• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

1 hour ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

5 minutes ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

48 minutes ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

2 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

20 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

21 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

22 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

23 hours ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

24 hours ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

editor by editor
January 29, 2026
in জীৱনশৈলী, লেখা, স্বাস্থ্য
0
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
0
SHARES
617
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ সকলোতকৈ বেছি মৃত্যুৰ কাৰণেই হৃদৰোগ৷ ইয়াৰ মাজত এক ডাঙৰ অংশৰ মানুহৰ মৃত্যু হয় সঠিক সময়ত চিকিৎসা নকৰাৰ বাবে৷ হৃদৰোগত আক্ৰান্ত হোৱাৰ লগে লগেই যদি চিকিৎসা আৰম্ভ কৰা যায় তেতিয়া বহু ক্ষেত্ৰতেই ৰোগীক সুস্থ কৰি তোলা সম্ভৱ৷ কিন্তু বহুতেই হাৰ্ট এটেকৰ প্ৰাথমিক লক্ষণসমূহক উপেক্ষা কৰে৷ বিশেষজ্ঞৰ মতে হৃদৰোগৰ কিছু লক্ষণ এমাহ পূৰ্বেও দেখা দিব পাৰে৷ যাৰ চিহ্নিত কৰি সতৰ্ক হলেই এই বিপদৰ পৰা হাত সাৰিব পাৰি৷

বুকুৰ বিষ বা অস্বস্তি

হাৰ্ট এটেকৰ এটা প্ৰধান লক্ষণ হৈছে বুকুৰ মাজত বা বাওঁফালে চাপ, চেপি ধৰা অনুভৱ, বিষ বা জ্বলাপোৰা অনুভূত হোৱা৷ এই বিষ কেইবামিনিট ধৰি স্থায়ী হব পাৰে৷

শ্বাসকষ্ট

বুকুৰ বিষৰ ওপৰিও বিষৰ সৈতে শ্বাসকষ্ট হ’ব পাৰে৷ মনত দমবন্ধ হৈ যোৱা ধৰণৰ অনুভৱ আহিব পাৰে৷ হৃদযন্ত্ৰ ঠিকমতে কাম নকৰিলে দেহত অক্সিজেন সৰবৰাহ হ্ৰাস পায়৷ ফলত শ্বাসকষ্ট হয়৷

অতিৰিক্ত ঘাম

হাৰ্ট এটেকৰ পূৰ্বে কাৰণ অবিহনেই হঠাৎ ঠাণ্ডা ঘাম ওলাব পাৰে৷ লগে লগে মূৰ ঘূৰোৱা বা পাতলকৈ মূৰৰ বিষ অনুভূত হব পাৰে৷

অস্বাভাৱিক ক্লান্তি

হৃদৰোগৰ ক্ষেত্ৰত বহু সময়ত ৰোগীয়ে অলপতেই ক্লান্ত হ’ব পাৰে৷ কিছুক্ষণ ধৰি কাম কৰিলে বুকু ধৰফৰাই থাকিব পাৰে৷ এই ধৰণৰ উপসৰ্গই জনাই যিয়ে যে আপোনাৰ হৃদযন্ত্ৰই ঠিকমতে কাম কৰিছেনে নাই৷ বিশেষকৈ মহিলাসকলৰ হাৰ্টৰ সমস্যাৰ এয়া প্ৰধান লক্ষণ৷

টোপনিত ব্যাঘাত বা অস্থিৰতা

বহুতৰেই হাৰ্ট এটেকত পূৰ্বৰ দিনসমূহত টোপনিত ব্যাঘাত ঘটে৷ ঘনে ঘনে টোপনি ভাঙি যায় অথৱা নিশা অস্বাভাৱিক অস্থিৰতা অনুভৱ কৰে৷

অনিয়মিত হৃদস্পন্দন

অনিয়মিত হৃদস্পন্দনৰ কাৰণে হৃদযন্ত্ৰই ৰক্ত পাম্প কৰাৰ ক্ষমতা হেৰুৱাই৷ ফলত হঠাৎ হৃদস্পন্দন বন্ধ হৈ যোৱাত ৰোগীৰ প্ৰাণ হেৰুওৱাৰ আশংকা থাকে৷

 বমি বমি ভাৱ, পেটত অস্বস্তি

হাৰ্ট এটেকৰ লক্ষণসমূহ সকলো সময়তে বুকুৰ মাজত সীমাবদ্ধ নাথাকে৷ বিশেষকৈ মহিলা আৰু বয়স্কসকলে হাৰ্ট এটেকৰ পূৰ্বৰ দিনসমূহত বমি বমি ভাৱ, বদহজম, পেট ফোলা পেটত বিষ অনুভৱ কৰিব পাৰে৷

যদি কোনোৱে এই লক্ষণসমূহৰ মাজত কোনো এটাও অনুভৱ কৰে তেন্তে দেৰী নকৰি দ্ৰুত নিকটতম হাস্পতাললৈ যোৱা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

January 29, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ
জীৱনশৈলী

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

January 29, 2026
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?
জীৱনশৈলী

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

January 28, 2026
Next Post
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন