• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ একমাত্ৰ ৰে’ল, য’ত যাত্ৰাৰ বাবে প্ৰয়োজন নাই টিকটৰ, টিকট অবিহনে যাত্ৰা যাত্ৰীৰ

ভাৰতৰ একমাত্ৰ ৰে’ল, য’ত যাত্ৰাৰ বাবে প্ৰয়োজন নাই টিকটৰ, টিকট অবিহনে যাত্ৰা যাত্ৰীৰ

1 year ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

10 minutes ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

27 minutes ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

44 minutes ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

1 hour ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

2 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

2 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

5 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

5 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

6 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ একমাত্ৰ ৰে’ল, য’ত যাত্ৰাৰ বাবে প্ৰয়োজন নাই টিকটৰ, টিকট অবিহনে যাত্ৰা যাত্ৰীৰ

editor by editor
January 30, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতৰ একমাত্ৰ ৰে’ল, য’ত যাত্ৰাৰ বাবে প্ৰয়োজন নাই টিকটৰ, টিকট অবিহনে যাত্ৰা যাত্ৰীৰ
0
SHARES
274
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ একমাত্ৰ ৰে’ল, য’ত যাত্ৰাৰ বাবে প্ৰয়োজন নাই টিকটৰ, টিকট অবিহনে যাত্ৰা যাত্ৰীৰ

বিশ্বাস কৰক বা নকৰত, এইখন ভাৰততে আছে এনে এখন বিশেষ ৰে’ল, যি ৰে’লে বিনামূলীয়াকৈ যাত্ৰা কৰায় যাত্ৰীক। ভাৰতত এনে এখন ৰে’ল আছে য’ত কোনো যাত্ৰীয়েই যাত্ৰা কৰিবলৈ ক্ৰয় কৰিব নালাগে টিকট।

যি সময়ত ভাৰতীয় ৰে’লৱেৰ প্ৰতিখন ৰে’লত টিকট অবিহনে যাত্ৰা কৰাটো অপৰাধ তাৰ বিপৰীতে, এখন এই অনন্য ৰে’লে বিগত ৭৫ বছৰ ধৰি একেবাৰে বিনামূলীয়াকৈ যাত্ৰা কৰি আছে। প্ৰতিদিনে শ শ লোকক যাত্ৰা কৰায় এই ট্ৰেইন খনে।

পাছে কোনে কিয় তেনেদৰে ৭৫ বছৰে ধৰি বিনামূলীয়াকৈ যাত্ৰা কৰায় যাত্ৰীক, আৰু কিমান দিন এনেকৈ চলি থাকিব?

এই ৰেলখন কেৱল যাত্ৰাৰ বাবেই নহয়, ইতিহাসৰ ঐতিহ্য বহন কৰাৰ বাবেও বিশেষভাৱে উল্লেখযোগ্য। আজিও যাত্ৰীক টিকট অবিহনে গন্তব্যস্থানলৈ লৈ যায় যাত্ৰীক।

ভাৰতত বিগত ৭৫ বছৰ ধৰি বিনামূলীয়াকৈ যাত্ৰী লৈ যোৱা এখন অনন্য ৰে’ল খনৰ নাম ভাকৰা-নাংগল ৰে’ল। ১৯৪৮ চনত আৰম্ভ হোৱা এই ৰেলখনৰ মূল উদ্দেশ্য আছিল ভাকৰা-নাংগল বান্ধ নিৰ্মাণত কৰ্মৰত শ্ৰমিক আৰু নিৰ্মাণ সামগ্ৰী পৰিবহণ কৰা। সেই ঐতিহ্য বহন কৰিয়ে আজিও এই ৰেলখনে কোনো ভাড়া নোহোৱাকৈ যাত্ৰা অব্যাহত ৰাখিছে।

পঞ্জাৱৰ নাংগল আৰু হিমাচল প্ৰদেশৰ ভাকৰাৰ মাজত ১৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ভাকৰা-নাংগল ৰে’লখনে। এই যাত্ৰা অতি বিশেষ কাৰণ বাটত এই ৰেলখনে ছতলেজ নদী আৰু শিৱলিক পাহাৰৰ মনোমোহা দৃশ্যৰ মাজেৰে পাৰ হৈ যায়।

এই পথত মুঠ ছটা ষ্টেচন আৰু তিনিটা সুৰংগ পাৰ কৰে ৰেল খনে। প্ৰতিদিনে প্ৰায় ৮০০ যাত্ৰীয়ে এই ৰেলখনত যাত্ৰা কৰে, য’ত স্থানীয় লোকৰ লগতে পৰ্যটকসকলো অন্তৰ্ভুক্ত।

অৱশ্যে এই ৰেলখন ভাৰতীয় ৰে’লৱেৰ আন আন ৰে’লৰ দৰে নহয়, বৰঞ্চ এই ৰে’লখন ভাকৰা বিয়াছ মেনেজমেণ্ট ব’ৰ্ড (বিবিএমবি)ৰ দ্বাৰা পৰিচালিত হয়। এই ৰে’লখন ভাড়া বিনামূলীয়াকৈ চলোৱাৰ সিদ্ধান্ত ব’ৰ্ডে গ্ৰহণ কৰিছিল যাতে দেশৰ উদ্যোগিক ইতিহাসৰ এই ঐতিহ্য সংৰক্ষণ কৰিব পৰা যায়।

ৰেলখনৰ আন এটা বিশেষত্ব হ’ল প্ৰথম অৱস্থাত ইয়াক ভাপ ইঞ্জিনেৰে চলোৱা হৈছিল যদিও ১৯৫৩ চনত ইয়াক ডিজেল ইঞ্জিনলৈ উন্নীত কৰা হয়। তাৰোপৰি ৰেল ডবাসমূহে আজিয়ো পুৰণি ঐতিহাসিক তাৎপৰ্য্যকে ধৰি ৰাখিছে, কাৰণ ৰেলখনৰ ডবা বোৰ বিভাজনৰ পূৰ্বে কৰাচীত কাঠেৰে নিৰ্মাণ কৰা হৈছিল। এই পুৰণি ডবাবোৰ আজিও ভালদৰে ৰক্ষণাবেক্ষণ কৰা হৈছে, যাৰ বাবে এই ৰেলখনে যাত্ৰীসকলক পুৰণি সময়ৰ কথা মনত পেলাই দিয়ে।

যদিও এই ৰে’লখন চলাবলৈ প্ৰতি ঘণ্টাত ১৮-২০ লিটাৰ ইন্ধনৰ প্ৰয়োজন হয়, তথাপিও বিবিএমবিয়ে ভাড়া বিনামূলীয়াকৈ চলোৱাৰ পৰম্পৰা বজাই ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bhakra Nangal TrainFree Railway ServiceIndian RailwayrailUnique Rain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!
জীৱনশৈলী

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

March 27, 2026
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?
জীৱনশৈলী

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

March 27, 2026
Next Post
আপুনিয়ো এই দিশত বহি খাদ্য গ্ৰহণ কৰে নেকি, পাব নকৰাত্মক শক্তিহে

আপুনিয়ো এই দিশত বহি খাদ্য গ্ৰহণ কৰে নেকি, পাব নকৰাত্মক শক্তিহে

পথত আদিম মানৱ হিচাপে ঘুৰি ফুৰিছে এগৰাকী ছুপাৰষ্টাৰে, চিনিব পাৰিছেনে

পথত আদিম মানৱ হিচাপে ঘুৰি ফুৰিছে এগৰাকী ছুপাৰষ্টাৰে, চিনিব পাৰিছেনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.