১২ এপ্ৰিল শনিবাৰে পৰিছে হনুমান জয়ন্তী৷ ধৰ্মীয় বিশ্বাস অনুসৰি হনুমানৰ জন্ম চৈত্ৰ শুক্লা পূৰ্ণিমাত৷ এই কাৰণেই প্ৰতি বছৰ এই তিথিত হনুমান জয়ন্তী পালিত হয়৷ এই বছৰ হনুমান জয়ন্তীৰ দিনটো ৫ ৰাশিৰ জাতকৰ বাবে শুভ হব পাৰে৷ হনুমানৰ আশীৰ্বাদত এই ৰাশিৰ জাতকে আৰ্থিক সুবিধা পাব, যিয়ে তেওঁলোকৰ আৰ্থিক অৱস্থাক শক্তিশালী কৰিব৷ তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ আহিব আৰু বজৰংবলীৰ আশীৰ্বাদত তেওঁলোকৰ সমস্ত সমস্যা দূৰ হব৷ হনুমান জয়ন্তীত কোন কোন ৰাশিৰ জাতক লাভৱান হব? আপুনিও আছে নেকি সেই তালিকাত?
মেষ ৰাশি
সিংহ ৰাশি
কন্যা ৰাশি
ধনু ৰাশি
কুম্ভ ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ