• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে! গীতাত কি কোৱা হৈছে?

1 year ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

1 hour ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

2 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

3 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

4 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

5 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

6 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে! গীতাত কি কোৱা হৈছে?

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে! গীতাত কি কোৱা হৈছে?

editor by editor
October 26, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে! গীতাত কি কোৱা হৈছে?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্ৰীকৃষ্ণৰ শ্ৰীমদ ভাগৱত গীতাত ধৰ্ম, কৰ্ম আৰু প্ৰেমক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ উপদেশ আছে। গীতাৰ বাণীত কোৱা হৈছে যে মানুহৰ জীৱনত এনে কোনো সমস্যা নাই যাৰ সমাধান গীতাত নাই। মানুহৰ এনে কোনো প্ৰশ্ন নাই যাৰ উত্তৰ গীতাত নাই। হাজাৰ হাজাৰ বছৰ বাগৰি গ’লেও আজিও গীতাৰ বাণীৰ প্ৰাসংগিকতা আছে। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগমুহূৰ্তত অৰ্জুনে যুদ্ধবিৰতি ল’ব বিচাৰিছিল। ভাতৃৰ বিৰুদ্ধে যুদ্ধ নকৰো বুলি অস্ত্ৰ নমাই থৈছিল অৰ্জুনে। তেতিয়াই শ্ৰী কৃষ্ণই অৰ্জুনক গীতাৰ বাণী শুনোৱাইছিল। নিজৰ ধৰ্ম আৰু কৰ্ম সম্পৰ্কে অৰ্জুনক সচেতন কৰি তুলিবলৈকে এই বাণী শুনাইছিল শ্ৰী কৃষ্ণই। গীতাৰ দৰ্শন যিয়ে সঠিকৰূপে মানি চলে তেনে ব্যক্তি জীৱনত কেতিয়াও হতাশ নহয়।

বহু সময়ত মানুহে নিজৰ ভুলৰ বাবেই ব্যৰ্থ হয়। গীতাত শ্ৰী কৃষ্ণই এজন মানুহ ধ্বংস পথলৈ কেনেকৈ যায় তাৰ সমূহ বৰ্ণনা কৰি গৈছে। ৫টা কাৰণত এজন মানুহৰ জীৱন ধ্বংস হয়।

১) গীতাত শ্ৰী কৃষ্ণই কৈছে যে মানুহৰ ধ্বংসৰ ৫ টা কাৰণ আছে। এইসমূহ হৈছে, নিদ্ৰা, ভয়, ক্লান্তি, খং আৰু কাম পাছত কৰিম বুলি পেলাই থোৱাৰ অভ্যাস।
২) শ্ৰী কৃষ্ণই গীতাত কৈছে, কেৱল অৰ্থই এজন মানুহক ধনী নকৰে। যাৰ চিন্তাভাৱনা সঠিক, ব্যৱহাৰ ভাল আৰু মানসিকতা সুন্দৰ সেই ব্যক্তিহে প্ৰকৃত ধনী।
৩) শ্ৰী কৃষ্ণই গীতাত কৈছে যে কোনো পৰিস্থিতিত আমি কেতিয়াও হতাশ হোৱা উচিত নহয়। আমি যেতিয়ালৈকে সঠিতভাৱে চিন্তা চৰ্চা কৰিব নোৱাৰো তেতিয়ালৈকে জীৱনত কেতিয়াও সফল হ’ব নোৱাৰো। পজিটিভ চিন্তাইহে ব্যক্তিৰ জীৱনলৈ সুদিন আনে।
৪) গীতাত শ্ৰী কৃষ্ণই কৈছে যে খুব সুখৰ সময় বা খুব দুঃখৰ সময়ত কেতিয়াও সিদ্ধান্ত ল’ব নালাগে। কাৰণ মনৰ এই দুই অৱস্থাতেই আমি সঠিক সিদ্ধান্ত ল’ব নোৱাৰো।
৫) গীতাত কোৱা হৈছে যে, আপোনাৰ যদি নিজৰ চিন্তা পৰিবৰ্তন কৰিব পৰা ক্ষমতা নাথাকে তেন্তে ঈশ্বৰ বা ভাগ্যৰ ওপৰত দোষ দি লাভ নাই। আপোনাৰ নিজৰ পিছপৰা চিন্তাৰ বাবেই আপুনি বিফল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো
জীৱনশৈলী

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 20, 2026
Next Post
অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ জাতক-জাতিকা

কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন