• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিঠি, কঁকালত অসহ্য বিষ, প্ৰস্ৰাৱৰ সময়ত জ্বলাপোৰা হৈছে, সতৰ্ক হওক, অন্যথা এই ডাঙৰ বিপদত পৰিব পাৰে আপুনি

পিঠি, কঁকালত অসহ্য বিষ, প্ৰস্ৰাৱৰ সময়ত জ্বলাপোৰা হৈছে, সতৰ্ক হওক, অন্যথা এই ডাঙৰ বিপদত পৰিব পাৰে আপুনি

9 months ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

21 hours ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

21 hours ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

22 hours ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

23 hours ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

23 hours ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

23 hours ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

24 hours ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

1 day ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 day ago
মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিঠি, কঁকালত অসহ্য বিষ, প্ৰস্ৰাৱৰ সময়ত জ্বলাপোৰা হৈছে, সতৰ্ক হওক, অন্যথা এই ডাঙৰ বিপদত পৰিব পাৰে আপুনি

পিঠি, কঁকালত অসহ্য বিষ, প্ৰস্ৰাৱৰ সময়ত জ্বলাপোৰা হৈছে, সতৰ্ক হওক, অন্যথা এই ডাঙৰ বিপদত পৰিব পাৰে আপুনি

editor by editor
September 1, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পিঠি, কঁকালত অসহ্য বিষ, প্ৰস্ৰাৱৰ সময়ত জ্বলাপোৰা হৈছে, সতৰ্ক হওক, অন্যথা এই ডাঙৰ বিপদত পৰিব পাৰে আপুনি
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰস্ৰাৱৰ সময়ত জ্বলা-যন্ত্ৰণা বা ঘনে ঘনে প্ৰস্ৰাৱৰ বেগ মানেই মূত্ৰনলীৰ সংক্ৰমণ হ’ব তেনে নহয়৷ নিশা বাৰে বাৰে প্ৰসাৱৰ বেগ আহিলে ডায়বেটিছ ভাৱি ভুল কৰে বহুতেই৷ এইসমূহ লক্ষম দীৰ্ঘসময় ধৰি দেখা দিলে সতৰ্ক হোৱাটো জৰুৰী৷ চিকিৎসকে জনাইছে যে প্ৰষ্টেট কৰ্কটৰ উপসৰ্গ সকলোৰে ক্ষেত্ৰত একেই হ’ব তেনে নহয়৷ বহুসময়ত পিঠি, কঁকাল আৰু নিতম্বৰ যন্ত্ৰণাও কৰ্কটৰ লক্ষণ হব পাৰে৷ কি কি উপসৰ্গ এৰাই নচলিব? জানি থওক সবিশেষ৷

নেশ্ব্যনেল ইনষ্টিটিউট অফ হেলথৰ পৰা প্ৰকাশিত গৱেষণাপত্ৰত লিখা হৈছে ৪০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত এই কৰ্কটৰ আশংকা সকলোতকৈ বেছি থাকে৷ এই ৰোগৰ প্ৰাথমিক লক্ষণ সম্পৰ্কে সতৰ্ক থকাটো আৱশ্যক৷ অৱশ্যে ৫০ পাৰ হৈ গলেও পৰিয়ালত এই ৰোগৰ ইতিহাস থাকিলে সতৰ্ক থকাটো জৰুৰী৷ বাৰে বাৰে প্ৰস্ৰাৱ লগা, প্ৰষ্টেট কৰ্কটৰ লক্ষণ হব পাৰে৷ বিশেষকৈ নিশা বাৰে বাৰে মূত্ৰত্যাগৰ প্ৰৱণতা বেছি হয়৷ প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱৰা কিংবা প্ৰস্ৰাৱ লাগিলেও ঠিকধৰণে মূত্ৰত্যাগ কৰিব নোৱৰাও এই ৰোগৰ এক লক্ষণ৷

মূত্ৰত্যাগৰ সময়ত বিষ হোৱা মুঠেও ভাল লক্ষণ নহয়৷ মূত্ৰত্যাগৰ সময়ত বিষ বা জ্বলাপোৰা, প্ৰস্ৰাৱৰ সৈতে তেজ বাহিৰ হলে সতৰ্ক হওক৷ প্ৰষ্টেট কৰ্কটৰ আৰু এটা লক্ষণ হৈছে পিঠি-কঁকাল আৰু নিতম্বৰ যন্ত্ৰণা৷ কৰ্কটৰ কোষ দ্ৰুত বিভাজিত হয় আৰু মেৰুদণ্ডলৈকে বিয়পি পৰিবলৈ বেছি সময় নালাগে৷ তেতিয়াই পিঠি আৰু পেলভিক এলেকাত বিষ আৰম্ভ হয়৷ হাড় দুৰ্বল হৈ পৰে৷ হাড় ভঙ্গুৰো হৈ পৰে৷ সেয়ে পেলভিক অঞ্চলত বিষ যদি দীৰ্ঘম্যাদি হৈ যায় তেতিয়া চিকিৎসকৰ কাষলৈ যাওক৷ কিছু পৰীক্ষা কৰাটো খুবেই জৰুৰী৷ প্রথমেই যি পৰীক্ষা কৰাব লাগে সেয়া হৈছে আলট্ৰা ছনগ্ৰাফী৷ এই পৰীক্ষাত প্ৰষ্টেটৰ মাপ বুজা যায় ইয়াৰ পাছতেই ট্ৰেন্স ৰেক্টেল চাউণ্ড টেষ্ট কৰাব লাগে৷ প্ৰষ্টেট কৰ্কট চিহ্নিত কৰাৰ বাবে আৰু এটা পৰীক্ষা হৈছে প্ৰষ্টেট স্পেছিফিক এণ্টিজেন টেষ্ট৷ পি এছ এ এণ্টিজেনৰ মাত্ৰা প্ৰতি মিলিলিটাৰ তেজত যদি ৪.০ নেনোগ্ৰামৰ বেছি যয় তেতিয়া সেয়া অস্বাভাৱিক বুলি ধৰি লোৱা হয়৷ এইক্ষেত্ৰত বায়পছি কৰি কৰ্কটৰ কোষৰ বিভাজন হৈছে নেকি সেয়া পৰীক্ষা কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ
জীৱনশৈলী

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

June 4, 2026
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ
জীৱনশৈলী

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

June 4, 2026
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
বাণিজ্য

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

June 4, 2026
Next Post
১০০ বছৰৰ পাছত বিৰল যোগ! শনিৰ ৰাশিত শেষ চন্দ্ৰগ্ৰহণ, কঁপাল খুলিব ৩ৰাশিৰ, উপচি পৰিব বেংক বেলেন্স, টকাৰ গাদীত শুব কোন কোন?

১০০ বছৰৰ পাছত বিৰল যোগ! শনিৰ ৰাশিত শেষ চন্দ্ৰগ্ৰহণ, কঁপাল খুলিব ৩ৰাশিৰ, উপচি পৰিব বেংক বেলেন্স, টকাৰ গাদীত শুব কোন কোন?

হাত-ভৰি ঝিনঝিনাই থাকে? চুলিও সৰিব ধৰিছে? শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে এইসমূহ লক্ষণে দেখা দিয়ে?

হাত-ভৰি ঝিনঝিনাই থাকে? চুলিও সৰিব ধৰিছে? শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে এইসমূহ লক্ষণে দেখা দিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.