• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 months ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

6 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

27 minutes ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

50 minutes ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

2 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

3 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

4 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

6 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

6 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
January 14, 2026
in জীৱনশৈলী
0
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিলে তাৰ পাছৰ দিনাই আৰম্ভ হয় মাঘ মাহ৷ আজি ১৪ জানুৱাৰী দেশজুৰি পালিত হৈছে মকৰ সংক্ৰান্তি৷ কাইলৈ ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মাঘ মাহ৷ বৈদিক পঞ্জিকা অনুসৰি পুহৰ পূৰ্ণিমাৰ পাছত দিনাৰ পৰাই আৰম্ভ হ’ব মাঘ মাহ৷ এই মাহত বিষ্ণু আৰু লক্ষ্মীৰ বিশেষ আৰাধনা কৰাৰ ৰীতি প্ৰচলিত আছে৷ সূৰ্যই আজি মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ এই সময়ত শনিয়ে অৱস্থান কৰিছে মীন ৰাশিত৷ জানি থওক জ্যোতিষীৰ গণনা অনুসৰি মাঘ মাহত কোন কোন ৰাশিৰ জাতকৰ সুখ সৌভাগ্যই শিখৰত অৱস্থান কৰিব৷

মেষ ৰাশি

২০২৬ চনৰ মাঘ মাহ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত সূৰ্য আৰু মঙ্গলৰ শুভ প্ৰভাৱ মেষ ৰাশিত থাকিব৷ এই দুই গ্ৰহৰ প্ৰভাৱত আত্মবিশ্বাসেৰে তুংগত থাকিব মেষ ৰাশিৰ জাতক৷ মাঘ মাহত আপুনি যি কামতেই হাত দিব তাতেই সৌভাগ্যক নিজৰ কাষত পাব৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰাৰ সুযোগ পাব৷ নতুন কোনো প্ৰকল্পৰ কাম আৰম্ভ কৰিলে ভাল ফল পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব আৰু পুৰণি ঋণ শোধ কৰিব পাৰে৷ পৰিয়ালক নিজৰ কাষত পাব মেষ ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

মাঘ মাহত সৌভাগ্যৰ দুৱাৰ খুলিব কৰ্কট ৰাশিৰ জাতকৰ সন্মুখত৷ বিশেষকৈ সাংসৰিক আৰু আৰ্থিক বিষয়ত আপুনি ভাগ্যবান হব৷ কৰ্কট ৰাশিৰ জাতকৰ সংসাৰত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব৷ পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷ আৰ্থিকভাৱেও লাভৱান হব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা মোটা আৰ্থিক লাভ কৰিব পৰিব৷ অফিচত কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ ঊৰ্ধতন কৰ্তৃপক্ষই আপোনাৰ কামৰ প্ৰশংসা কৰিব৷

বৃশ্চিক ৰাশি

মাঘ মাহত সকলো বিষয়ত লাভৱান হব বৃশ্চিক ৰাশি জাতক৷ চাকৰি আৰু ব্যৱসায়, উভয় ক্ষেত্ৰতেই বৃহৎ লাভ কৰাৰ সুযোগ পাব৷ আপোনাৰ কামত সকলোৱে প্ৰশংসা পাব আৰু নিজৰ কামৰ ধৰণ সলনি কৰিলে লাভৱান হ’ব৷ চাকৰিত প্ৰমোছন পাব পাৰে৷ নতুন চাকৰিৰ প্ৰস্তাৱো আহিব পাৰে৷ মাঘ মাহত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব আৰু যিকোনো সমস্যাৰ সৈতে সাহসেৰে মোকাবিলা কৰিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব আৰু আয়ৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷ পুৰণি ঋণ শোধ কৰিব পাৰে৷

মীন ৰাশি

মাঘ মাহ সকলো দিশৰ পৰাই শুভ হব মীন ৰাশিৰ জাতকৰ বাবে৷ কেৰিয়াৰ আৰু শিক্ষাক্ষেত্ৰত লাভৱান হব৷ পৰিশ্ৰম কৰিলে তাৰ সুফল নিশ্চয় পাব৷ কোনো ডাঙৰ কামত সাফল্য পাব পাৰে মীন ৰাশিৰ জাতকে৷ কোনো নতুন কামত হাত দিয়াৰ বাবে এই সময় দুৰ্দান্ত সময়৷ এই সময়ত আপোনাৰ মনত শান্তি থাকিব আৰু সকলোৰে সৈতে খুবেই ভাল সম্পৰ্ক বজায় ৰাখিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ
জীৱনশৈলী

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

April 11, 2026
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত
জীৱনশৈলী

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

April 11, 2026
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 11, 2026
Next Post
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.