• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Swiggy-এপত খাদ্যতকৈ সৰ্বাধিক অৰ্ডাৰ হৈছে কণ্ডমৰ! দেশৰ কোন চহৰত সৰ্বাধিক অৰ্ডাৰ কৰিছে কণ্ডম?

Swiggy-এপত খাদ্যতকৈ সৰ্বাধিক অৰ্ডাৰ হৈছে কণ্ডমৰ! দেশৰ কোন চহৰত সৰ্বাধিক অৰ্ডাৰ কৰিছে কণ্ডম?

4 years ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

27 minutes ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

52 minutes ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

2 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

2 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

2 hours ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

3 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

5 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

7 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

14 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

15 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Swiggy-এপত খাদ্যতকৈ সৰ্বাধিক অৰ্ডাৰ হৈছে কণ্ডমৰ! দেশৰ কোন চহৰত সৰ্বাধিক অৰ্ডাৰ কৰিছে কণ্ডম?

editor by editor
October 14, 2022
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
Swiggy-এপত খাদ্যতকৈ সৰ্বাধিক অৰ্ডাৰ হৈছে কণ্ডমৰ! দেশৰ কোন চহৰত সৰ্বাধিক অৰ্ডাৰ কৰিছে কণ্ডম?
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আচৰিত কাণ্ড। দেশৰ মহানগৰসমূহত খাদ্য অৰ্ডাৰ দিব পৰা এপ Swiggy-য়ে এতিয়া বিশেষভাৱে বজাৰ দখল কৰিছে। প্ৰায়সংখ্যক লোকেই Swiggy-ত খাদ্য অৰ্ডাৰ দিয়াটো অভ্যাসতেই পৰিণত হৈছে। কিন্তু শুনি আচৰিত হ’লেও Swiggy-ৰ ডেলিভাৰী সম্পৰ্কে ওলোৱা নতুন সমীক্ষাত পোৱা তথ্য মতে খাদ্যতকৈ Swiggy-ত আটাইতকৈ বেছি কণ্ডমহে অৰ্ডাৰ কৰিছে প্ৰায়সংখ্যক লোকেই।

কোনখন মহানগৰত Swiggy-ৰ জৰিয়তে সৰ্বাধিক কণ্ডম অৰ্ডাৰ কৰা হৈছে সেই সম্পৰ্কেও Swiggy-য়ে কৰা গৱেষণাত পোহৰলৈ আহিছে সকলো কথা। মায়ানগৰী মুম্বাইত Swiggy-ৰ পৰা সৰ্বাধিক কণ্ডম অৰ্ডাৰ কৰা হৈছে। সম্প্ৰতি Swiggy-য়ে খাদ্যৰ ওপৰিও একোজন ব্যক্তিৰ নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰী ঘৰতেই উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিছে। নিত্যপ্ৰয়োজনীয় সামগ্ৰী সৰ্বাধিক কি কি ব্যক্তি একোজনক প্ৰয়োজন হয় সেই সম্পৰ্কে সমীক্ষা চলাইছিল Swiggy-য়ে। প্ৰধানকৈ মুম্বাই, দিল্লী, হায়দৰাবাদ, চেন্নাইত চলোৱা সমীক্ষাতেই পোহৰলৈ আহিছে এই তথ্য।

মায়ানগৰী মুম্বাইত সৰ্বাধিক কণ্ডম অৰ্ডাৰ কৰাৰ বিপৰীতে অন্যান্য চহৰ সমূহত চেনিটাৰী নেপকিন আদি প্ৰয়োজনীয় সামগ্ৰী সৰ্বাধিক অৰ্ডাৰ দিয়া হৈছে বুলি উল্লেখ কৰিছে Swiggy-য়ে। আনহাতে মুম্বাইত ২০২১ বৰ্ষৰ তুলনাত ২২ বৰ্ষত ৫৭০গুণ অধিক কণ্ডম ক্ৰয় কৰিছে বুলি সমীক্ষাত প্ৰকাশ পাইছে।

উল্লেখ্য যে, এই বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুন মাহলৈ ৪২ শতাংশ আইছক্ৰীমো অৰ্ডাৰ কৰিছে মুম্বাইবাসীয়ে। ইয়াৰ পিছতেই অৰ্ডাৰৰ তালিকাত সৰ্বাধিক অৰ্ডাৰ কৰা খাদ্য হৈছে কণী। বাংগালুৰু, দিল্লী, মুম্বাইৰ লোকে প্ৰায় ৫০ মিলিয়ন কণী অৰ্ডাৰ কৰিছে। ইয়াৰোপৰি সেউজীয়া শাক-পাচলিও কিছু পৰিমানে অৰ্ডাৰ কৰা বুলি সমীক্ষাৰ অন্তত প্ৰকাশ কৰিছে Swiggy-য়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’
ভাৰত

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

October 17, 2026
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব
বিনোদন

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

October 17, 2026
Next Post
Z+ নিৰাপত্তাবেষ্টনীত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰতিমাহে নিৰাপত্তাৰ বাবদ কিমান লাখ টকা খৰছ হ’ব?

Z+ নিৰাপত্তাবেষ্টনীত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰতিমাহে নিৰাপত্তাৰ বাবদ কিমান লাখ টকা খৰছ হ’ব?

মাজুলীৰ বিননি! এম্বুলেঞ্চ দিয়া স্বত্বেও কিয় হাস্পতাললৈ যাব নোৱাৰে ৰোগী?

মাজুলীৰ বিননি! এম্বুলেঞ্চ দিয়া স্বত্বেও কিয় হাস্পতাললৈ যাব নোৱাৰে ৰোগী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.