• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৩৩ দিনৰ ফিক্সড ডিপোজিটত ভাল সুদ দিছে এই দুই বেংকে

৩৩৩ দিনৰ ফিক্সড ডিপোজিটত ভাল সুদ দিছে এই দুই বেংকে

2 years ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

5 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

5 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

6 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

6 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

7 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

8 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

9 hours ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

10 hours ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

10 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

11 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

12 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৩৩ দিনৰ ফিক্সড ডিপোজিটত ভাল সুদ দিছে এই দুই বেংকে

৩৩৩ দিনৰ ফিক্সড ডিপোজিটত ভাল সুদ দিছে এই দুই বেংকে

editor by editor
October 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৩৩৩ দিনৰ ফিক্সড ডিপোজিটত ভাল সুদ দিছে এই দুই বেংকে
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি ফিক্সড ডিপোজিটত বিনিয়োগ কৰি দ্ৰুত ফল ভোগ কৰিব বিচাৰে তেন্তে বিভিন্ন বেংকৰ সুদৰ হাৰৰ দিশত আপুনি নজৰ ৰাখিবই লাগিব৷ প্ৰতিখন বেংকৰ সুদৰ হাৰ বিভিন্ন থাকে৷ দীৰ্ঘসময়ৰ পৰা আৰম্ভ কৰি অল্পসময় সকলোতেই নানান ধৰণৰ সুদ থাকে৷ সাধাৰণতে আমি দেখো যে এবছৰৰ তুলনাত ৫ বছৰৰ ফিক্সড ডিপোজিটত সুদৰ হাৰ বেছি থাকে৷

ভাৰতৰ অন্যতম এক নিৰ্ভৰযোগ্য বেংকৰ নাম ইউনিয়ন বেংক৷ এই হেংতে আন এক নতুৱ প্ৰকল্প আনিছে৷ তাতেই আছে ৩৩৩ দিনৰ এক বিশেষ যোজনা৷ ইয়াৰ নাম দিছে ইউনিয়ন সমৃদ্ধি৷ তাত বিনিয়োগকাৰীয়ে ৮.১৫ শতাংশ হাৰত সুদ পাব৷ ইয়াত সৰ্বনিম্ন বিনিয়োগ ১ হাজাৰ টকা৷ সৰ্বোচ্চ বিনিয়োগ ৩ কোটি টকা৷ সাধাৰণ নাগৰিকসকলৰ বাবে সুদৰ হাৰ ৭.৪শতাংশ৷ ছিনিয়ৰ ছিটিজেনসকলৰ বাবে ৭.৯০ শতাংশ আৰু ছুপাৰ ছিনিয়ৰ সকলৰ বাবে ৮.১৫শতাংশ৷

যদি কোনো কাৰণত নিৰ্ধাৰিত সময়ৰ পূৰ্বে এই ধন আপুনি তুলি লয় তেন্তে ১শতাংশ কমাই দিয়ে সুদ৷ অন্যহাতে ৩৩৩ দিনৰ এটা প্ৰকল্প আৰম্ভ কৰিছে বেংক অফ বৰোদাইয়ো৷ ইয়াৰ নাম দিয়া হৈছে মনছুন ধামাকা স্কিম৷ ইয়াত সাধাৰণ নাগৰিকে পাব ৭.৬৫শতাংশ সুদ৷ দেৰী নকৰাকৈ দ্ৰুততৰভাৱে নিজৰ অৰ্থ আপুনিও বিনিয়োগ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

June 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

June 19, 2026
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা
বিনোদন

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

June 19, 2026
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!
জীৱনশৈলী

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

June 19, 2026
Next Post
ঋণত জৰ্জৰিত? হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট

ঋণত জৰ্জৰিত? হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট

একাদশীত অৰ্থলাভ ৪ৰাশিৰ, বাকীসকলৰ ভাগ্যত কি আছে?

একাদশীত অৰ্থলাভ ৪ৰাশিৰ, বাকীসকলৰ ভাগ্যত কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.