• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ হাজাৰ টকীয়া চাকৰি এৰি ইউটিউবৰ পৰা মাহে ৫ লাখ টকা উপাৰ্জন বজালীৰ এক দম্পতীৰ

৮ হাজাৰ টকীয়া চাকৰি এৰি ইউটিউবৰ পৰা মাহে ৫ লাখ টকা উপাৰ্জন বজালীৰ এক দম্পতীৰ

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

৮ হাজাৰ টকীয়া চাকৰি এৰি ইউটিউবৰ পৰা মাহে ৫ লাখ টকা উপাৰ্জন বজালীৰ এক দম্পতীৰ

editor by editor
September 9, 2022
in অসম, বাণিজ্য
0
৮ হাজাৰ টকীয়া চাকৰি এৰি ইউটিউবৰ পৰা মাহে ৫ লাখ টকা উপাৰ্জন বজালীৰ এক দম্পতীৰ
0
SHARES
12.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশ তথা ৰাজ্যত নিবনুৱা সমস্যাই সৰ্বকালৰ সৰ্বোচ্চ অভিলেখ ভংগ কৰিছে৷ বহু হতাশাগ্ৰস্ত যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ অভাৱত আত্মহত্যা পৰ্যন্ত কৰিছে৷ বহু যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি মুখাপেক্ষী হৈ জীৱনৰ কাল ক্ষয়ও কৰি আহিছে৷

তাৰ মাজতে কিছুসংখ্যক যুৱক-যুৱতীয়ে জীৱিকাৰ বাবে নিজৰ প্ৰচেষ্টাত ক্ষুদ্ৰ আৰু মজলীয়া ধৰণ ব্যৱসায় আৰম্ভ কৰি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে৷ কিন্তু সেয়া সংখ্যাত তেনেই নগণ্য৷

ইয়াৰ মাজতে সমগ্ৰ বিশ্বতে ইণ্টাৰনেটৰ প্ৰসাৰে বিশ্বৰ অন্যান্য প্ৰান্তৰ দৰে অসমৰ এক নগণ্য সংখ্যক যুৱক-যুৱতীৰ জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ বিশেষকৈ সংখ্যাত নগণ্য অসমৰ যুৱক-যুৱতীয়ে ইউটিউবৰ সহায়ত এক নতুন জীৱিকাৰ সন্ধান লাভ কৰিছে৷ অৰ্থাৎ ইউটিউবাৰ ৰূপে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰি মাহে মাহে সন্তোষজনক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

লগতে  পঢ়ক ধৰ্ষণৰ চেষ্টা কৰি ব্যৰ্থ হোৱা আত্মীয় যুৱকৰ কিশোৰীলৈ এছিড নিক্ষেপ! ছুৰীৰে ডিঙিটো কৰিলে আঘাত 

এইসকলৰ মাজৰ গোৱালপাৰাৰ মুস্তাফিজুৰ ৰহমান, নলবাৰীৰ ডিম্পু বৰুৱা, বিকাশ ছেত্ৰী আদি জনপ্ৰিয় ইউটিউবাৰে অসমত এক নতুন ট্ৰেণ্ড আনিছে, যাৰফলত তেওঁলোকৰ অনুপ্ৰেৰণাত অসমৰ বহু যুৱক-যুৱতীয়ে ইউটিউবাৰ হিচাপে পেচাগত জীৱন আৰম্ভ কৰি সফলতা লাভ কৰিছে৷

এইসকল ইউটিউবাৰৰ মাজত অতি সন্তৰ্পণে বজালী জিলাৰ পাঠশালাৰ এগৰাকী যুৱকেও ইউটিউবাৰ হিচাপে বেছ খ্যাতি লাভ কৰা দেখা গৈছে৷ উক্ত যুৱকজন হৈছে ২৯ বৰ্ষীয় দীপাংকু ভৰালী৷ এসময়ত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান কাম কৰি মাহে ৮ হাজাৰ টকাৰ দৰমহা লাভ কৰা ইউটিউবাৰ দীপাংকু ভৰালীয়ে বৰ্তমানে ইউটিউবৰ পৰা মাহে প্ৰায়ে ৫ লাখ টকা উপাৰ্জন কৰে৷

২৯ বছৰীয়া দীপাংকু ভৰালীয়েও তেওঁৰ YouTibe চেনেলত পৰ্যটনস্থলীৰ তথ্য আৰু দেশ সম্পৰ্কীয় তথ্যসমূহ শ্বেয়াৰ কৰে। তেওঁৰ দুটা ইউটিউব চেনেল ক্ৰমে “অজ্ঞান ৰহস্য হিন্দী” আৰু “ট্যুৰপিডিয়া হিন্দী”ৰ বৰ্তমানৰ ছাবস্ক্ৰাইবাৰ্ছৰ সংখ্যা ক্ৰমে ৪৫.৯ লাখ আৰু ১০.৬ লাখ। এতিয়ালৈকে দীপাংকুৱে তেওঁৰ ইউটিউবৰ পৰা দুটা গ’ল্ডেন বুটাম আৰু তিনিটা ছিলভাৰ বুটাম লাভ কৰিবলৈ সক্ষম হৈছে৷

লগতে  পঢ়ক এইবাৰ পৃথক বড়োলেণ্ড নহয়, পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী বড়ো সংগঠনৰ, কোন  বড়ো সংগঠনে কৰিলে এই দাবী?

দীপাংকুৰ পত্নীয়েও তেওঁৰ এই যাত্ৰাত সহযোগ কৰি আহিছে৷ এই ক্ষেত্ৰত ভৰালীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘মোৰ পত্নী চন্দনা ভৰালী নহ’লে মই সেই স্থানত উপনীত হ’ব নোৱাৰিলোঁহেঁতেন।’’ ২০১৭ আৰু ২০২০ চনত ইউটিউবত চেনেলসমূহ আৰম্ভ কৰা ভৰালীয়ে লগতে কয় যে এতিয়া তেওঁ প্ৰায় ২০ গৰাকী কৰ্মচাৰীক সংস্থাপন দিবলৈ সক্ষম হৈছে। যিটো তেওঁৰ বাবে গৌৰৱৰ বিষয় বুলিও অভিহিত কৰিছে৷

‘‘মোৰ এতিয়া সমগ্ৰ ভাৰততে ২০ জন কৰ্মচাৰী আছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অবিহনে মোৰ ইউটিউব চেনেলটো বৃদ্ধি কৰাটো অসম্ভৱ আছিল।’’ ভৰালীয়ে লগতে কয়।

লগতে  পঢ়ক এইবাৰ শেনৰ এজাত মন্ত্ৰী পীয়ুষ হাজৰিকা, কাৰ্যবাহী অভিযন্তাসহ ৬ বিষয়া-কৰ্মচাৰীক নিলম্বন

‘‘এটা ব্যক্তিগত কোম্পানীত মাহিলী ৮ হাজাৰ টকা দৰমহাৰে মোৰ বাবে জীয়াই থকাটো কঠিন আছিল। সেয়ে চাকৰি এৰি মোৰ পত্নী চন্দনা, আৰু মোৰ বন্ধু নয়নজ্যোতি তালুকদাৰৰ সহযোগত এটা ইউটিউব চেনেল আৰম্ভ কৰিলোঁ।’’ ইউটিউবাৰ দীপাংকুৱে নিজৰ যাত্ৰাৰ বিষয়ে এইদৰে কয়৷

ইফালে নয়নজ্যোতি তালুকদাৰেও মাতৃৰ সৈতে ‘খাওনী’ নামৰ এটা ইউটিউব চেনেল চলাই আছে৷

আন যুৱক-যুৱতীসকলক ইউটিউবৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ লগতে কেনেকৈ সফলতা লাভ কৰিব পাৰি সেই বিষয়ে ইউটিউবাৰ দীপাংকু ভৰালীয়ে কয়, ‘‘এটা ইউটিউব চেনেল আৰম্ভ কৰিবলৈ হ’লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, ধাৰাবাহিকতা থাকিব লাগিব আৰু সময় দিব পাৰিব লাগিব।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamyoutube
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
মই মাৰ সৈতে কথা পাতিব খোজো বুলি কৈয়েই কেবিনত সোমাইছিল, তাৰপিছতেই অভাৱনীয় ঘটনা, কি ঘটিছিল বাংগালুৰুখ্যাত ব্যৱসায়ী চি জে ৰয়ৰ সৈতে?
জীৱনশৈলী

মই মাৰ সৈতে কথা পাতিব খোজো বুলি কৈয়েই কেবিনত সোমাইছিল, তাৰপিছতেই অভাৱনীয় ঘটনা, কি ঘটিছিল বাংগালুৰুখ্যাত ব্যৱসায়ী চি জে ৰয়ৰ সৈতে?

February 1, 2026
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
জীৱনশৈলী

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

January 31, 2026
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ
জীৱনশৈলী

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

January 31, 2026
Next Post
৯৬ বছৰ বয়সত ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু : কি কি অভিলেখ গঢ়ি গ’ল ৰাণীয়ে?

৯৬ বছৰ বয়সত ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু : কি কি অভিলেখ গঢ়ি গ’ল ৰাণীয়ে?

নিজকে শেষ কৰাৰ চেষ্টা যুৱকৰ! ফেচবুক এলাৰ্টে ৰক্ষা কৰিলে NEET প্ৰাৰ্থীৰ জীৱন

নিজকে শেষ কৰাৰ চেষ্টা যুৱকৰ! ফেচবুক এলাৰ্টে ৰক্ষা কৰিলে NEET প্ৰাৰ্থীৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.