• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুনত বিৰল জ্যোতিষ ঘটনা, দুৰ্দান্ত লাভ ৬ ৰাশিৰ জাতকৰ

জুনত বিৰল জ্যোতিষ ঘটনা, দুৰ্দান্ত লাভ ৬ ৰাশিৰ জাতকৰ

2 years ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

1 hour ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

2 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

3 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

4 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

17 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

17 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

18 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

19 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

20 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

20 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জুনত বিৰল জ্যোতিষ ঘটনা, দুৰ্দান্ত লাভ ৬ ৰাশিৰ জাতকৰ

জুনত বিৰল জ্যোতিষ ঘটনা, দুৰ্দান্ত লাভ ৬ ৰাশিৰ জাতকৰ

editor by editor
May 22, 2024
in বিবিধ, ভাৰত
0
জুনত বিৰল জ্যোতিষ ঘটনা, দুৰ্দান্ত লাভ ৬ ৰাশিৰ জাতকৰ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুন মাহত গ্ৰহৰ ৰজাই সূৰ্যত আৰু গ্ৰহৰ যুৱৰাজে মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ বুধে ১৪ জুন শুকুৰবাৰে নিশা ১১ বাজি ৫ মিনিটত বৃষ ৰাশিৰ পৰা বাহিৰলৈ উলাই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ কিছুক্ষণ পাছতেই ১২ বাজি ২৭ মিনিটত সূৰ্যই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ এই দুই গ্ৰহৰ গোচৰৰ প্ৰভাৱত মিথুন ৰাশিত তৈয়াৰ হ’ব বুধাদিত্য যোগ৷ জ্যোতিষ অনুসৰি এদিনতে দুই গুৰুত্বপূৰ্ণ গ্ৰহৰ প্ৰভাৱত বৃষ, মিথুন, সিংহসহ একাধিক ৰাশিৰ জাতক লাভৱান হ’ব৷ ধন লাভৰ প্ৰৱল যোগ তৈয়াৰ হ’ব এই ৰাশিৰ জাতকৰ ভাগ্যত৷ ইয়াৰোপৰি সমাজত মান-সন্মান বাঢ়িব৷ মিথুন ৰাশিত একেলগে দুই গ্ৰহৰ গোচৰৰ ঘটনা আৰু তাৰ পৰিণাম স্বৰূপে বুধাদিত্য যোগ গঠন হয়৷ কোন কোন ৰাশিৰ জাতক ইয়াৰ ফলত লাভৱান হ’ব জানি থওক সবিশেষ৷

বৃষ ৰাশি

একে লগে দুই গ্ৰহৰ ৰাশি পৰিবৰ্তন আৰু যুঁটিৰ ফলত বৃষ ৰাশিৰ জাতকৰ জীৱনত নানান ক্ষেত্ৰত ভাল খবৰ আহিব৷ বিলাসিতাৰ নামত অৰ্থ ব্যয় কৰিব৷ পৰ্যাপ্ত পৰিমাণৰ অৰ্থ থাকিব এই ৰাশিৰ জাতকৰ হাতত৷ প্ৰিয়জনৰ সৈতে কৰোবালৈ ছুটি কটাবলৈ যাব পাৰে৷ চাকৰিয়াল আৰু ব্যৱসায়ীয়ে ভাল লাভ অৰ্জন কৰিব পাৰিব৷ কেৰিয়াৰত উন্নতিৰ ভাল সুযোগ পাব এই ৰাশিৰ জাতকে৷ সূৰ্য আৰু বুধৰ গোচৰৰ শুভ প্ৰভাৱত এই সময়ত বৃষ ৰাশিৰ জাতকৰ সামাজিক পৰিসৰ বৃদ্ধি পাব৷

মিথুন ৰাশি

সূৰ্য আৰু বুধৰ গোচৰৰ ফলত মিথুৱ ৰাশিৰ জাতক বিভিন্ন ক্ষেত্ৰত লাভাম্বিত হ’ব৷ এই সময়ত প্ৰতিটো কামতেই সফলতা লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ ভাগ্যৰ সংগ পাব৷ বুধৰ প্ৰভাৱত বাকপটুতা আৰু বাক্যশৈলী উন্নত হ’ব৷ সূৰ্যৰ প্ৰভাৱত এই ৰাশিৰ জাতকৰ মান-সন্মান বৃদ্ধি পাব৷ নেতৃত্ব বহনৰ ক্ষমতা বাঢ়িব৷ পাৰিবাৰিক কলহ বা অসুস্থতাৰ পৰা মুক্ত হ’ব৷

সিংহ ৰাশি

এই দিনত দুই গ্ৰহৰ ৰাশি পৰিবৰ্তনৰ ফলত সিংহ ৰাশিৰ জাতকে বিশেষ লাভ অৰ্জন কৰিব পাৰিব৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ জীৱনৰ সমস্ত ক্ষেত্ৰৰ দায়িত্ব ভালধৰণে পূৰণ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ আৰ্থিক সমস্যাৰ মুখামুখি হৈ থকাসকলে ধন লাভৰ নতুন পথ বিচাৰি পাব৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ নতুন ঘৰ, মাটি ক্ৰয়ৰ সপোন পূৰণ হ’ব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকে পছন্দ অনুসৰি ফলাফল পাব৷ সমাজত প্ৰভাৱ বাঢ়িব৷ চাকৰিয়াল জাতকৰ কেৰিয়াৰত উন্নতি হ’ব৷ দৰমহা বৃদ্ধি পাব৷ গ্ৰহৰ শুভ প্ৰভাৱত দিনে দিনে আমদানি বাঢ়িব৷ যাৰ ফলত নিজৰ উচ্চাকাংখা পূৰণ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত প্ৰেম থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সমস্ত ইচ্ছা পূৰণ হ’ব৷

বৃশ্চিক ৰাশি

সূৰ্য আৰু বুধে একে দিনাই মিথুনত প্ৰৱেশ কৰাই বৃশ্চিক ৰাশিৰ জাতকক অনুকূল পৰিণাম প্ৰদান কৰিব৷ দাম্পত্য জীৱনত বুজাপৰা বাঢ়িব৷ প্ৰেম জীৱনতো ৰোমান্স বাঢ়িব এই সময়ত৷ বন্ধুৰ সহায় লাভ কৰিব৷

কুম্ভ ৰাশি

এই সময়ত কুম্ভৰ জাতকৰ বুদ্ধি আৰু শক্তি বিকশিত হ’ব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক তৈয়াৰ হ’ব৷ কেৰিয়াৰত উন্নতিৰ নতুন সুযোগ আহিব এই ৰাশিৰ জাতকৰ৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব৷ গ্ৰহৰ শুভ প্ৰভাৱত এই সময়ত কুম্ভ ৰাশিৰ জাতকৰ ব্যৱসায়ত প্ৰত্যাশিত সাফল্য আহিব৷ ব্যৱসায়িক লাভ হোৱাৰ সম্ভাৱনা আছে৷ আৰ্থিক পৰিস্থিতি এই সময়ত মজবুত হ’ব৷ চাকৰিয়াল জাতকৰ অধিকাৰিসকলৰ সৈতে সুসম্পৰ্কৰ দ্বাৰা লাভাম্বিত হ’ব৷ পদোন্নতিৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

July 27, 2026
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক
বাণিজ্য

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

July 27, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

July 27, 2026
Next Post
গণেশক কাহানিও এই কেইপদ সামগ্ৰী নিদিব, পূজাত এই নিয়ম নামানিলে আপোনাৰ ভুল ক্ষমা নকৰে সিদ্ধিদাতাই

গণেশক কাহানিও এই কেইপদ সামগ্ৰী নিদিব, পূজাত এই নিয়ম নামানিলে আপোনাৰ ভুল ক্ষমা নকৰে সিদ্ধিদাতাই

ক্ৰমশ নিঃসন্তান হৈছে ভাৰতীয় দম্পত্তি! ইয়াৰ আঁৰৰ কাৰণ কি? এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আছেনে?

ক্ৰমশ নিঃসন্তান হৈছে ভাৰতীয় দম্পত্তি! ইয়াৰ আঁৰৰ কাৰণ কি? এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.