• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেটিজেনে কৈছে, কেজৰিৱালো মানুহ! পৰ্ণষ্টাৰক টুইটাৰত FOLLOW কৰিয়েই বিতৰ্কত কিয় অৰবিন্দ কেজৰিৱাল?

নেটিজেনে কৈছে, কেজৰিৱালো মানুহ! পৰ্ণষ্টাৰক টুইটাৰত FOLLOW কৰিয়েই বিতৰ্কত কিয় অৰবিন্দ কেজৰিৱাল?

4 years ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

30 minutes ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

56 minutes ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

2 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

2 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

2 hours ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

3 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

5 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

7 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

14 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

15 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নেটিজেনে কৈছে, কেজৰিৱালো মানুহ! পৰ্ণষ্টাৰক টুইটাৰত FOLLOW কৰিয়েই বিতৰ্কত কিয় অৰবিন্দ কেজৰিৱাল?

editor by editor
October 13, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
নেটিজেনে কৈছে, কেজৰিৱালো মানুহ! পৰ্ণষ্টাৰক টুইটাৰত FOLLOW কৰিয়েই বিতৰ্কত কিয় অৰবিন্দ কেজৰিৱাল?
0
SHARES
352
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱাল পুনৰ এবাৰ চৰ্চাৰ শিখৰত। ভাল কামেৰে সদা-সৰ্বাদা ৰাইজৰ মনত স্থান লাভ কৰা অৰবিন্দ কেজৰিৱালক এইবাৰ অন্য এটা বিষয়েহে আনিছে চৰ্চাৰ শিখৰলৈ। অৰবিন্দ কেজৰিৱালে টুইটাৰত এগৰাকী পৰ্ণষ্টাৰক FOLLOW কৰাক লৈ আৰম্ভ হৈছে চৰ্চা। সহজ-সৰল ভেশেৰে ঘূৰি ফুৰা কেজৰিৱালৰ কি হৈছে, বুলি টুইটাৰত বহুতেই প্ৰশ্ন উত্থাপন কৰিছে।

অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰি বহুতেই বহুধৰণে সামাজিক মাধ্যমত পষ্ট দিয়াৰ সময়তে দেশৰ আগশাৰীৰ সংবাদ মাধ্যমতো এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। বহুদিনৰে পৰাই কেজৰিৱালে ESMEE নামৰ পৰ্ণষ্টাৰ গৰাকীক FOLLOW কৰি আহিছে।

ESMEE-ক FOLLOW কৰা এই টুইটাৰ একাউণ্টটো প্ৰকৃততে কেজৰিৱালৰ নে সেই কথাইয়ো লাভ কৰিছে চৰ্চা। কিয়নো কেজৰিৱালৰ নামেৰে টুইটাৰত বৰ্তমানো বহুকেইটা একাউণ্ট আছে। শেহতীয়াভাৱে ESMEE-ক FOLLOW কৰা একাউণ্টটোতো ১ লাখ ২৭ হাজাৰৰো অধিক অনুৰাগী আছে। ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কেজৰিৱালে FOLLOW কৰা একাউণ্টটোৰ পূৰ্বতে নাম আছিল ৱেষ্টেড ভিডিঅ’ছ। বিভিন্ন কমেডি ভিডিঅ’ শ্বেয়াৰ কৰা এই একাউণ্টটোৰ গৰাকীয়ে এতিয়া নাম সলনি কৰি একাউণ্টটো ESMEE-ৰ নামেৰে নামকৰণ কৰিছে।

উল্লেখ্য যে, কেজৰিৱালে FOLLOW কৰা এই একাউণ্টটো এতিয়া এটা প্ৰাইভেট একাউণ্ট। Only friend বুলি থকা টুইটাৰ একাউণ্টত এডাল্ট ভিডিঅ’ হে শ্বেয়াৰ হয় বুলিও একাংশ নেটিজেনে উল্লেখ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’
ভাৰত

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

October 17, 2026
Next Post
Swiggy-এপত খাদ্যতকৈ সৰ্বাধিক অৰ্ডাৰ হৈছে কণ্ডমৰ! দেশৰ কোন চহৰত সৰ্বাধিক অৰ্ডাৰ কৰিছে কণ্ডম?

Swiggy-এপত খাদ্যতকৈ সৰ্বাধিক অৰ্ডাৰ হৈছে কণ্ডমৰ! দেশৰ কোন চহৰত সৰ্বাধিক অৰ্ডাৰ কৰিছে কণ্ডম?

Z+ নিৰাপত্তাবেষ্টনীত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰতিমাহে নিৰাপত্তাৰ বাবদ কিমান লাখ টকা খৰছ হ’ব?

Z+ নিৰাপত্তাবেষ্টনীত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰতিমাহে নিৰাপত্তাৰ বাবদ কিমান লাখ টকা খৰছ হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.