• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাগ্যৱান এই ৫ৰাশিৰ জাতক, সুখ, সমৃদ্ধি সকলোবোৰ এওঁলোকৰ হাতৰ মুঠিত

ভাগ্যৱান এই ৫ৰাশিৰ জাতক, সুখ, সমৃদ্ধি সকলোবোৰ এওঁলোকৰ হাতৰ মুঠিত

2 years ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

1 hour ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

2 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

2 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

3 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

3 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

4 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

5 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

6 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

6 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

8 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

8 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাগ্যৱান এই ৫ৰাশিৰ জাতক, সুখ, সমৃদ্ধি সকলোবোৰ এওঁলোকৰ হাতৰ মুঠিত

ভাগ্যৱান এই ৫ৰাশিৰ জাতক, সুখ, সমৃদ্ধি সকলোবোৰ এওঁলোকৰ হাতৰ মুঠিত

editor by editor
July 26, 2024
in জীৱনশৈলী
0
ভাগ্যৱান এই ৫ৰাশিৰ জাতক, সুখ, সমৃদ্ধি সকলোবোৰ এওঁলোকৰ হাতৰ মুঠিত
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিজন ব্যক্তিয়ে নিজৰ ভাগ্য নিজেই লিখি আহে৷ জ্যোতিষ গণনা অনুসৰি জন্মৰ সময় ,স্থান আৰু নক্ষত্ৰই ব্যক্তিৰ ভাগ্য নিৰ্ধাৰণ কৰে৷ বহু সময়ত নিজৰ পৰিশ্ৰম, প্ৰচেষ্টাৰ জোৰত ভৱিষ্যৎ গঢ়িব পাৰে৷ কিছু জাতকে কম পৰিশ্ৰমতেই জীৱনত সফলতা অৰ্জন কৰে৷ পৃথিৱীৰ সমস্ত সুখ ভোগ কৰিব পাৰে এওঁলোকে৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি ভাগ্যৱান ৰাশি কোনকেইটা?

মেষ ৰাশি

ৰাশি চক্ৰৰ প্ৰথম ৰাশিয়েই হৈছে মেষ৷ মঙল এই গ্ৰহৰ অধিপতি৷ এই ৰাশিৰ জাতকৰ নেতৃত্ব লোৱাৰ ক্ষমতা আছে৷ নিজৰ নেতৃত্বগুণৰ কাৰণতেই কৰ্মক্ষেত্ৰত অধিক মজবুত আৰু শক্তিশালী হৈ উঠে৷ পৰিশ্ৰম আৰু নিজৰ ক্ষমতাৰ জোৰত জীৱনত সকলো সাফল্য অৰ্জন কৰিব পাৰে৷ ভাগ্যৱান এই ৰাশিৰ জাতকে কম পৰিশ্ৰমত প্ৰচুৰ ধন সম্পত্তি অৰ্জন কৰিব পাৰে৷

বৃষ ৰাশি

এই ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ-সুবিধা লাভ কৰিব৷ এওঁলোকৰ জীৱনত কেতিয়াও অৰ্থাভাৱ নাথাকে৷ ভাগ্যই এওঁলোকক সংগ দিয়ে৷ যাৰ ফলত জীৱনৰ সমস্ত কিছু শীঘ্ৰেই লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ অৰ্থ সঞ্চয়ত এই ৰাশিৰ জাতক পাকৈত৷ ভাগ্যৰ ওপৰিও পৰিশ্ৰমৰ জোৰত সফল হ’ব পাৰে এই ৰাশিৰ জাতক৷ এই ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি সদায়ে উন্নত৷

বৃশ্চিক ৰাশি

এই ৰাশিৰ জাতক অকুতোভয় আৰু সাহসী হয়৷ এওঁলোকে যিকোনো কামেই নহওক কিয় নিৰ্ভয়ে কৰে৷ কামত কাহানিও শিৰনত নকৰে এই ৰাশিৰ জাতকে৷ পৰিকল্পিত ভাৱে সকলো কাম কৰে এওঁলোকে৷ সমস্ত কামতে পৰিশ্ৰম নিহিত হৈ থাকে৷ ইয়াৰোপৰি বুদ্ধিমান হয় বৃশ্চিক ৰাশিৰ জাতক৷ বুদ্ধিৰ জোৰত অৰ্থ উপাৰ্জনত সফল হয়৷ এই ৰাশিৰ জাতকে জীৱনত কেতিয়াও অৰ্থৰ অভাৱত নুভোগে৷ ভাগ্যৰ জোৰত শীঘ্ৰে লাফল্য লাভ কৰিব পাৰে৷

​মকর ৰাশি

এই ৰাশিৰ জাতকৰ আত্মবিশ্বাসৰ কোনো অভাৱ নাথাকে৷ এই ৰাশিৰ অধিপতি শনিয়ে সকলো সময়তে তেওঁলোকক আশীৰ্বাদ বৰ্ষণ কৰি থাকে৷ শনিৰ প্ৰভাৱত মকৰ ৰাশিৰ জাতকৰ মাজত নেতৃত্ব বহনৰ ক্ষমতা অধিক৷ পৰিশ্ৰম আৰু একাগ্ৰতাৰ জোৰত জীৱনত সফলতা অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে৷

কুম্ভ ৰাশি

সততাৰ সৈতে নিজৰ কামত সফলতা লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সকলো সময়তে সাফল্য লাভ কৰে এই ৰাশিৰ জাতকে৷ পৰিকল্পনা অনুসৰি আগবাঢ়ে এই ৰাশিৰ জাতক৷ তীক্ষ্ণ বুদ্ধি থাকে এই ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 21, 2026
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক
জীৱনশৈলী

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

June 21, 2026
Next Post
নিৰামিষ খাদ্য, খেলুৱৈৰ শাৰীৰিক প্ৰশান্তিৰ বাবেও থাকিব সুবিধা, পেৰিছ অলিম্পিকত খেলুৱৈয়ে পাব কি কি সুবিধা? জানক সবিশেষ

নিৰামিষ খাদ্য, খেলুৱৈৰ শাৰীৰিক প্ৰশান্তিৰ বাবেও থাকিব সুবিধা, পেৰিছ অলিম্পিকত খেলুৱৈয়ে পাব কি কি সুবিধা? জানক সবিশেষ

সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ…! কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ...! কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.