• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

2 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

5 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

7 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

7 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

8 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

8 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

9 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

10 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

11 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

12 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

12 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

12 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক কঠোৰ সমালোচনা অভিনেতা সুদেশ বেৰীৰ

editor by editor
July 30, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, ৰাজনীতি
0
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’
0
SHARES
251
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

“ব’ৰ্ডাৰ”ৰ দৰে ব্লকবাষ্টাৰ ছবি আৰু “সুৰাগ-দ্য ক্লু”ৰ দৰে ক্লাছিক শ্ব’ৰ দ্বাৰা সকলোৰে চিনাকি হৈ পৰা অভিনেতা সুদেশ বেৰীয়ে ককৰোচ জনতা পাৰ্টিক তীব্ৰ ভাষাৰে সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গালি-গালাজ কৰাসকলক ধিক্কাৰ দিছে । কেৱল এয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি অভিহিত কৰি তেওঁ ৰাম ৰাজ্য আনিছে বুলি কয়। তদুপৰি তেওঁ ককৰোচ জনতা পাৰ্টিৰ সদস্যসকলক “পাগল” বুলি অভিহিত কৰে। অভিনেতাজনে কয় যে”এই মানুহবোৰৰ কোনো মৰ্যাদা নাই, কোনো শ্ৰেণী নাই। CJPৰ সদস্যসকল ভিক্ষাৰী আৰু মৃ*ত মানুহ।”

সুদেশ বেৰীয়ে লগতে দাবী কৰে যে CJPৰ সভাপতিয়ে তেওঁক ফোন কৰি আন্দোলনত যোগদান কৰিবলৈ কৈছিল। এই সন্দৰ্ভত অভিনেতাজনে কয় “তেওঁলোকৰ সভাপতিয়ে মোক ফোন কৰি কয়, ‘ছাৰ, আপুনি যোগদান কৰিবলৈ আহক।’ মই তাক ব্লক কৰিলোঁ”। অভিনেতাজনে কেৱল ইয়াতেই ক্ষান্ত নাথাকি কয় যে-“এইধৰণৰ মানুহবোৰৰ বাবে আমাৰ দেশখনৰ উন্নতি হোৱা নাই। ইহঁতে দেশখনক পিছুৱাইহে নি আছে।” “এই সকলোবিলাকেই প্ৰৱঞ্চক। পিছফালে বহি থকা কোনোবা উদ্যোগীয়ে তেওঁলোকক ধন দিয়ে। ফটা চপ্পল পিন্ধা সেই মানুহবোৰ, সকলোৱে মাইক্ৰ’ফোনৰ চাৰিওফালে থিয় হৈ, কোনোবাই নাচিছে, কোনোবাই ভগৱানক উপলুঙা কৰি আছে। সিহঁতৰ ইয়াতেই আৰম্ভ হৈ ইয়াতেই শেষ হ’ব। সিহঁতৰ ধ্বংস হ’ব। কোনোবা অদ্ভুত কীটৰ নাম দি পাৰ্টি গঠন কৰিলে। কিয় হায়েনা পাৰ্টি গঠন নকৰে?” বুলিও অভিনেতাজনে ক্ষোভ উজাৰে।

অভিনেতাজনে নৰেন্দ্ৰ মোদীৰ প্ৰসংগৰে কয়-“বেচেৰা নৰেন্দ্ৰ মোদীয়ে কি ভুল কৰিছে? সমগ্ৰ বিশ্বত নৰেন্দ্ৰ মোদীৰ নাম হৈছে। অপশক্তিৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে কিন্তু নিজৰ ঘৰতে নিজৰ মানুহখিনিয়ে মোদীৰ পিছত পৰি আছে।” কেৱল এয়াই নহয় মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ অভিনেতাজনে কয়- “মই মোদীৰ ভৰি ধোৱা পানীও খাব পাৰো, তেওঁ মানুহতকৈ ঊৰ্ধ্বত, কাৰণ নৰেন্দ্ৰ মোদী বিষ্ণু অৱতাৰৰ দৰে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywoodcjp protestpm narendra modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.