• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাঢ়িছে জলস্তৰ, সমগ্ৰ বেংককেই এদিন ডুবি যাব সমুদ্ৰৰ তলত,থাইলেণ্ডে আৰম্ভ কৰিছে নতুন ৰাজধানী নিৰ্মাণৰ প্ৰক্ৰিয়া?

2 years ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

16 minutes ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

1 hour ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

13 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

14 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাঢ়িছে জলস্তৰ, সমগ্ৰ বেংককেই এদিন ডুবি যাব সমুদ্ৰৰ তলত,থাইলেণ্ডে আৰম্ভ কৰিছে নতুন ৰাজধানী নিৰ্মাণৰ প্ৰক্ৰিয়া?

বাঢ়িছে জলস্তৰ, সমগ্ৰ বেংককেই এদিন ডুবি যাব সমুদ্ৰৰ তলত,থাইলেণ্ডে আৰম্ভ কৰিছে নতুন ৰাজধানী নিৰ্মাণৰ প্ৰক্ৰিয়া?

editor by editor
May 21, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
বাঢ়িছে জলস্তৰ, সমগ্ৰ বেংককেই এদিন ডুবি যাব সমুদ্ৰৰ তলত,থাইলেণ্ডে আৰম্ভ কৰিছে নতুন ৰাজধানী নিৰ্মাণৰ প্ৰক্ৰিয়া?
0
SHARES
492
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাঢ়িছে সমূদ্ৰৰ জলস্তৰ৷ টোপনি হেৰাইছে থাইলেণ্ডবাসীৰ৷ সলনি হ’ব পাৰে থাইলেণ্ডৰ ৰাজধানীও৷ পৰিস্থিতি যদি এনেকৈয়ে থাকে তেন্তে থাইলেণ্ডৰ ৰাজধানী বেংককৰ পৰা অন্য স্থানলৈ লৈ যাব লগা হ’ব বুলিও একপ্ৰকাৰে খাটাং হৈ পৰিছে থাইলেণ্ড প্ৰশাসন৷ সংবাদ সংস্থা এএফপিক বুধবাৰে এই উদ্বেগৰ খবৰ জনাইছে থাইলেণ্ডৰ জলবায়ু সংক্ৰান্তিয় কাৰ্যালয়ৰ এগৰাকী ছিনিয়ৰ অফিচাৰে৷ ধাৰাবাহিকভাৱে যি ছবি দেখা গৈছে সেই ছবিক লৈ শংকিত হৈছে থাইলেণ্ডবাসী৷

জলবায়ু বিশেষজ্ঞসকলৰ একাংশৰ অনুমান, এই শতাব্দী শেষ হোৱাৰ পূৰ্বেই সমুদ্ৰৰ তলিত সোমাই পৰিব বেংকক চহৰ৷ বৰ্ষাকালত থাইলেণ্ডৰ ৰাজধানীৰ বেছিভাগ চহৰেই প্লাবিত হৈ আছে৷  সেয়ে চিন্তা বাঢ়িছে জলবায়ু বিশেষজ্ঞসকলৰো৷ থাইলেণ্ড চৰকাৰে জলবায়ু পৰিবৰ্তন আৰু পৰিবেশ বিভাগৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল পাভিচ কেছাভাওঙে সাৱধান বাণী দি কয়, ‘বৰ্তমান উষ্ণায়নৰ যি পৰিস্থিতি সেই পৰিস্থিতিত বিশ্বৰ সৈতে খোজ মিলাব নোৱাৰিব বেংককে৷ আমি ইতিমধ্যেই ১.৫ডিগ্ৰী চেলছিয়াছ বেছিতেই আছো৷ এই পৰিস্থিতিত আমি অভিযোজনৰ বিষয়েও ভাৱিব লাগিব৷ এই পৰিস্থিতিত থাকিলে আমি অচিৰেই সাগৰ তলিত ডুব যাম৷’

নেদাৰলেণ্ডৰ দৰে বেংকক চহৰতো ডাইক নিৰ্মাণৰ চিন্তাভাৱনা চলাইছে স্থানীয় প্ৰশাসনে৷ কিন্তু এই ক্ষেত্ৰত চিন্তাভাৱনা কৰি আগুৱাই যোৱা উচিত বুলি জনাইছে পাভিছে৷ তেওঁৰ মতে সমগ্ৰ বিষয়টোৱেই অনুমানৰ ভিত্তিহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!
জীৱনশৈলী

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

April 7, 2026
Next Post
কোষ্ঠীত এই যোগ আছে যদি নিশ্চিন্ত থাকক! কম পৰিশ্ৰমতেই প্ৰচুৰ সফলতা অৰ্জন কৰে এই যোগ  থকা জাতকে

জুনত বিৰল জ্যোতিষ ঘটনা, দুৰ্দান্ত লাভ ৬ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন