• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

39 minutes ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

2 minutes ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

2 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

2 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

3 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

3 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

4 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

5 hours ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

6 hours ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

7 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

7 hours ago
একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

8 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

জাংক ফুডে অনিষ্ট কৰে দাঁতৰ, ভুল কৰিলে অস্ত্ৰোপচাৰৰো সন্মুখীন হ’ব আপুনি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

চলিত বৰ্ষত ডেৰ লাখ টকাতকৈও অধিক কমিছে ৰূপৰ দাম

editor by editor
June 23, 2026
in বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যন (IBJA)ৰ তথ্য অনুসৰি, আজিও সোণ আৰু ৰূপৰ মূল্যত লক্ষণীয়ভাৱে হ্ৰাস পোৱা দেখা গৈছে। এক কিলোগ্ৰাম ৰূপৰ দাম ১০,৩১৮ টকা কমি ২.২৭ লাখ টকালৈ নামি আহিছে। সোমবাৰে এক কিলোগ্ৰাম ৰূপৰ মূল্য ২.৩৭ লাখ টকা আছিল। একেদৰে, ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ২,৩১৫ টকা হ্ৰাস পাই ১.৪৫ লাখ টকালৈ নামি আহিছে। ২২ জুনত ইয়াৰ মূল্য ১.৪৭ লাখ টকা আছিল। চলিত মাহত সোণৰ মূল্য ১০,৫৪১ টকা আৰু ৰূপৰ মূল্য ৩৫,৭৬৭ টকা কমিছে। ১ জুনত ১০ গ্ৰাম সোণৰ মূল্য ১.৫৬ লাখ টকা আৰু এক কিলোগ্ৰাম ৰূপৰ মূল্য ২.৬৩ লাখ টকা আছিল।

চলিত বৰ্ষত ১.৫৮ লাখ টকা পৰ্যন্ত কমিছে ৰূপৰ দাম

চলিত বৰ্ষত সোণ আৰু ৰূপৰ মূল্যত যথেষ্ট উঠা-নমা দেখা গৈছে। বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত সোণৰ মূল্য আছিল ১.৩৩ লাখ টকা। চলিত বৰ্ষৰ ২৯ জানুৱাৰীত ইয়াৰ মূল্য বৃদ্ধি পাই সৰ্বোচ্চ ১.৭৬ লাখ টকালৈ উঠিছিল। সেই স্তৰৰ পৰা এতিয়ালৈকে সোণৰ মূল্য ৩১,১২৬ টকা হ্ৰাস পাইছে। আনহাতে, চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত ৰূপৰ মূল্য ২.৩০ লাখ টকা আছিল। ২৯ জানুৱাৰীত ই বৃদ্ধি পাই ৩.৮৬ লাখ টকালৈ উঠিছিল, যিটো আছিল ৰূপৰ সৰ্বকালীন সৰ্বোচ্চ মূল্য আছিল। সেই সময়ৰ পৰা প্ৰায় ১৪৫ দিনৰ ভিতৰত ৰূপৰ মূল্য ১.৫৮ লাখ টকালৈ হ্ৰাস পাইছে।

সোণ-ৰূপৰ আমদানি শুল্ক ৬%ৰ পৰা ১৫%লৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে সোণ আৰু ৰূপৰ আমদানিৰ ওপৰত আৰোপ কৰা শুল্ক ৬%ৰ পৰা বৃদ্ধি কৰি ১৫% কৰিছে। চৰকাৰৰ মতে, বিদেশৰ পৰা ক্ৰয় কমোৱা আৰু বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ ওপৰত পৰা চাপ হ্ৰাস কৰাই এই সিদ্ধান্তৰ মূল উদ্দেশ্য আছিল। আমেৰিকা-ইৰান সংঘাতৰ মাজতে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল। চৰকাৰে সোণৰ ওপৰত ১০% মৌলিক কাষ্টম ডিউটি (Basic Custom Duty) আৰু ৫% কৃষি আন্তঃগাঁথনি আৰু উন্নয়ন উপকৰ (AIDC) আৰোপ কৰিছে। ফলত মুঠ প্ৰভাৱশালী কৰৰ হাৰ ১৫% হৈছে। উল্লেখ্য যে, ২০২৪ চনৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমদানি শুল্ক ১৫%ৰ পৰা হ্ৰাস কৰি ৬% কৰিছিল।

সোণ কিনাৰ সময়ত এই দুটা কথা মনত ৰাখক

১. কেৱল প্ৰমাণিত (Certified) সোণ ক্ৰয় কৰক
সদায় ভাৰতীয় মানক ব্যুৰো (BIS)-ৰ হলমাৰ্কযুক্ত প্ৰমাণিত সোণহে ক্ৰয় কৰক। হলমাৰ্ক নম্বৰ সাধাৰণতে AZ4524ৰ দৰে আলফানিউমেৰিক হয়। এই হলমাৰ্কে সোণৰ বিশুদ্ধতা আৰু কেৰেটৰ মান নিশ্চিত কৰে।
২. মূল্য ভালদৰে মিলাই চাওক
সোণ কিনাৰ আগতে তাৰ ওজন আৰু সেইদিনাৰ বজাৰ মূল্য বিভিন্ন নিৰ্ভৰযোগ্য উৎসৰ সৈতে মিলাই চাওক। উদাহৰণস্বৰূপে, ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ তথ্য ব্যৱহাৰ কৰিব পাৰে। ২৪ কেৰেট, ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ মূল্য বেলেগ বেলেগ হয়, সেয়েহে ক্ৰয়ৰ আগতে সঠিক দাম নিশ্চিত কৰা উচিত।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24gold
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক
বিবিধ

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

June 23, 2026
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?
ভাৰত

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

June 23, 2026
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক
জীৱনশৈলী

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

June 23, 2026
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?
জীৱনশৈলী

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

June 23, 2026
Next Post
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.