• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ জাতক-জাতিকা

অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ জাতক-জাতিকা

2 years ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

27 minutes ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

55 minutes ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

2 hours ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

2 hours ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

3 hours ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

4 hours ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

16 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

17 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

17 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

18 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

19 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ জাতক-জাতিকা

অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ জাতক-জাতিকা

editor by editor
October 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ জাতক-জাতিকা
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন কোন মানুহ সহজেই অন্যৰ দ্বাৰা প্ৰতাৰিত হয় জানেনে? প্ৰেমৰ সম্পৰ্কই হওক বা পেছাগত সম্পৰ্কই হওক সকলোতেই কিছুলোক প্ৰতাৰণাৰ বলি হয়। জ্যোতিষ অনুসৰি কেইটামান ৰাশিৰ জাতক বেছিকৈ প্ৰতাৰণাৰ বলি হয়। এইকেইটা জাতকৰ কোমল মনৰ সুযোগ লৈ প্ৰতাৰণা কৰে। সম্পৰ্কৰ ফালেৰেও এইসকল ব্যক্তি প্ৰতাৰণাৰ বলি হয়। জানি থওক কি কি ৰাশিৰ ব্যক্তি আটাইতকৈ বেছি প্ৰতাৰণাৰ বলি হয়।

মীন ৰাশি

অত্যন্ত দয়ালু আৰু কোমল মনৰ মানুহ মীন ৰাশিৰ জাতকসকল। এওঁলোকে সহজেই সকলোকে বিশ্বাসো কৰি লয়। এওঁলোকে সকলো সময়তে মানুহৰ ভাল গুণসমূহেই দেখা পায়। ব্যক্তিৰ বেয়া গুণ এওঁলোকৰ চকুত নপৰে। মীন ৰাশিৰ জাতকসকলে ঠগ খালেও সেই কথা বেছিদিন মনত নাৰাখে। এওঁলোকে সহজেই সকলোকে ক্ষমা কৰি দিয়ে দিয়ে।

তুলা ৰাশি

সম্পৰ্কক অত্যন্ত গুৰুত্ব দিয়ে তুলা ৰাশিৰ জাতকে। জীৱনত অহা সকলো সম্পৰ্কৰ প্ৰতিয়েই অত্যন্ত শ্ৰদ্ধাশীল হয় এই ৰাশিৰ জাতকসকল। তেওঁলোকে সকলো সমস্যা এৰাই চলিবলৈ যত্ন কৰে। শান্তি ৰক্ষাৰ বাবে বাৰে বাৰে তেওঁলোকে প্ৰতাৰণাৰ বলি হ’লেও একে ভুলেই কৰি থাকে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোক খুবেই দুৰ্বল সেয়ে বহুসময়ত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকসকল অত্যন্ত আত্মবিশ্বাসী। এওলোকে অন্যৰ বিশ্বাস কাহানিও ভংগ নকৰে। ইয়াৰোপৰি বিশ্বাসৰ মূল্য দিবলৈ গৈ নিজেই প্ৰতাৰণাৰ বলিও হয়। বৃষ ৰাশিৰ জাতকসকলে নিজৰ জেদৰ কাৰণেও বহুসময়ত সম্পৰ্কৰ পৰা বাহিৰলৈ ওলাই আহে। যাৰফলত নিজৰেই বহু লোকচান হয়।

কৰ্কট ৰাশি

অত্যন্ত আৱেগপ্ৰৱণ হয় কৰ্কট ৰাশিৰ জাতকসকল। যাকেই ভালপায় তেওঁকেই গভীৰভাৱে ভালপায় পেলাই এই ৰাশিৰ জাতকে। কিন্তু অন্য পক্ষৰ পৰা সেই ভালপোৱা পাইছেনে এই বিষয়টোত খুবেই কম নজৰ দিয়ে এই ৰাশিৰ জাতকে। এওঁলোকৰ ভালপোৱাৰ সুযোগ লৈয়েই বহুতে প্ৰতাৰণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ
জীৱনশৈলী

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

October 24, 2026
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE
বিনোদন

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

October 24, 2026
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া
বিনোদন

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

October 24, 2026
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা
জীৱনশৈলী

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

October 24, 2026
Next Post
কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

৩৩৩ দিনৰ ফিক্সড ডিপোজিটত ভাল সুদ দিছে এই দুই বেংকে

৩৩৩ দিনৰ ফিক্সড ডিপোজিটত ভাল সুদ দিছে এই দুই বেংকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.