• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

9 months ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

57 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

1 hour ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

2 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

3 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

3 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

4 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

4 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

5 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

7 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

editor by editor
January 14, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাক বিশ্বৰ সুন্দৰ সুন্দৰ দেশসমূহত ভ্ৰমণ কৰিবলৈ এতিয়া আৰু ভিছাৰ প্ৰয়োজন নহয়৷ এইসমূহ দেশলৈ যাবলৈ ভাৰতীয়ক নালাগে কোনো ভিছা৷ হেনলি পাছপোৰ্ট ইনডেক্সৰ ২০২৬ চনৰ জানুৱাৰী সংস্কৰণ সদ্য প্ৰকাশিত হৈছে৷ তাতেই জনা গৈছে যে তালিকাত পাঁচ ধাপ ওপৰলৈ উঠি ৮০তম স্থানলৈ আহিছে ভাৰতীয় পাছপোৰ্ট৷ সুখবৰ হৈছে ভাৰতীয় পাছপোৰ্টধাৰীয়ে এতিয়া ৫৫খন দেশ ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব৷

মঙ্গলবাৰে নতুনকৈ পাছপোৰ্টৰ ক্ৰমতালিকা প্ৰকাশ কৰিছে হেনলি পাছপোৰ্ট ইন্ডেক্সে৷ বিশ্বৰ কেইবাখনো দেশত নিৰ্দিষ্ট এখন ৰাষ্ট্ৰৰ পাছপোৰ্ট ব্যৱহাৰ কৰি প্ৰৱেশাধিকাৰ পোৱা যায় তাৰ ভিত্তিতেই হেনলি পাছপোৰ্ট ইণ্ডেক্স তৈয়াৰ হয়৷ ভিছা নীতিত পৰিবৰ্তন হলেই আপডেট হয় এই ইণ্ডেক্স৷ সেই ভিত্তিতেই নতুন তালিকা প্ৰকাশ কৰা হয়৷ ইয়াত দেখা গৈছে যে বিগত বছৰৰ তালিকাত ৮৫তম স্থানত আছিল ভাৰত৷ এবছৰৰ ভিতৰত এই ক্ৰমতালিকাত পাঁচ ধাপ উন্নতি হৈছে দেশৰ৷ ভাৰতৰ সৈতে নাইজাৰ আৰু আলজেৰিয়াও আছে একেই স্থানত৷ সকলো মিলি ৫৫খন দেশ ভ্ৰমণ কৰিব পাৰিছ ভাৰতীয় পাছপোৰ্ট হোল্ডাৰে৷ জানি থওক কোন কোন দেশলৈ যাবলৈ ভাৰতীয়ক নালাগে ভিছা?

ভিছামুক্ত দেশৰ তালিকা

এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলঃ ভুটান, নেপাল, মালয়েছিয়া, থাইলেণ্ড, মৰিছাচ, ফিজি, কেৰিবিয়ান, বাৰ্বাডোছ, ডোমিনিকা, গ্ৰেনাডা, জামাইকা৷

বিশ্বৰ সকলোতকৈ শক্তিশালী পাছপোৰ্ট

হেনলি পাছপোৰ্ট ইনডেক্স অনুসৰি বৰ্তমান বিশ্বৰ সকলোতকৈ শক্তিশালী পাছপোৰ্ট ছিংগাপুৰৰ৷ সেই দেশৰ নাগৰিকে ভিছা অবিহনেই ১৯২টা গন্তব্যস্থানলৈ যাব পাৰে৷ ইয়াৰপাছতেই জাপান আৰু দক্ষিণ কোৰিয়াৰ নাগৰিকেও ১৮৮খন দেশলৈ ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰে৷ তৃতীয় স্থানত আছে ইউৰোপৰ পাঁচখন দেশ, ডেনমাৰ্ক, লুক্সেমবাৰ্গ, স্পেইন, ছুইডেন আৰু ছুইজাৰলেণ্ড৷ এইকেইখন দেশৰ নাগৰিকে ১৮৬খন দেশলৈ ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰে৷

সকলোতকৈ দুৰ্বল পাছপোৰ্ট

হেনলি পাছপোৰ্ট ইনডেক্সৰ তালিকাৰ একেবাৰে তলত আছে বাংলাদেশ(৯৫), পাকিস্তান(৯৮) য়েমেন(৯৮) ইৰাক(৯৯), ছিৰিয়া(১০০) আৰু আফগানিস্থান(১০১)৷  এইসমূহ দেশৰ নাগৰিকে যথাক্ৰমে ৩৭, ৩১, ২৯, ২৬ আৰু ২৪খন দেশ ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.