• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰামিষ খাদ্য, খেলুৱৈৰ শাৰীৰিক প্ৰশান্তিৰ বাবেও থাকিব সুবিধা, পেৰিছ অলিম্পিকত খেলুৱৈয়ে পাব কি কি সুবিধা? জানক সবিশেষ

নিৰামিষ খাদ্য, খেলুৱৈৰ শাৰীৰিক প্ৰশান্তিৰ বাবেও থাকিব সুবিধা, পেৰিছ অলিম্পিকত খেলুৱৈয়ে পাব কি কি সুবিধা? জানক সবিশেষ

2 years ago
অভিনেতাই ওঁঠেৰে কামুৰী কাণফুলি খুলিলে অভিনেত্ৰীৰ, তাৰ পিছত…

অভিনেতাই ওঁঠেৰে কামুৰী কাণফুলি খুলিলে অভিনেত্ৰীৰ, তাৰ পিছত…

36 minutes ago
EPFO ৰ ডাঙৰ খবৰ! ডিচেম্বৰৰ ভিতৰত UPI ৰ জৰিয়তে পিএফৰ ধন উলিয়াব পাৰিব

EPFO ৰ ডাঙৰ খবৰ! ডিচেম্বৰৰ ভিতৰত UPI ৰ জৰিয়তে পিএফৰ ধন উলিয়াব পাৰিব

1 hour ago
পুনৰ ভূমিকম্প, পুৱাই আতংকিত হৈ পৰে সকলো!

পুনৰ ভূমিকম্প, পুৱাই আতংকিত হৈ পৰে সকলো!

2 hours ago
কৰ্মস্থানত WhatsApp লগ ইন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক! WhatsApp Web ব্যৱহাৰকাৰীসকললৈ সতৰ্কবাণী কেন্দ্ৰৰ

কৰ্মস্থানত WhatsApp লগ ইন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক! WhatsApp Web ব্যৱহাৰকাৰীসকললৈ সতৰ্কবাণী কেন্দ্ৰৰ

2 hours ago
কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্য, অসমত প্ৰথম ৰাসোৎসৱ কেতিয়া আৰু ক’ত আৰম্ভ হৈছিল?

কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্য, অসমত প্ৰথম ৰাসোৎসৱ কেতিয়া আৰু ক’ত আৰম্ভ হৈছিল?

3 hours ago
সৰু সৰু ৰোগত এন্টিবায়’টিক সেৱন? তেন্তে সাৱধান হওক আপুনি!

সৰু সৰু ৰোগত এন্টিবায়’টিক সেৱন? তেন্তে সাৱধান হওক আপুনি!

4 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

ভাৰতৰ বজাৰত সোণৰ দাম কোনে নিৰ্ধাৰণ কৰে? জানক এই তথ্য

5 hours ago
নৱবৰ্ষত আহিব নতুন খবৰ, ২০২৭ত ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৫টা ৰাশিৰ!

নৱবৰ্ষত আহিব নতুন খবৰ, ২০২৭ত ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৫টা ৰাশিৰ!

5 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই দেখুৱাব ৰূপ, কাৰ কাৰ জীৱনলৈ আহিব নতুন সুযোগ?

6 hours ago
খাৰিজ হ’ব নেকি দেৱাশীষ শৰ্মাৰ সাংসদ পদ?

খাৰিজ হ’ব নেকি দেৱাশীষ শৰ্মাৰ সাংসদ পদ?

14 hours ago
১১ দিনতে সলনি সিদ্ধান্ত! জেনছেন হুৱাঙক পুনৰ NVIDIAৰ CEOৰ দায়িত্ব

১১ দিনতে সলনি সিদ্ধান্ত! জেনছেন হুৱাঙক পুনৰ NVIDIAৰ CEOৰ দায়িত্ব

14 hours ago
কঠোৰ ৰাজ্যৰ প্ৰশাসন! সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ সময়ত হওঁক সাৱধান

কঠোৰ ৰাজ্যৰ প্ৰশাসন! সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ সময়ত হওঁক সাৱধান

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নিৰামিষ খাদ্য, খেলুৱৈৰ শাৰীৰিক প্ৰশান্তিৰ বাবেও থাকিব সুবিধা, পেৰিছ অলিম্পিকত খেলুৱৈয়ে পাব কি কি সুবিধা? জানক সবিশেষ

নিৰামিষ খাদ্য, খেলুৱৈৰ শাৰীৰিক প্ৰশান্তিৰ বাবেও থাকিব সুবিধা, পেৰিছ অলিম্পিকত খেলুৱৈয়ে পাব কি কি সুবিধা? জানক সবিশেষ

editor by editor
July 26, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
নিৰামিষ খাদ্য, খেলুৱৈৰ শাৰীৰিক প্ৰশান্তিৰ বাবেও থাকিব সুবিধা, পেৰিছ অলিম্পিকত খেলুৱৈয়ে পাব কি কি সুবিধা? জানক সবিশেষ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্যেন নদীৰ তীৰত ইমানদিনে কবিতা লিখিছিল কবিয়ে৷ সেই নদীয়ে যুগ যুগ ধৰি সাক্ষী হৈ আহিছে বহু প্ৰেমিক-প্ৰেমিকাৰ ৰোমান্সৰ পৰা বিষাদকে আদি কৰি বহু ব্যক্তিগত সময়ৰ৷ সেইসমূহ ছবি হৈ আছে মিউজিয়াম, কোনোবা প্ৰেমিকৰ ড্ৰয়িংৰূমত নতুবা কোনো প্ৰেয়সীৰ গোপন মানসপটত৷ শ্যেন নদীৰ সৌন্দৰ্যত কোনো যদি মুগ্ধ হোৱা নাই তেন্তে তেওঁ আচৰিত ব্যক্তিয়েই হ’ব লাগিব৷ এই নদীয়েই এইবাৰ অলিম্পিকৰ প্ৰতীক৷ সেই নদীৰ ৬ কিঃমিঃ জুৰি বহুওৱা হৈছে উদ্বোধনী আচবাব৷ পেৰিছৰ ঐতিহ্য, ইতিহাস, ওম সকলো একাকাৰ হৈ পৰিব৷ মাৰ্চপাষ্টত ব্যৱহাৰ হ’ব একাধিক সৰু সৰু নৌকা৷ সকলোৰে অপেক্ষা এতিয়া লাইট, চাউণ্ড, একশ্ব্যন চাবৰ বাবে৷ আজিৰ নিশা শ্যেন নদী আকৌ এবাৰ প্ৰাণবন্ত হৈ উঠিব৷

কেৱল শ্যেন নদীতেই আৰম্ভণি আৰু শ্যেন নদীতেই শেষ হ’ব নেকি এইবাৰৰ অলিম্পিক? চাৰি বছৰ পাছত নতুন নতুন তাৰকা ওলাব শ্যেন নদীৰ পাৰৰ পৰা৷ চাৰি বছৰ পাছত আকৌ বিশ্ববিজয় কৰিবলৈ সাজু বিভিন্ন দেশৰ খেলুৱৈ৷ পুৰণি মহাতাৰকাই পূৰ্বৰ গৰিমা ধৰি ৰখাৰ বাবে অপ্ৰাণ চেষ্টা চলাব৷ কোনো মহাতাৰকাই আকৌ এইবাৰ শেষ কৰিব ক্ৰীড়া জীৱন৷ অলিম্পিক এনেকুৱাই৷ কেৱল পেৰিছতেই অলিম্পিকৰ উত্তেজনা আছে তেনে নহয়, অলিম্পিকৰ উত্তেজনা এতিয়া বিশ্বজুৰি৷ পেৰিছ অলিম্পিকত এইবাৰ কি কি বিশেষত্ব দেখা যাব সেই বিষয়টোক লৈয়ো চলিছে বিশ্বজুৰি আলোচনা৷

আমিষ নহয় নিৰামিষ খাদ্য খাব লাগিব প্ৰতিজন খেলুৱৈয়ে

বিশেষকৈ পেৰিছত খেলুৱৈৰ বাবে নিৰ্মাণ কৰা বিশেষ ৰান্ধনীশালৰ কথা খুবেই চৰ্চা হৈছে৷ আধুনিক পৃথিৱীত আমিষৰ সলনি নিৰামিষ খাদ্য দিয়া হ’ব এইবাৰ অলিম্পিকৰ প্ৰতিগৰাকী খেলুৱৈক৷ প্ৰাণীজ  প্ৰটিনৰ প্ৰাচীন পন্থা সলনি কৰি নিৰামিষ খাদ্য দিয়াৰ কাৰণেই হৈছে পেৰিছৰ পৰিবেশ৷ গৰম পৰিবেশৰ প্ৰাণীজ প্ৰটিনে শৰীৰৰ অপকাৰ সাধিব পাৰে৷ ফ্ৰান্সেই প্ৰথমখন অলিম্পিক আয়োজক দেশ যিয়ে খেলুৱৈক কোনো আমিষ আহাৰ নিদিয়ে৷ মাংস আৰু দুগ্ধজাত খাদ্য বাতিল কৰি দিয়া হৈছে পেৰিছ অলিম্পিকৰ খেলুৱৈৰ খাদ্যত৷ এই বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰিছে একাংশ খেলুৱৈয়ে৷ বেছিভাগেই কিন্তু এই সিদ্ধান্তক স্বাগত জনাইছে৷ আমিষৰ বিকল্প হিচাপে পাস্তা, নুডলছ, চাউমিন সকলো থাকিব৷ থাকিব মছালাজাতীয় খাদ্য৷ কেৱল নাথাকিব মাংস, চিজ আৰু গাখীৰ৷

পেৰিছ অলিম্পিকত খাদ্য তালিকাত সবাতোকৈ বেছিকৈ থাকিব কল৷ ৩ মিলিয়ন কল এথলেটিকসকলৰ খাদ্য তালিকাত সংযোজন কৰা হৈছে৷ দিনৰ চাৰিবেলাই খাদ্য তালিকাত থাকিব কল৷ ২০ দিনীয়া এই খেলত যোগদান কৰিছে বিশ্বৰ ১০হাজাৰতকৈ বেছি খেলুৱৈয়ে৷ তেওঁলোকৰ পেট ভৰোৱাৰ বাবে কলেই সৰ্বাধিক দিয়া হ’ব খাদ্যত৷

৩ লাখ কণ্ডম খেলুৱৈক যোগান ধৰা হ’ব

অলিম্পিক আয়োজক দেশে কেৱল পেট ভৰোৱাৰেই দায়িত্ব লৈছে তেনে নহয়৷ মন আৰু শৰীৰক শান্ত ৰখাৰো দায়িত্ব আয়োজক দেশে লৈছে৷ গেমছৰ সময় ভিলেজত প্ৰেম-পৰিণয়ো অসাধাৰণ কথা নহয়৷ সেই কথা মূৰত ৰাখিয়েই আয়োজক সন্থাই ৩লাখ কণ্ডমো সাজু ৰাখিছে৷  টকিঅ’ গেমছৰ সময়ত কৰ’ণাৰ প্ৰভাৱ আছিল৷ সেই সময়তো ডেৰ লাখ কণ্ডম সাজু ৰাখিছিল আয়োজক দেশে৷ এইবাৰ সেই সংখ্যা বঢ়াই দ্বিগুণ কৰা হৈছে৷ এই কথাই বহুজনক অবাকো কৰিছে৷ একাংশই প্ৰকাশ কৰামতে এণ্টি ছেক্স বেডো থাকিব খেলুৱৈৰ বাবে৷ খেলুৱৈৰ মানসিক স্বাস্থ্য ভালে ৰখাৰ বাবেই কণ্ডমৰ ব্যৱস্থা প্ৰয়োজনীয় বুলি দাবী আয়োজত সন্থাৰ৷ খেলুৱৈৰ লক্ষ্য হওক কেৱল সোণ, ৰূপ আৰু ব্ৰঞ্জ তাৰবাবে খেলুৱৈৰ শাৰীৰিক মানসিক দিশত গুৰুত্ব আৰোপ কৰিছে আয়োজক দেশে৷

 

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্প, পুৱাই আতংকিত হৈ পৰে সকলো!
বিশ্ব

পুনৰ ভূমিকম্প, পুৱাই আতংকিত হৈ পৰে সকলো!

November 24, 2026
কৰ্মস্থানত WhatsApp লগ ইন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক! WhatsApp Web ব্যৱহাৰকাৰীসকললৈ সতৰ্কবাণী কেন্দ্ৰৰ
ভাৰত

কৰ্মস্থানত WhatsApp লগ ইন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক! WhatsApp Web ব্যৱহাৰকাৰীসকললৈ সতৰ্কবাণী কেন্দ্ৰৰ

November 24, 2026
১১ দিনতে সলনি সিদ্ধান্ত! জেনছেন হুৱাঙক পুনৰ NVIDIAৰ CEOৰ দায়িত্ব
বিশ্ব

১১ দিনতে সলনি সিদ্ধান্ত! জেনছেন হুৱাঙক পুনৰ NVIDIAৰ CEOৰ দায়িত্ব

November 23, 2026
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম
নিয়োগ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম

November 23, 2026
Next Post
সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ…! কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ...! কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

ভৰা ব্ৰহ্মপুত্ৰৰ কাষলৈ গৈ উভতি নহাটোক নিয়তিৰ পৰিহাস বুলিয়েই ধৰি লোৱা ভাল! ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ কি কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

ভৰা ব্ৰহ্মপুত্ৰৰ কাষলৈ গৈ উভতি নহাটোক নিয়তিৰ পৰিহাস বুলিয়েই ধৰি লোৱা ভাল! ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ কি কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.