• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলিত সপ্তাহতেই দিব ২৬ হাজাৰ পদৰ বাবে হোৱা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট! ভাষণত আৰু কি কলে মুখ্যমন্ত্ৰীয়ে?

চলিত সপ্তাহতেই দিব ২৬ হাজাৰ পদৰ বাবে হোৱা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট! ভাষণত আৰু কি কলে মুখ্যমন্ত্ৰীয়ে?

4 years ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

12 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

13 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

13 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

14 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

16 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

16 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

17 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

17 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

18 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

18 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

19 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চলিত সপ্তাহতেই দিব ২৬ হাজাৰ পদৰ বাবে হোৱা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট! ভাষণত আৰু কি কলে মুখ্যমন্ত্ৰীয়ে?

editor by editor
October 14, 2022
in অসম, গুৱাহাটী, ৰাজনীতি
0
চলিত সপ্তাহতেই দিব ২৬ হাজাৰ পদৰ বাবে হোৱা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট! ভাষণত আৰু কি কলে মুখ্যমন্ত্ৰীয়ে?
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অচিৰেই ৰাজ্যত হ’ব বৃহৎ নিযুক্তি। ২৬ হাজাৰ পদৰ বাবে হোৱা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সভাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ উপস্থিতিতেই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ৩ হাজাৰ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে বাগিছা অঞ্চলত ১০০খন মডেল ছেকণ্ডাৰী স্কুলৰ আধাৰশীলাও ডিজিটেলী স্থাপন কৰে। অনুষ্ঠানতেই ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘বাগিছা অঞ্চলৰ ৪খন বাগিছাৰ মাজত এখন হাইস্কুল আৰু ১৫খন বাগিছাৰ মাজত এখন কলেজ স্থাপন কৰা হ’ব।’

আনহাতে বিগত এবছৰত অসম চৰকাৰে ৯৭ খন উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণ কৰাৰ লগতে ৭৩৭ গৰাকী শিক্ষকো নিযুক্তি দিয়াৰ কথা ভাষণত উল্লেখ কৰে। ৩০০০টা অংগনবাড়ী কেন্দ্ৰৰ আধাৰশীলা স্থাপন কৰাৰ পিছতেই আগন্তুক বৰ্ষত আৰু ২০০০ টা অংগনবাড়ীকেন্দ্ৰ নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইপিনে অৰুণোদয় আঁচনি সন্দৰ্ভতো ভাষণত কয় যে, এই আঁচনীত নতুনকৈ ৬ লাখ লোকক অন্তৰ্ভূক্ত কৰা হ’ব। ৰাষ্ট্ৰপতিৰ সন্মুখত অসমৰ চাহ বাগিছাৰ ইতিহাসৰো বৰ্ণনা দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণত কয়, ‘ চাহ জনগোষ্ঠীয় লোকসকলে নিজৰ কলা-সংস্কৃতিক জীয়াই ৰাখি অসমীয়া সংস্কৃতিৰ লগত মিলি গৈছে। অসমৰ চাহ বাগিচাক লৈ ছবিও নিৰ্মাণ হৈছে। ঝুমুৰ অসমীয়া সংস্কৃতিৰ অভিন্ন অংগ। আমি বাগিচাৰ উন্নয়নৰ বাবে কাম কৰি আছো। প্ৰায় ৭০ লাখ চাহ জনগোষ্ঠীয় লোকৰ শিক্ষাৰ বাবে আমি কাম কৰিছো। এতিয়ালৈ ৯৭ খন হাইস্কুল নিৰ্মাণ হৈছে, ২২ খন নিৰ্মীয়মান অৱস্থাত আছে, আৰু ১০০খন আমি নিৰ্মাণ কৰিম। সমগ্ৰ অসমত ১৬ হাজাৰৰো অধিক শিক্ষাৰ্থী এই বিদ্যালয়সমূহলৈ আহিছে। আনহাতে আমি বাগানীয়া শিক্ষাৰ্থীৰ বাবে মেডিকেল কলেজতো ৩খনকৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
Next Post
পানী খালেও পিয়াহ দূৰ নহয়? এইকেইটা ৰোগৰ পৰীক্ষা অচিৰেই কৰাওক…

পানী খালেও পিয়াহ দূৰ নহয়? এইকেইটা ৰোগৰ পৰীক্ষা অচিৰেই কৰাওক...

শিশুৰ মোবাইল আসক্তি কেনেকৈ দূৰ কৰিব? চিকিৎসকে কি কয়? জানিবলৈ ক্লিক কৰক…

শিশুৰ মোবাইল আসক্তি কেনেকৈ দূৰ কৰিব? চিকিৎসকে কি কয়? জানিবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.