পুত্ৰৰ সৈতেই গোপনে কৰি আছিল এনে, স্বামীয়ে মনে মনে ভিডিঅ’ কৰি ৰাখি ভাইৰেল কৰি দিয়ে, তাৰ পাছত
ৰাজনীতিৰ সৈতে জড়িত এগৰাকী মহিলা নেত্ৰীৰ কাণ্ড-কাৰখানাই তোলপাৰ লগাইছে এতিয়া। পুত্ৰৰ সৈতেই অভিসাৰত লিপ্ত হৈ আছিল মাতৃ। বহু দিনৰে পৰা এই সম্পৰ্ক চলি আছিল মাতৃ-পুত্ৰৰ। স্বামীয়ে সকলো জানিব পাৰি গোপনে ভিডিঅ’ কৰি ৰখাতহে পোহৰলৈ আহে সকলো।
স্বামীয়ে গোপনে কৰি ৰখা ভিডিঅ’ ভাইৰেল কৰি দিয়াতে মহিলাগৰাকীৰ এই নিকৃষ্ট কাণ্ডৰ বিষয়ে জানিব পাৰি লগে লগে সেই মহিলাগৰাকীক দলৰ পৰা বহিষ্কাৰ কৰি দিয়ে।
এই ঘটনা সংঘটিত হৈছে থাইলেণ্ডত। ৪৫ বৰ্ষীয় মাতৃয়ে গোপনে অভিসাৰত লিপ্ত হয় ২৪ বৰ্ষীয় দত্তক পুত্ৰৰ সৈতে। মহিলাগৰাকীৰ স্বামীয়ে সেই বিশেষ সময়ৰে গোপনে ভিডিঅ’ কৰি ৰাখে।
ঘটনা পোহৰলৈ অহাৰ পাছতে থাইলেণ্ডৰ ৰাজনীতিত তোলপাৰ লাগি যায়। বিগত বৰ্ষত ২৩ বছৰ বয়সত এক বৌধ মঠৰ পৰা তুলি লৈছিল পুত্ৰক। যি কাৰ্যৰ ওপৰত এতিয়া ধিক্কাৰ মহিলাগৰাকীৰ স্বামীৰ। বৌধ ভিক্ষু হিচাপে আছিল পুত্ৰ। পত্নীয়ে পুত্ৰক বিপথে পৰিচালিত কৰা বুলিও মন্তব্য স্বামীৰ।
মহিলাগৰাকীক থাইলেণ্ডৰ ‘মেডাম প্লী’ বুলি জনা যায়। তেখেতৰ প্ৰকৃত নাম প্ৰাপাপোৰ্ণ। থাইলেণ্ডত মেডাম প্লী খুবেই জনপ্ৰিয়। পাছে এই ঘটনা পোহৰলৈ অহাৰ পাছতে দলৰ পৰা বহিষ্কাৰ নেত্ৰীগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ