• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!

কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!

4 years ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

46 minutes ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

2 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

2 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

4 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

4 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

5 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

6 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

7 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

15 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

16 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!

editor by editor
May 30, 2022
in বিবিধ, বিশ্ব
0
কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্য কনিজুৰিং ২০১৩ বৰ্ষৰ আটাইতকৈ জনপ্ৰিয় ভৌতিক ছবি৷ সমীক্ষাৰ মতে ২০১৩ বৰ্ষত হ’ৰৰ ছবি হিচাপে সৰ্বাধিক লোকে দৰ্শন কৰিছিল দ্য কনিজুৰিং৷

১৯৭১ চনৰ পেৰ’ন পৰিয়াল এটা যাদুকৰী বাসগৃহৰ সম্পৰ্কে ৱাৰেনছে কৰা এক তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছিল৷

হ’ৰৰ ছবিখন জনপ্ৰিয় হৈ উঠাৰ লগে লগে বষ্টনৰ এই বাসগৃহটোও ব্যাপকৰূপত জনপ্ৰিয় আৰু চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল৷ এতিয়া সেই বাসগৃহটো পুনৰ সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷

লগতে পঢ়ক মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?

ৰ’ড আইছলেণ্ডৰ ২৮৬ বছৰীয়া এই বাসগৃহতো চলিত বৰ্ষত বিক্ৰী কৰা হৈছে৷ বাসগৃহটো প্ৰায় অভিলেখসংখ্যক ভাৰতীয় মূল্যত প্ৰায় ১১ কোটি টকাত বিক্ৰী কৰা হৈছে৷

বাসগৃহটো ১১ কোটি টকাত বিক্ৰী হোৱাৰ পিছতে ৱালষ্ট্ৰীট জাৰ্ণেল-এ প্ৰকাশ কৰিছে গৰাকীয়ে বিক্ৰীৰ বাবদত বিচৰাতকৈ প্ৰায় ২৭ শতাংশ অধিক মূল্য লাভ কৰিছে৷

বিক্ৰেতা জেন আৰু ক’ৰি হেইজেনে ২০১৯ চনত এই ঘৰটো ৪,৩৯,০০০ মাৰ্কিন ডলাৰত ক্ৰয় কৰি ২০১২ চনত ১.২ মিলিয়ন মাৰ্কিন ড’লাৰত বিক্ৰীৰ বাবে তেওঁলোকৰ ফেচবুক পেইজত ঘোষণা কৰিছিল৷কিন্তু তেওঁলোকক আচম্বিত কৰি ব’ষ্টনৰ ৰিয়েল ষ্টেট ব্যৱসায়ী জেকলিন নুনেজে ঘৰটো ১.৫২৫ মিলিয়ন মাৰ্কিন ড’লাৰত ক্ৰয় কৰে৷

লগতে পঢ়ক দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?

ঘৰটো বিক্ৰী হোৱাৰ পিছতে ১৯৭১ ৰপৰা ১৯৮০ চনলৈ তাতে বাস কৰা আন্দ্ৰেয়া পেৰ’নে ৱালষ্ট্ৰীটৰ এক সাক্ষাৎকাৰত ঘৰটো হোৱা অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছে৷ পেৰ’নে দাবী কৰিছে ঘৰটোত থকা সময়ত তেওঁ বহু অধিভৌতিক তথা ভৌতুক অভিজ্ঞতাৰ সন্মুখীন হৈছিল৷

তেওঁ বিশ্বাস কৰে যে ঘৰটোৱে নতুন ক্ৰেতাজনক বাছি লৈছে। “মই বিশ্বাস কৰো যে ঘৰটোৱে আমাক বাছি লোৱাৰ দৰেই জেকলিনকো বাছি লৈছে। ঘৰটোৱে তাইৰ পোহৰ বিচাৰে।’’-পেৰ’নে কয়৷

অৱশ্যে, হেনজেন পৰিয়ালে প্ৰকাশ কৰিছে যে ক্ৰেতা জেকলিনে ঘৰটোত নাথাকিব। ইয়াৰ পৰিৱৰ্তে জেকলিনে পেৰ’নৰ সৈতে ঘৰটোত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানৰ বাবে টিম আপ কৰাৰ পৰিকল্পনাহে কৰিছে বুলি প্ৰকাশ পাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamThe Conjuring
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 19, 2026
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য
জীৱনশৈলী

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

March 19, 2026
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
Next Post
মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?

মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?

UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰথম তিনি স্থান দখল মহিলাৰ

UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰথম তিনি স্থান দখল মহিলাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.