• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

3 months ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

33 minutes ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

60 minutes ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

2 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

2 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

4 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

4 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

6 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

7 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

7 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

ডায়বেটিছ থাকিলেও আম কেনেকৈ খাব পাৰি

editor by editor
July 13, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰীষ্মকাল বুলিলেই মনলৈ আহে ৰসাল আৰু সুগন্ধি আমৰ কথা। ফলৰ ৰজা বুলি পৰিচিত আমৰ সোৱাদ প্ৰায় সকলোৰে প্ৰিয়। কিন্তু বহুতে বিশ্বাস কৰে যে মধুমেহ ৰোগীয়ে আম একেবাৰে খাব নালাগে। বিশেষজ্ঞসকলৰ মতে, বিষয়টো তেনে নহয়। কেৱল ডায়বেটিছ ৰোগীয়েই নহয়, আন কিছুমান বিশেষ স্বাস্থ্যজনিত সমস্যাত ভুগি থকা লোকেও আম সীমিত পৰিমাণে খোৱাটো উচিত।

আমত কি কি পুষ্টিগুণ থাকে?

১০০ গ্ৰাম আমত প্ৰায় ৬০ কিলোকেলৰি শক্তি, ১৫ গ্ৰাম কাৰ্বোহাইড্ৰেট, ১৩.৭ গ্ৰাম প্ৰাকৃতিক চেনি, ১.৬ গ্ৰাম ফাইবাৰ, ০.৮ গ্ৰাম প্ৰ’টিন, ৩৬.৪ মিলিগ্ৰাম ভিটামিন–C, ৫৪ মাইক্ৰ’গ্ৰাম ভিটামিন–A, ৬৪০ মাইক্ৰ’গ্ৰাম বিটা-কেৰোটিন, ৪৩ মাইক্ৰ’গ্ৰাম ফলেট, ০.৯ মিলিগ্ৰাম ভিটামিন–E, ৪.২ মাইক্ৰ’গ্ৰাম ভিটামিন–K, ১৬৮ মিলিগ্ৰাম পটাছিয়াম, ১০ মিলিগ্ৰাম মেগনেছিয়াম, ১১ মিলিগ্ৰাম কেলচিয়াম, ১৪ মিলিগ্ৰাম ফছফৰাছ, ০.১৬ মিলিগ্ৰাম আইৰণ আৰু ০.১১ মিলিগ্ৰাম কপাৰ থাকে। সেয়েহে আম কেৱল সোৱাদযুক্তই নহয়, পুষ্টিগুণতো সমৃদ্ধ।

ডায়বেটিছ থাকিলেও আম কেনেকৈ খাব পাৰি

বিশেষজ্ঞসকলৰ মতে, আম মিঠা ফল হ’লেও ইয়াত ফাইবাৰ, ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে। সেয়েহে কেৱল ডায়বেটিছ আছে বুলি আম সম্পূৰ্ণ বাদ দিয়াৰ প্ৰয়োজন নাই। কিন্তু পৰিমাণৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। একেলগে অধিক আম খালে তে*জত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

আম খোৱাৰ আগত এইসকল লোকে হওক সাৱধান

ডায়বেটিছৰ উপৰি প্ৰি-ডায়াবেটিছ, ইনচুলিন ৰেজিষ্টেন্স আৰু মেটাব’লিক ছিণ্ড্ৰোমত ভুগি থকা লোকেও আম সীমিত পৰিমাণে খাব লাগে। কাৰণ এইসকলৰ শৰীৰে তে*জত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত ইতিমধ্যে অসুবিধাৰ সন্মুখীন হয়। ওজন কমাব বিচৰা লোকসকলেও আম খোৱাৰ আগতে আমৰ পৰিমাণৰ ওপৰত গুৰুত্ব দিয়ক। যিসকলে ওজন হ্ৰাস কৰাৰ চেষ্টা কৰি আছে, তেওঁলোকেও আম খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। আমৰ বতৰত বহুতে অজানিতে একেলগে দুটা বা তিনিটা আম খাই পেলায়। ফলত কেলৰি আৰু প্ৰাকৃতিক চেনিৰ পৰিমাণ বৃদ্ধি পায়, যিয়ে ওজন নিয়ন্ত্ৰণত প্ৰভাৱ পেলাব পাৰে।

কিডনী, এলাৰ্জী ৰোগীৰ বাবে বিশেষ পৰামৰ্শ

কিডনী ৰোগত ভুগি থকা লোকসকলে নিয়মীয়াকৈ আম খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। এনে ক্ষেত্ৰত বহু সময়ত পটাছিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয় হয়।ইয়াৰ উপৰিও যদি কাৰোবাৰ আমত এলাৰ্জি থাকে, তেন্তে তেওঁলোকে আম সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে।

বিশেষজ্ঞৰ পৰামৰ্শ

বিশেষজ্ঞসকলৰ মতে, সুস্থ ব্যক্তিয়ে দৈনিক এক পৰিমাণত সতেজ আম নিশ্চিন্তে খাব পাৰে। অৱশ্যে আমৰ ৰস, মিল্কশ্বেক বা অধিক চেনিযুক্ত আমৰ মিঠাইৰ সলনি গোটেই আম খোৱাটো অধিক উপকাৰী। লগতে বাদাম বা দৈৰ সৈতে আম খালে খাদ্য অধিক সুষম আৰু স্বাস্থ্যকৰ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24mango
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি
অসম

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

October 5, 2026
Next Post
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.