৈ কিয় সাহস কৰা নাছিল তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে?
ভাৰত

October 3, 2023
১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?
Uncategorized

১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

October 2, 2023
দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা
ভাৰত

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

October 2, 2023
‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ
জীৱনশৈলী

September 29, 2023
Next Post
ধৰ্ষণ কৰি ডিঙিত ছুৰিকাঘাত! বৈ যোৱা তেজেৰে কাছাৰৰ ধৰ্ষিতা যুৱতীয়ে লিখিলে ধৰ্ষণকাৰীৰ নাম

খানাপাৰাৰ বিশাল জনসভাত অঘটন! অমিত শ্বাহৰ ভাষণ শুনি থকা অৱস্থাতেই মূৰ্ছা গ’ল এজন লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন