• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Z+ নিৰাপত্তাবেষ্টনীত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰতিমাহে নিৰাপত্তাৰ বাবদ কিমান লাখ টকা খৰছ হ’ব?

Z+ নিৰাপত্তাবেষ্টনীত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰতিমাহে নিৰাপত্তাৰ বাবদ কিমান লাখ টকা খৰছ হ’ব?

4 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

2 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

3 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

3 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

3 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

7 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

8 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

9 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

10 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

11 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

11 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

Z+ নিৰাপত্তাবেষ্টনীত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰতিমাহে নিৰাপত্তাৰ বাবদ কিমান লাখ টকা খৰছ হ’ব?

editor by editor
October 14, 2022
in গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত
0
Z+ নিৰাপত্তাবেষ্টনীত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰতিমাহে নিৰাপত্তাৰ বাবদ কিমান লাখ টকা খৰছ হ’ব?
0
SHARES
924
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এতিয়াৰে পৰা Z+ নিৰাপত্তাবেষ্টনীৰ মাজত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াইছে এই নিৰাপত্তা বেষ্টনী। পূৰ্বে Z কেটাগৰীৰ নিৰাপত্তাবেষ্টনীত আছিল মুখ্যমন্ত্ৰীগৰাকী। কিন্তু শেহতীয়াভাৱে হায়দৰাবাদৰ গনেশ চতুৰ্থীত অংশগ্ৰহণ কৰিবলৈ যাওঁতে নিৰাপত্তাৰ প্ৰসংগ উত্থাপিত হৈছিল আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীক Z+ নিৰাপত্তা দিয়াৰ বিষয়ে পৰ্যালোচনা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

Z+ নিৰাপত্তাবেষ্টনী ভাৰতৰ দৰে বিশাল দেশত বৰ্তমানো মুষ্টিমেয় কেইগৰাকীমান ব্যক্তিয়েহে এতিয়ালৈ লাভ কৰিছে। বৰ্তমানলৈ দেশৰ প্ৰায় ৪০ গৰাকীয়ে ব্যক্তিয়ে লাভ কৰিছে Z+ নিৰাপত্তাবেষ্টনী। ৪০ গৰাকীৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, যোগী আদিত্যনাথ, ৰাহুল গান্ধী, ছোনীয়া গান্ধী, অৰবিন্দ কেজৰীৱাল, মুকেশ আম্বানী, ৰাজনাথ সিঙক আদি কৰি শেহতীয়াভাৱে এই তালিকাত সন্নিবিষ্ট হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো নাম।

উল্লেখ্য যে একোজন ব্যক্তিৰ বাবে দিয়া Z+ নিৰাপত্তাবেষ্টনীত প্ৰতিমাহে প্ৰায় ২০ লাখ টকা খৰছ হয়। য’ত নিয়োজিত হৈ থাকে ১০ গৰাকী কামাণ্ডো, ৫খনকৈ বুলেট প্ৰুফ গাড়ীৰ লগতে প্ৰায় ১৫ গৰাকী দক্ষ আৰক্ষী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এতিয়াৰে পৰা লাভ কৰিব এই সমূহ সা-সুবিধা। আনহাতে যদি দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তালৈ চোৱা হয় তেন্তে প্ৰধানমন্ত্ৰীগৰাকীক SPG-বিশেষ নিৰাপত্তা দিয়া হৈছে য’ত ২০২০-২১ বৰ্ষত খৰছ হৈছে প্ৰায় ৫৯২ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
মাজুলীৰ বিননি! এম্বুলেঞ্চ দিয়া স্বত্বেও কিয় হাস্পতাললৈ যাব নোৱাৰে ৰোগী?

মাজুলীৰ বিননি! এম্বুলেঞ্চ দিয়া স্বত্বেও কিয় হাস্পতাললৈ যাব নোৱাৰে ৰোগী?

চলিত সপ্তাহতেই দিব ২৬ হাজাৰ পদৰ বাবে হোৱা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট! ভাষণত আৰু কি কলে মুখ্যমন্ত্ৰীয়ে?

চলিত সপ্তাহতেই দিব ২৬ হাজাৰ পদৰ বাবে হোৱা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট! ভাষণত আৰু কি কলে মুখ্যমন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.